উৎকট গৰমত আপুনিও ঘৰলৈ কেঞ্চাৰক নিমন্ত্ৰণ কৰি আছে নেকি ? Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 10, 2021

উৎকট গৰমত আপুনিও ঘৰলৈ কেঞ্চাৰক নিমন্ত্ৰণ কৰি আছে নেকি ? Assamese Health Tips

 

Assamese Health Tips

ঘৰে ঘৰে এইবিধ পানীৰ টেংকী আজিকালি বহুলভাবে ব্যৱহাৰ কৰিব লৈছে অসমত । কম দামত পোৱা বাবেই হওক বা আন কাৰণতেই হওক এইধৰণৰ সহজলভ্য বস্তুবোৰৰ প্ৰতি আমাৰ জনসাধাৰণ আকৰ্ষিত হৈ আহিছে ।(Assamese Health Tips)

Assamese Health Tips

আজি অসমত যিধৰণে কেঞ্চাৰ বাঢ়িব ধৰিছে , তাৰ এটা কাৰণ প্লাষ্টিক বা প্লাষ্টিকৰ বস্তু সেৱন কৰাটোও । 


আপোনাৰ ঘৰত থকা পানীৰ টেংকীটোও কেঞ্চাৰৰ কাৰক হব পাৰে , যদি আপুনি প্লাষ্টিকৰ টেংকী ব্যৱহাৰ কৰিছে ।

অকল কেঞ্চাৰ নহয় , আন কিছুমান ভয়ংকৰ ৰোগৰো কাৰক হব পাৰে এই প্লাষ্টিকৰ টেংকীৰ পানী ।


নুপুংসকতা , হাঁপানী , টিবি , হাৰ্টৰ সমস্যা , নাৰ্ভৰ সমস্যা , ছালৰ কৰ্কট ৰোগ  , গৰ্ভৱতী মাতৃৰ গৰ্ভ নোৰোৱা , শিশুৰ মানসিক বিকাশ নোহোৱা , শাৰীৰিক ভাবে অক্ষম হৈ জন্ম লোৱা আদিৰো কাৰক হব পাৰে এই প্লাষ্টিকৰ টেংকীৰ পানী । (Assamese Health Tips)


সাধাৰণতে ঘৰৰ ওপৰত ৰখা হোৱা বাবে ৰ'দত উত্তপ্ত হৈ ইয়াৰ পৰা ৰাসায়নিক দ্ৰব্য নিৰ্গত হৈ আমি খোৱা পানীত আহি পৰে আৰু ই ৰোগৰ সৃষ্টি কৰে ।

পৃথিৱীৰ উন্নত দেশসমূহত এই ধৰণৰ প্লাষ্টিকৰ টেংকী নিষেধাজ্ঞা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা । কিন্তু ভাৰতত ইয়াৰ ৰমৰমীয়া ব্যৱসায় কৰি আছে একাংশ উদ্যোগপতিয়ে । 

চৰকাৰে বন্ধ নকৰিলেও যদি আপুনি আপোনাৰ পৰিয়ালৰ মংগল বিচাৰে , তেন্তে নিজে এইটো ব্যৱহাৰ কৰা বন্ধ কৰিব পাৰে ।


জনস্বাৰ্থৰ বাবে ঘৰে ঘৰে পাব পৰাকৈ সকলোৱে share কৰে যেন ।

Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। (Assamese Health Tips)

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages