জানো আহক আজিৰ ৰাশিফল : Assamese Horoscope - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 1, 2021

জানো আহক আজিৰ ৰাশিফল : Assamese Horoscope


১৫শাওণ, ৰবিবাৰ ,ইং ১ আগষ্ট,,২০২১।  ( Assamese Horoscope )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত ধন সম্পদ লাভ হব , বন্ধু লাভ হব লগতে আজি আপোনাৰ কৰ্মত যোগাযোগ  হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন লাভ হব, কৰ্ম ব্যস্ততা বাঢ়িব, যদিও  আজি আপুনি অচিনাকী ব্যক্তিৰ লগত লেন দেন কৰোঁতে সাৱধান হোৱাটো ভাল হব। 

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ যদিও সামান্য সমস্যা বাঢ়িব পাৰে লগতে আজি  সজাগ নহলে আপোনাৰ মনত সামান্য চিন্তা হোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সজাগ নহলে সামান্য ক্ষতি হব পাৰে লগতে আজি সজাগ নহলে সামান্য মিচা অপৱাদ পাৱ পাৰে যদিও আপুনি আজি ঋণ পৰিশোধৰ এটা সুযোগ লাভ হোৱাটো যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, আলহীৰ আগমন হব পাৰে লগতে আজি আপোনাৰ।শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত সঞ্চয় বাঢ়িব, সম্পদ লাভ হব, যদিও আজি সজাগ নহলে আপোনাৰ কৰ্মত সামান্য জতিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত পাৰিবাৰিক সুখ বৃদ্ধি হব যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। ( Assamese Horoscope )

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন লাভ হব, সন্মান লাভ হব, ৰোগাৰোগ্য হব যদিও আজি আপুনি সজাগ নহলে প্ৰতাৰণাৰ সন্মুখীন  হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত যশস্যা বাঢ়িব, মনৰ আশা পুৰণ হব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আজি জেষ্ঠ্য জনৰ সহায় সহযোগ লাভ হব, দ্ৰব্য লাভ হব, যদিও আজি সজাগ নহলে আপোনাৰ সামান্য স্বাস্থ্য হানি   হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত ক্ষেত্ৰত সফল হব, ভ্ৰমণত সফল হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়ি যদিও আজি আপুনি সজাগ নহলে মনটোত সামান্য অস্থিৰতা আহিব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Assamese Horoscope

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Assamese Horoscope )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages