প্ৰিয় পাঠক সকল,আজি আপোনালোকক এনে ৫বিধ ঔষধৰ নাম ক'ম যিবিলাক মৃত্যুৰ দ্বিতীয় এটি নাম।তাৰ পিছতো মানুহে সেইবিলাক গ্ৰহণ কৰে।( Assamese Fact )
আমি সকলোৱে বেমাৰ হ'লে ডাক্তৰৰ ওচৰলৈ যাও আৰু ডাক্তৰে যি ঔষধ দিয়ে তাকে খাই আমাৰ বেমাৰ ভাল হৈ যায়।কিন্তু কেতিয়াবা এই ঔষধ আপোনাৰ বাবে ক্ষতিকাৰকো হ'ব পাৰে।
এই ঔষধ সমূহ কেৱল ভাৰততে পোৱা যায়,আনহাতে আন দেশ সমূহ এই ঔষধবোৰ ব্যৱহাৰ কৰাত প্ৰতিবন্ধক লগাই থোৱা আছে।
১)ডিচপ্ৰিন(Disprin)-
যেতিয়া কোনো মানুহৰ মূৰৰ বিষ হয়,তেওঁ disprin teblet খাই।আৰু বহুতো লোকে ডাক্তৰক নেদেখোৱাকৈও ইয়াক খাই।কিন্তু বিদেশত এইটো খোৱাৰ ওপৰত প্ৰতিবন্ধক লগাই থোৱা আছে।কিয়নো ইয়াৰ বহুত বেছি ঋণাত্মক প্ৰভাৱ আছে।
২)ডিক'ল্ড(D'cold)-
সাধাৰণতে চৰ্দিৰ পৰা হাত হাৰিবলৈ এইবিধ ঔষধ গ্ৰহণ কৰা হয়।কিন্তু ঠাণ্ডা আৰু ফ্লুৰ পৰা বাছিবলৈ খোৱা এই টেবলেটে কিডনী বা বৃক্কৰ লগত জড়িত বেমাৰৰ সৃষ্টি কৰিব পাৰে।
৩)ভিক্স(Vicks)-
ভিক্সৰ বিষয়ে সকলোৱে জানে।মূৰৰ বিষ বা জ্বৰ সকলোতে ভিক্সৰ ব্যৱহাৰ কৰে।কিন্তু ইউৰোপিয়ান দেশবোৰত ইয়াক সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে।কিয়নো ইয়াৰ ঋণাত্মক প্ৰভাৱ বহুত ভয়াবহ বুলি জনা যায়।কিন্তু ভাৰতত ইয়াক সকলোৱে ব্যৱহাৰ কৰে।( Assamese Fact )
৪)নিমেচুলাইড(Nimesulide)-
Nimesulide ভাৰতত ব্যৱহাৰ হোৱা এটা বিষ নিৰাময়ক টেবলেট।যেতিয়াই আপোনাৰ শৰীৰত বিষ হয় আপুনি চিকিৎসালয়লৈ গ'লেই ডাক্তৰে আপোনাক এই ঔষধ দিয়ে।কিন্তু এই ঔষধ আমেৰিকা,কানাডা,ব্ৰিটেইন আদিৰ দেশত নিষিদ্ধ কৰি থোৱা আছে।কিয়নো ইয়াৰ ইমান বেছি ঋণাত্মক প্ৰভাৱ আছে যিয়ে যকৃতৰ ক্ষতি কৰিব পাৰে।
৫)মেটফৰ্মিন(Metformin)-
যেতিয়াই মানুহৰ ডায়েবেটিছ বা ৰক্তচাপ আদিৰ দৰে বেমাৰ হয় তেতিয়াই Metformin ৰ ঔষধ ব্যৱহাৰ কৰা দেখা যায়।কিন্তু এই ঔষধো বহু দেশত নিষিদ্ধ কৰি থোৱা আছে,কিয়নো এই ঔষধ বহু ধৰণে বেয়া ব্যৱহাৰ কৰা হয়।
বন্ধুসকল এইয়াই আছিল এনে ৫বিধ ঔষধ যাক ভাৰতত ব্যৱহাৰ কৰা হয় কিন্তু আন দেশত ইয়াক নিষিদ্ধ কৰি থোৱা আছে।লগতে এই ঔষধ সমূহ আমাৰ স্বাস্থ্যৰ বাবেও অপকাৰী।
এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে।
No comments:
Post a Comment