অপায় অমংগল দূৰ হ'বৰ বাবে ভগৱান শ্ৰী কৃষ্ণৰ উপদেশ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 11, 2021

অপায় অমংগল দূৰ হ'বৰ বাবে ভগৱান শ্ৰী কৃষ্ণৰ উপদেশ : Assamese Fact

Assamese Fact

 মেকুৰীয়ে যাত্ৰা ভংগ কৰিলে অশুভ বুলি কিয় কোৱা হয়....? কিন্তু সকলো পৰিস্থিতিত মেকুৰীয়ে যাত্ৰা ভংগ কৰিলে অশুভ হয় জানো..??Assamese Fact )

Assamese Fact
আজি আমি মেকুৰীৰ বিষয়ে নজনা তথ্য কিছুমানৰ কথা কম। কিছুমান মানুহৰ ধাৰণা আছে যে মেকুৰীয়ে ৰাস্তা পাৰ হলে যাত্ৰা ভংগ হয় বুলি। এইবোৰ ধাৰণাৰ কাৰণে মেকুৰীয়ে ৰাস্তা ইপাৰ-সিপাৰ হ'লে কিছুমান মানুহে ৰাস্তাত ৰৈ দিয়ে আৰু তেওঁৰ পিছত অহা কোনোবা যাত্ৰীয়ে যাতে তেওঁতকৈ আগতীয়াকৈ সেই ঠাই পাৰ হৈ অশুভ শক্তিৰ নাশ কৰে,সেই বুলো বিশ্বাস কৰে। 


আচলতে সঁচা কথাটো হৈছে যে সকলো সময়তে মেকুৰীয়ে  ৰাস্তা পাৰ হোৱাটো অশুভ নহয়। মনা যায় যে, মেকুৰীয়ে যেতিয়া বাওঁ ফালৰ পৰা সোঁফাললৈ পাৰ হৈ যায় তেতিয়া অশুভ হয়। অন্য হাতেদি মেকুৰীয়ে ৰাস্তা পাৰ হোৱাটো অশুভ মনা নহয়।সাধাৰণতে কুকুৰৰ স্মৃতি শক্তিৰ নিচিনাকৈ মেকুৰীৰ স্মৃতি শক্তিও প্ৰখৰ হয়। সেইকাৰণে ভৱিষ্যতে হোৱা ঘটনা সমূহৰ অনুমান মেকুৰীয়ে আগতীয়াকৈ গম পায় আৰু মেকুৰীয়ে ৰাস্তা পাৰহৈ মানুহৰ লগত হব লগীয়া ঘটনাৰ পৰা  ৰক্ষা কৰে। Assamese Fact )


যদি কেতিয়াবা মেকুৰীয়ে বেলেগৰ পৰা আহি ঘৰত কান্দে তেতিয়া তাক অশুভ মনা হয়। তেতিয়া অনুমান কৰিব পাৰি যে আপোনাৰ ঘৰত কিবা অমংগল হ'ব পাৰে বা কাৰোবাৰ মৃত্যু হ'ব পাৰে। কিন্তু ইয়াৰ  বিপৰীতে যদি মেকুৰীয়ে আপোনাৰ ঘৰত আহি গাখীৰ খাই, মেকুৰীয়ে পোৱালি জন্ম দিয়ে তেতিয়া শুভ সংকেত দিয়ে। তেতিয়া আগ জাননী দিয়ে যে মহালক্ষ্মী আৰু ধনৰ আগমন হ'ব পাৰে বা মহালক্ষ্মীৰ আশীৰ্বাদ দিব পাৰে। 


Assamese Fact
ভগবান শ্ৰীকৃষ্ণৰ মতে অপায় অমংগল দূৰ হ'বৰ কাৰণে নিজ গৃহত প্ৰতিবছৰে এভাগী সত্য নাৰায়ণৰ পূজাৰ আয়োজন কৰিব লাগে।



(এনে লেখা প্ৰতি দিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহপঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages