কেৱল ৫ % লোকৰ হাতত হে থাকে এনে চিহ্ন : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 7, 2021

কেৱল ৫ % লোকৰ হাতত হে থাকে এনে চিহ্ন : Assamese Fact

Assamese Fact

কেতিয়াবা আপুনি ভাবিছে নে,যে আপোনাৰ হাতত M দৰে চিন আৰু নখত আধা চন্দ্ৰৰ দৰে চিন থাকে( Assamese Fact )। তাৰ কি অৰ্থ আৰু এই চিনবোৰ আপোনাৰ হাতত বা নখত কিয় থাকে। তেতিয়া হ'লে জানো আহঁক চোন ইয়াৰ বিষয়ে-


১ঃ প্ৰথমতে আমি জানো আহঁক নখত থকা আধা চন্দ্ৰৰ দৰে চিনৰ বিষয়ে। হস্তৰেখা শাস্ত্ৰৰ অনুসৰি যদি আপোনাৰ তৰ্জনী আঙুলিৰ নখত আধা চন্দ্ৰৰ দৰে চিন থাকে তেতিয়া তাক বহুত শুভ বুলি কোৱা হয়। লগতে আপুনি ভাগ্যশালী কাৰণ যাৰ  তৰ্জনী আঙুলিৰ নখত আধা চন্দ্ৰৰ দৰে চিন থাকে তেওঁ সোনকালেই জীৱনত সফল হয়। 


২ঃ মধ্যম বা ডাঙৰ আঙুলিটোৰ নখত আধা চন্দ্ৰৰ দৰে চিন। মধ্যম বা ডাঙৰ আঙুলিটোক শনিদেৱৰ আঙুলি বুলিও কোৱা হয়। কাৰণ এই আঙুলিটো বেলেগ আঙুলিবোৰতকৈ ডাঙৰ  । যদি কোনোবা ব্যক্তিৰ মধ্যম বা ডাঙৰ আঙুলিটোৰ নখত আধা চন্দ্ৰৰ দৰে চিন থাকে তেনেকুৱা ব্যক্তিয়ে মেচিন বা উদ্যোগিক কামত বেছি সোনকালেই সফলতা প্ৰাপ্ত কৰে।


৩ঃ সৰু বা কনিষ্ঠ আঙুলিৰ নখত যদি  আধা চন্দ্ৰৰ দৰে চিন থাকে তেনেকুৱা ব্যক্তিৰ ভৱিষ্যতে বহুত লাভ হ'ব লগা থাকে।


৪ঃ  বুঢ়া আঙুলিৰ নখত আধা চন্দ্ৰৰ দৰে চিন থকা ব্যক্তিসকল বহুত এলেহুৱা স্বভাৱৰ হয় আৰু নিজৰ কামবোৰ সহজতে কৰিব বিচাৰে আৰু এনেকুৱা ব্যক্তিয়ে কাকো হিংসা নকৰে।( Assamese Fact )


এতিয়া জানো আহঁক হাতত M দৰে থকা চিনৰ বিষয়ে-


যাৰ হাতত  M দৰে চিন থাকে তেওঁলোক বহুত সাহসী আৰু প্ৰতিদ্বন্দিতা মূলক কাম কৰি ভাল পায়। এওঁলোকে সমাজত মান সন্মান প্ৰতিষ্ঠা কৰিবলৈ বহুত কষ্ট কৰিব লগা হয়। এওঁলোকে সোনকালে কাকো বিশ্বাস নকৰে আৰু আত্মবিশ্বাসী হয় ।লগতে নিজৰ সফলতাৰ ৰাস্তা নিজেই বনাবলৈ বিচাৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


No comments:

Post a Comment

Advertisement

Pages