মেনেজাৰ কিশোৰ খাই বৈ শুবলৈ যাওঁতে তেওঁলে ফোন আহিল কোনোবা অচিনাকি নম্বৰৰ পৰা!!( Assamese Storyboard )
"হেল্ল' কিশোৰ!!!"
"কিশোৰে ক'লে-"কোন তুমি??"
মই কোন বাদ দিয়া কিন্তু কোৱা পইচা ইনকম কৰিব খুজা নেকি?"
তোমাক ছোৱালীজনী বিয়া আৰু পঢ়াবলৈ বহুত পইচা জৰুৰী মই জানো!!
যদি তোমাক লগে মোৰ কাম এটাও কৰিব লাগিব !!
কি কাম??
কাকো একো কৰিব নালাগে আৰু তুমি যদি ৰাজি আছা মই কাইলৈ তোমাৰ অফিচলে যাম আৰু চিন্তা নকৰিবা মই তোমাক বিপদত পৰিবলৈ নিদিওঁ!!
তাৰ পাছত বহুত দেৰি ভাবি কিশোৰে হ'ব বুলি ক'লে!!
পিছদিনা নেহা তাৰ অফিচলৈ আহিল আৰু ক'লে-"আজিৰ দিনত ইমান ভাল হ'লে কাম নহ'ব !!অলপ স্বাৰ্থপৰ হ'ব শিকা!!
সি তাইৰ কথাত মান্তি হ'ল আৰু যিখন থালিত খাইছিল তাতে বিশ্বাস ঘাটকতা কৰিছিল!!( Assamese Storyboard )
তাৰ পাছত সি নেহাহঁতক সকলো তথ্য দিলে!!
আনফালে অশোক ও তাই প্ৰেমৰ জালত ফঁচাই আছিল!!
তাৰ পাছত সেইটো সময় আহিল যে তাই অশোকৰ পাৰ্টিলৈ গ'ল !! তাৰ পাছত তাই তাৰ লগত নাচিলে আৰু অলপ পিছত গুচি আহিলে!!
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in
(ধাৰাবাহিক খন প্ৰতি দিনে দিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment