হাতৰ ধন হৰুৱাব নিবিছাৰে যদি ভুলটো নকৰিব এই ভুল : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 28, 2021

হাতৰ ধন হৰুৱাব নিবিছাৰে যদি ভুলটো নকৰিব এই ভুল : Assamese Fact

Assamese Fact

যি ঘৰত ধন আৰু সম্পদৰ দেৱী মা লক্ষ্মীয়ে বাস কৰে, তেনে ঘৰত কেতিয়াও দৰিদ্ৰতাই দেখা নিদিয়ে। মা লক্ষ্মী হৈছে ভগৱান বিষ্ণুৰ পত্নী।Assamese Fact )

Assamese Fact
যাৰ উপাসনাই ঘৰলৈ ধন সম্পদ আৰু গৌৰৱ কঢ়িয়াই আনে। যদি মা লক্ষ্মী ৰুষ্ট হয় তেন্তে চৰম দৰিদ্ৰতাৰ সন্মুখীন হবলগীয়া হয়। মা লক্ষ্মী ৰুষ্ট হোৱাৰ কাৰণবোৰৰ ভিতৰত সঠিক পদ্ধতিত টকা গণনা কৰিব নজনাটোও হব পাৰে। শাস্ত্র অনুসৰি, আমাৰ ধনত লক্ষ্মী দেৱী বাস কৰে। ধনক কেৱল সেৱা কৰাই নহয় যদি আমি ধন ব্যৱহাৰত ভুল কৰোঁ তেতিয়াও মা লক্ষ্মী ৰুষ্ট হব পাৰে।সেয়ে এতিয়া জানো আহক টকা গণোতে নকৰিবলগীয়া কেইটামান ভুলৰ বিষয়ে, 


টকা গণনা কৰোঁতে নকৰিব এনে ভুল


১/থু ব্যৱহাৰ নকৰিব : বাস্তুৰ মতে, যদি আপোনাৰ ঘৰত যথেষ্ট টকা আছে, কিন্তু প্ৰয়োজনৰ সময়তে আপোনাৰ হাতৰ পৰা টকা ওলাই যায়, তেন্তে বুজি পাব যে এটা ডাঙৰ ক্ৰটি আছে। বাস্তুৰ মতে টকা গণনা কৰাৰ সময়ত কেতিয়াও থু ব্যৱহাৰ কৰিব নালাগে। এনে কৰিলে ধনৰ প্ৰতি অসন্মান প্ৰদৰ্শন হয়। যদি অধিক টকা গণোতে অসুবিধা হয়, তেতিয়া এটা বাটিত পানী লৈ হাতৰ আঙুলিত পাতলকৈ লগাই, পানীৰ সহায়ত টকাৰ গণনা কৰক। Assamese Fact )


২/খোৱা বস্তু নাৰাখিব : নোটৰ সৈতে আপোনাৰ পাৰ্চ বা ৱালেটত খাদ্য সামগ্রী নাৰাখিব। লগতে কেতিয়াও পাৰ্চত কোনো বাকী বিল বা ৰচিদ পাৰ্চত নাৰাখিব। আৰু যেতিয়াই টকা হাত বা পাৰ্চৰ পৰা মাটিত পৰে, ইয়াক হাতেৰে তুলি লৈ কপাঁলত লৈ সেৱা কৰাৰ পাছতহে আপোনাৰ পাৰ্চত ৰাখক। এনে কৰিলে বিত্তীয় লোকচানৰ সন্মুখীন হব বুলি বিশ্বাস কৰা হয়। 


৩/ৰাতি শুৱাৰ সময়ত ইয়াত টকা নাৰাখিব : ৰাতি শুই থাকোঁতে কেতিয়াও টকা মূৰৰ শিতানত নাৰাখিব। ৰাতি লক্ষ্মী দেৱী কধি বা গোমতী চক্রৰ সৈতে ঘৰৰ সুৰক্ষিত স্থান যেনে লকাৰ নাইবা আলমাৰীত ৰাখিব।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

No comments:

Post a Comment

Advertisement

Pages