নেহাই ক'লে-"কোন সেইজন ??? তোমালোকে কেনেকৈ চিনি পোৱা??"( Assamese Storyboard )
লগৰবোৰে ক'লে-"ডাঙৰ কোম্পানীৰ মালিক অশোক!!"
বহুত অহংকাৰী আমাৰ লগৰ মালিনীয়ে তাক ভাল পাইছিল আৰু তাই সেইকাৰণে নিজৰ প্ৰেমিককো এৰি তাক ভাল পাওঁ বুলি কৈছিল!! কিন্তু সি তাইৰ কথা নুশুনিলে!! এতিয়া আমি তাক নিচা দেখাব বিচাৰোঁ!!
তাৰ পাছত নেহাই সুধিলে -"বয়স কিমান তাৰ??"
প্ৰায় ৩৫-৩৬ বছৰ মান হ'ব!!
নেহাই ক'লে-"ইমান বয়স আৰু বিয়া পতা নাই!!"
আগতেই এজনী ভাল পাইছিল খালি তাই তাক ঠগি বেলেগ এটাৰ লগত বিয়া পাতি গুচি গ'ল!!
মালিনীয়ে ক'লে-"যদি সি তোক ভাল পাই এই হীৰাৰ চেইনডাল তোৰ!!"
কেইদিনমানৰ পাছত ৰক্তিমে চাকৰি ও পালে!! মালিকে ৰক্তিমক মাতি ক'লে-"আমাৰ কোম্পানীৰ ইমান লোকচান হৈছে তুমি যদি কিবা কৰি কোম্পানীটো আগবঢ়াই নিব পৰা তোমাৰ দৰমহা বঢ়াই দিম!!
ৰক্তিমে বুজি পোৱা নাছিল সি কি কৰিব !!সি সকলোবোৰ কথা নেহাক ক'লে-"নেহাই ক'লে ইমান ভাল খবৰ শুনাইছা!যি কৰিব কৈছে কৰা তোমাৰে ভাল!!
কিন্তু কেনেকৈ কৰিম!!
তুমি চিন্তা নকৰিবা মই যি কম তেনেকৈ কৰি যাবা আৰু তাৰ পাছত তুমি চাবা!!( Assamese Storyboard )
অশোকলে এখন কাৰ্ড পঠালে তাত লিখা আছিল অশোক তুমিয়ে মোৰ ভালপোৱা!!
অশোকে বহুত দেৰি চালে কিন্তু কাকো নেদেখিলে!!
আকৌ পাছদিনা এখন কাৰ্ড আহিল!! এনেদৰে কেইদিনমান পাৰ হৈ যোৱা পাছত আকৌ এখন চিঠি আৰু ফটো আহিল!! ফটোখনৰ ছোৱালী জনী বহুত ধুনীয়া আছিল!!
সি তাইক দেখি প্ৰেমত পৰিল আৰু এটা পাৰ্টীৰ আয়োজন কৰি তাইক মাতিলে আৰু তাইৰ বাবে অপেক্ষা কৰি থাকিল!!
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in
(ধাৰাবাহিক খন প্ৰতি দিনে দিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment