চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( অন্তিম খণ্ড ): Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 8, 2021

চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( অন্তিম খণ্ড ): Assamese Storyboard

Assamese Storyboard

সিহঁতি তাৰ পিছত লগ হৈ ৰত্নাকৰক পিটিবলৈ ধৰিলে। মন্দিৰৰ ভিতৰত ৰামচন্দ্ৰই সিহঁতৰ কাণত ফুৱাই দি কৈছিল যে ৰত্নাকৰৰ কঁকালত এডাল নেগুৰ আছে যি ডাল তাৰ শক্তি ভাণ্ডাৰ

( Assamese Storyboard )

। সেই ডাল ল'ব  পাৰিলে তাৰ লগত যি বিচাৰা কৰিব পাৰিবা।যেতিয়া সিহঁতি ৰত্নাকৰৰ লগত যুদ্ধ কৰি আছিল । ৰক্তিমে আন্ধাৰৰ সুযোগ লৈ ৰত্নাকৰৰ নেগুৰ ডাল ধৰি টানিলে আৰু পকাই দিলে। যাৰ ফলত ৰত্নাকৰৰ শক্তি কমি গৈ থাকিল।  শেষত ৰত্নাকৰ অচেতন হৈ পৰিল আৰু সিহঁতি তাৰ পাছতো তাৰ নেগুৰ ডাল পকাই গচকি  আছিল।তাৰ পাছত নীলে তৰুৱাল খন উঠাই ৰত্নাকৰক মৰিবলৈ গ'ল। 

কিন্তু ৰামচন্দ্ৰই তাক ৰখাই ক'লে এই পাপীক মাৰি নিজৰ হাতখন অপবিত্ৰ নকৰিবা। এতিয়া তাৰ মৃত্যু ইনেও ওচৰ চাপিছে ।তাক দেৱী মায়ে ভুলৰ শাস্তি দিলে। ৰামচন্দ্ৰই তৰুৱাল খন লৈ ৰত্নাকৰৰ নেগুৰ ডাল  কাটি দিলে। তাৰ পাছত তেওঁ ক'লে ইয়াৰ সমস্ত শক্তি অন্ত হ'ল। এতিয়া ই এটা পুহনীয়া জন্তুৰ দৰে সকলো কথা শুনিব।
তাৰ পাছত তেওঁ আকাশৰ ফালে চাই ক'লে, তোমালোকে এতিয়া উত্তৰ দিশৰ ফালে সোনকালে গতি কৰা। নহ'লে পোহৰ হ'লে ইয়াতে ফঁচি থাকিব লাগিব।
আগলে আৰু অলপ গ'লে এখন নদী পাবা আৰু তাতে এখন নাওঁ পাবা। তাত বহি যাবা গৈ । সোনকালেই যোৱা নহ'লে এতিয়া দেৰি হ'ব ।  

চাৰিজন বন্ধুৱে ৰামচন্দ্ৰৰ আশীৰ্বাদ ল'লে আৰু লৰালৰিকৈ গ'ল। কোৱা দৰে নদীত নাওঁ খন দেখিলে আৰু তাত বহি দিলে নাওঁ খনে নিজে নিজেই সিহঁতক সিটো পাৰত থৈ আহিল।যাৰ পৰা সিহঁতি চিনাকি ঠাই দেখা পালে। সিহঁতি ভালদৰে ঘৰ গৈ পালে আৰু ৰহস্যময় ৰাতিটো তাতে শেষ হৈ গ'ল।

সমাপ্ত

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages