এই কেইটা কাৰণতে বৃদ্ধি পাইছে নেকি কেঞ্চাৰ ৰোগ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 7, 2021

এই কেইটা কাৰণতে বৃদ্ধি পাইছে নেকি কেঞ্চাৰ ৰোগ : Assamese Health Tips

Assamese Health Tips


সোণালী বান্দ্ৰে - কেঞ্চাৰ 

ইৰফান খান - কেঞ্চাৰ 

মনিশা কৈৰালা - কেঞ্চাৰ 

যুৱৰাজ সিং - কেঞ্চাৰ 

অনুৰাগ বসু - ব্লাড কেঞ্চাৰ 

মুমতাজ - কেঞ্চাৰ 

তাহীৰা কাশ্যপ - কেঞ্চাৰ 

ৰাকেছ ৰোচন - কেঞ্চাৰ 

লিছা ৰয় - কেঞ্চাৰ 

ৰাজেশ খান্না - কেঞ্চাৰ 

বিনোদ খান্না - কেঞ্চাৰ 

নাৰগীস - কেঞ্চাৰ 

ফিৰোজ খান : কেঞ্চাৰ 

Tom alter - কেঞ্চাৰ 


এইসকল সেইখন সমাজৰ মানুহ , যিসকলৰ টকা পইচাৰ কোনো অভাৱ নাই  । (Assamese Health Tips)


খাদ্য সদায় dietician ৰ পৰামৰ্শ মতেহে সেৱন কৰিছিল ।  

AC লগোৱা ফাৰ্মৰ গৰুৰ গাখীৰ খাইছিল । সদায় বটলত ভৰোৱা পানী খাইছিল ।নিয়মীত gym গৈছিল ।


নিয়মীত শৰীৰৰ পৰীক্ষা নিৰীক্ষা কৰাইছিল । সকলোৰে নিজৰ ব্যক্তিগত highly qualified doctor  আছিল 24 ঘণ্টাই । 


এতিয়া প্ৰশ্ন হয়  নিজৰ শৰীৰৰ ইমান যত্ন লোৱাৰ পিছতো কিয় ইমান ডাঙৰ ৰোগ হব পালে । 


কিয়নো এওঁলোকে প্ৰাকৃতিক বস্তুৰ সেৱন বহুত কম কৰিছিল । হয়তো একেবাৰেই নকৰিছিল । আমাক প্ৰকৃতিয়ে যিধৰণে দিছে , ঠিক সেইদৰেই আমি সেইবোৰ গ্ৰহণ কৰিব লাগে । তেতিয়া কোনো লোকচান নহয় শৰীৰৰ । 


আপুনি যিমানেই মাজা , ফ্ৰুটি আদি খাওঁক । আপোনাক আমৰ আচল গুণ কেতিয়াও দিব নোৱাৰে । 


আমি কুঁৱাৰ পৰা খোৱা পানী বটলৰ পানী বা RO পানীতকৈ লাখ গুনেই বেছি ভাল । বটলৰ পানীয়ে কেতিয়াও কুঁৱাৰ পানীৰ গুণ দিব নোৱাৰে আপোনাক । 


আপুনি নিজৰ সন্তানটোক সৰুৰে পৰাই এনেকুৱা ঠাইত ৰাখে যত এটা সামান্য বীজানুও নাথাকে । ডাঙৰ হোৱাৰ পিছত তেতিয়া সি বাহিৰত সামান্য জ্বৰ হলেও সহন কৰিব নোৱাৰে । কিয়নো বীজাণুৰ বিৰূদ্ধে যুঁজিব পৰা শক্তিৰ বিকাশ নহয়েই ।


সদায় প্ৰাকৃতিক বস্তু সেৱন কৰক , প্ৰকৃতিৰ লগত সহবাস কৰক , প্ৰকৃতিয়ে যেনেকৈ দিছে , তেনেকৈয়ে সেৱন কৰক । 


হিন্দু শাস্ত্ৰ মতে খাদ্যৰ প্ৰতিটো কণতে ভগৱান বিৰাজমান ।  ভগৱান মানে ব্ৰহ্মা - বিষ্ণু আৰু মহেশ্বৰ । (Assamese Health Tips)


ধৰি লওঁক ধান এটাৰ কথা । ধানটোত  ভিতৰত থকা চাউলৰ অংশ হল বিষ্ণু অৰ্থাৎ পালন কর্তা , বাকলি হল মহেশ্বৰ বা ৰক্ষা কর্তা আৰু অংকুৰতো হল ব্ৰহ্মা বা সৃষ্টি কর্তা । 


এই ধানটোৰ প্ৰতিটো অংশ আমি খোৱাৰ দৰকাৰ । যদি আমি polish কৰা চাউল খাওঁ , তেন্তে ইয়াৰ কেৱল এটা উপাদান পাওঁ আমি । যিটো আমাৰ শৰীৰৰ বাবে অনিষ্টকাৰী । ই বহুত সোনকালে আমাৰ শৰীৰত ৰোগৰ সৃষ্টি কৰে ।  সেইবাবে আগৰ  মানুহে চাউল উহোৱা খাইছিল ।  যিটো পদ্ধতিত এটা সম্পূৰ্ণ অন্ন হৈছিল । 


ঠিক সেইদৰে আমি খোৱা ফল- মূল , শাক পাচলি আদি প্ৰতিটো বস্তুতে ভগৱান বিৰাজমান । যিদৰে বিজ্ঞানৰ ভাষাত Electron -proton আৰু neutron বুলি কয় । প্ৰতিটো পদাৰ্থত এই তিনিটা বস্তু থাকে । 


গতিকে যিমান পাৰে ফল মূল , শাক পাচলি  আদি বাকলি নুগুছাকৈ খাবলৈ চেষ্টা কৰক ।

Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। (Assamese Health Tips)

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages