১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পদ লাভ হব , বন্ধু লাভ হব লগতে আজি আপোনাৰ কৰ্মত যোগাযোগ হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন লাভ হব, কৰ্ম ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি অচিনাকী ব্যক্তিৰ লগত লেন দেন কৰোঁতে সাৱধান হোৱাটো ভাল হব।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ যদিও সামান্য সমস্যা বাঢ়িব পাৰে লগতে আজি সজাগ নহলে আপোনাৰ মনত সামান্য চিন্তা হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সজাগ নহলে সামান্য ক্ষতি হব পাৰে লগতে আজি সজাগ নহলে সামান্য মিচা অপৱাদ পাৱ পাৰে যদিও আপুনি আজি ঋণ পৰিশোধৰ এটা সুযোগ লাভ হোৱাটো যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, আলহীৰ আগমন হব পাৰে লগতে আজি আপোনাৰ।শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, সম্পদ লাভ হব, যদিও আজি সজাগ নহলে আপোনাৰ কৰ্মত সামান্য জতিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত পাৰিবাৰিক সুখ বৃদ্ধি হব যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ( Assamese Horoscope )
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন লাভ হব, সন্মান লাভ হব, ৰোগাৰোগ্য হব যদিও আজি আপুনি সজাগ নহলে প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ যোগা দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত কৰ্মত যশস্যা বাঢ়িব, মনৰ আশা পুৰণ হব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আজি জেষ্ঠ্য জনৰ সহায় সহযোগ লাভ হব, দ্ৰব্য লাভ হব, যদিও আজি সজাগ নহলে আপোনাৰ সামান্য স্বাস্থ্য হানি হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত ক্ষেত্ৰত সফল হব, ভ্ৰমণত সফল হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়ি যদিও আজি আপুনি সজাগ নহলে মনটোত সামান্য অস্থিৰতা আহিব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
No comments:
Post a Comment