আাপোনাৰ চেহেৰাও আপোনাৰ পিতৃ বা মাতৃৰ সৈতে মিলে নেকি ? Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 11, 2021

আাপোনাৰ চেহেৰাও আপোনাৰ পিতৃ বা মাতৃৰ সৈতে মিলে নেকি ? Assamese Fact

Assamese Fact

প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে  যদি কোনো যুৱতীৰ চেহেৰা তেওঁৰ দেউতাকৰ লগত মিলে আৰু কোনো যুৱকৰ চেহেৰা তেওঁৰ মাকৰ লগত মিলে তেতিয়া সামুদ্ৰিক শাস্ত্ৰৰ মতে ইয়াৰ অৰ্থ কি হয়Assamese Fact )।সামুদ্ৰিক শাস্ত্ৰত বিভিন্ন কথা উল্লেখ আছে । প্ৰাচীন কালত  ল'ৰা ছোৱালী বিয়াৰ বাবে সামুদ্ৰিক শাস্ত্ৰৰ সহায় লোৱা হৈছিল।সামুদ্ৰিক শাস্ত্ৰৰ অনুসৰি মানুহৰ চেহেৰা আকাৰে তেওঁৰ বিষয়ে বহুত কিবাকিবি ক'ব পাৰে।


এতিয়া জানো আহঁক চোন ইয়াৰ বিষয়ে-


১ঃ সামুদ্ৰিক শাস্ত্ৰৰ অনুসৰি যি ব্যক্তিৰ মূৰৰ আকাৰ বেছি ওখ তেনে ব্যক্তিয়ে সকলো সুখ সুবিধা লাভ কৰে। যি ব্যক্তিৰ মূৰৰ আকাৰ মধ্যমীয়া তেওঁলোকে পইচা -পাতি সহজে লাভ কৰিব পাৰে। আনহাতে যি ব্যক্তিৰ মূৰৰ আকাৰ আনতকৈ বেলেগ আৰু ডাঙৰ তেনে ব্যক্তিয়ে জীৱনত বহুত কষ্ট সহ্য কৰিব লগা হয়।Assamese Fact )


২ঃ এতিয়া জানো আহঁক চেহেৰাৰ আকাৰৰ বিষয়ে। ডিমৰ দৰে আকাৰৰ চেহেৰা যি ব্যক্তিৰ হয় তেওঁলোক আকৰ্ষণীয় হয় আৰু যাৰ লগত সম্পৰ্ক স্থাপন কৰে তাক এৰিব নিবিচাৰে। এওঁলোকৰ সোনকালে খঙ উঠে। দ্বিতীয়তে গোল মুখৰ চেহেৰাৰ ব্যক্তি সকল বহুত বুদ্ধিয়ক হয় আৰু খঙালো হয়। এনেধৰণৰ মহিলাসকলে নিজৰ মতে বেলেগক কাম কৰাব বিচাৰে। লগতে এওঁলোক ভাগ্যশালী হয় আৰু নিজৰ প্ৰসংশা শুনি ভাল পায়। তৃতীয়তে দীঘলীয়া মুখৰ চেহেৰাৰ ব্যক্তি সকলে নিজৰ মতে কাম কৰি ভাল পায়। এওঁলোকে কলা জগতটো নাম কমাব পাৰে।


এতিয়া জানো আহঁক মাক দেউতাকৰ লগত চেহেৰা মিলা অৰ্থ-

৩ঃ

Assamese Fact
শাস্ত্ৰৰ অনুসৰি যি পুৰুষ বা যুৱকৰ চেহেৰা মাকৰ লগত মিলে তেওঁ বহুত দীৰ্ঘদিন জীয়াই থাকে আৰু বহুত সুখ সুবিধা লাভ কৰে। আনহাতে যি যুৱতী বা মহিলাৰ চেহেৰা দেউতাকৰ লগত মিলে সেই মহিলাগৰাকী  বহুত  ভাগ্যশালী হয়। এনেকুৱা মহিলা যিখন ঘৰলৈ যায় সেইখন ঘৰলৈ সুখ আৰু শান্তি আহে।এনেকুৱা মহিলাই‌ কেতিয়াও কাকো‌ দুখ নিদিয়ে।

(এনে লেখা প্ৰতি দিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহপঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


1 comment:

Advertisement

Pages