জানো আহক আজিৰ ৰাশিফল : Assamese Horoscope - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 2, 2021

জানো আহক আজিৰ ৰাশিফল : Assamese Horoscope


১৬শাওণ, সোমবাৰ ,ইং ২ আগষ্ট,২০২১।  ( Assamese Horoscope )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্মত যোগাযোগ হব লগতে আজি আপোনাৰ শত্ৰু নাশ  হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত উন্নতি হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য হতাশাৰ ভাৱ বাঢ়িব পাৰে লগতে অৰ্থ নাশ হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব ,প্ৰেমত শুভ হব, যদিও আজি সজাগ নহলে আপুনি প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, সামান্য ব্যয় বাঢ়িব পাৰে  লগতে আজি সজাগ নহলে আপোনাৰ সামান্য স্বাস্থ্যৰ দিশটো অৱনতি হোৱাটো যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি কৰ্মত সজাগ নহলে বন্ধুৰ লগত সামান্য ভুল বুজাবুজি হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ধন সন্মান লাভ হব, কৰ্মত নতুন যোগান হব, লগতে আজি আপোনাৰ মনত শান্তি বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।( Assamese Horoscope )

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত ধন আগমন বাঢ়িব, মনৰ আশা পুৰণ হব, লগতে আজি আপোনাৰ অৰ্থ লাভ  হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, ৰোগাৰোগ্য হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত আনৰ সহায় লাভ হব, কৰ্মত সফল হব, লগতে আজি আপোনাৰ ধন সম্পদ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, কৰ্মত আনৰ সহায় সহযোগিতা লাভ হব, লগতে আজি আপুনি সজাগ নহলে  শৰীৰত সামান্য ৰোগ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত সামাজিক সন্মান লাভ হব, যদিও আজি সজাগ নহলে আপোনাৰ মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি  হব পাৰে আজি  কৰ্মত সিদ্ধান্ত গ্ৰহণ কৰোঁতে সজাগ  হোৱাটো ভাল হব।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব যদিও সজাগ নহলে আপোনাৰ শৰীৰত সামান্য অৱসান ভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Assamese Horoscope

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Assamese Horoscope )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages