এগৰাকী সুন্দৰী, তিনিটা ৰহস্যময় হত্যাকাণ্ড ( খণ্ড ১৮ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 24, 2021

এগৰাকী সুন্দৰী, তিনিটা ৰহস্যময় হত্যাকাণ্ড ( খণ্ড ১৮ ) : Assamese Storyboard

Assamese Storyboard

 

বৃস্তি গুৱাহাটীৰ পৰা ঘৰলৈ গুচি গ'ল আৰু মনত ৰক্তিমক ভৰাই লৈ গ'ল!! এতিয়া তাইৰ জীৱনটোলে বহুত ডাঙৰ পৰিৱৰ্তন আহিল!!( Assamese Storyboard )


তাই আগৰে দৰে মন মাৰি নথকা হ'ল!!তাই আজি কালি হাঁহি মাতি পাৰ কৰা হ'ল!!


এতিয়া তাই দিনতে সপোন দেখা হ'ল!! তাইৰ আত্মবিশ্বাস লাহে লাহে বাঢ়ি আহিল!!


তাই নেহাতকে  পঢ়া-শুনাত বহুত চুকা আছিল আৰু এতিয়া তাই লাহে লাহে সাজুন কাচোন ও কৰিবলৈ ধৰিছিল!!


তাই আজি কালি অকল ভাবি থাকে সি কেতিয়া আহিব !!মোক আহিম বুলি প্ৰতিশ্ৰুতি দিছিল!!


লাহে লাহে বছৰ বাগৰিব ধৰিলে আৰু সি অহা নাছিল!!


এদিন তাই মন মাৰি বহি আছিল আৰু কোনোবাই তাইৰ চকুজোৰ পিছফালৰ পৰা হাতে ধাকি ধৰিলে!!



তাৰ পাছত তাই হাতখন আঁতৰাই দিলে আৰু দেখিলে এটা ধুনীয়া সুস্থ-পুষ্ট ল'ৰা তাইৰ সন্মুখত ৰৈ আছিল !!


তাই আগৰ দৰে হৈ থকা নাছিল তাইয়ো দেখিবলৈ বহুত ধুনীয়া হৈ গৈছিল আৰু ৰক্তিমে তাইক বহুত দেৰি চাই থাকিলে!!


বৃস্তি ৰক্তিমক দেখি বহুত  আনন্দিত হ'ল আৰু তাই সুধিলে-"নেহা ক'ত??"


তাইয়ো আহিছে এতিয়া আমি বহুত স্ফূৰ্তি কৰিম!!মায়ে মোক ইয়ালৈ আহিবলৈ দিয়া নাছিল!!( Assamese Storyboard )


নেহাহঁতৰ খুৰীয়ে ক'লত হে মোক আহিব দিছে!!


তিনিওটাই বহুত স্ফূৰ্তি কৰিলে আৰু বহুত ফুৰিলে!! নেহাই গিটাৰ  বজাই আৰু সিহঁতি শুনে !! এনেদৰে ছুটি শেষ হ'ব হ'ল আৰু সময়ো পাৰ হয় গ'ল!!


নেহাহঁত যাবলৈ উলাল আৰু ৰক্তিমে বৃস্তিৰ কাণত ক'লে-"আই লভ ইউ" তাৰ পাছত একো নোকোৱাকৈ গুচি গ'ল!!


এনেদৰে সিহঁতৰ ভাল পোৱা মনে মনে আগবাঢ়ি গৈ থাকিল আৰু সিহঁতৰ কলেজো শেষ হ'ব হ'ল!!


কিন্তু নেহাই বৃস্তি আৰু ৰক্তিমৰ ভাল পোৱা কথা গম পোৱা নাছিল আৰু তাই গম পোৱা হ'লে কিবা নহয় কিবা কৰিলে হেঁতেন!!  


কাৰণ নেহাৰ বিয়া ৰক্তিমৰ লগত দেউতাকহঁতে আগতেই ঠিক কৰি থৈছিল!!


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in


(ধাৰাবাহিক খন প্ৰতি দিনে দিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল । 
( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages