প্ৰিয় পাঠকসকল,আপোনালোকে জানেনে,হাৰ্ট এটেক হোৱা এমাহ আগতেই আমি কিছুমান সংকেত বা লক্ষণ দেখা পাঁও( Assamese Fact )।হাৰ্ট এটেক আজিৰ আধুনিক যুগত বহু লোকৰে হৈ থকা এটি বেমাৰ।আমাৰ খোৱা বোৱা,জীৱন প্ৰণালী,প্ৰদূষণ আদিৰ কাৰণে কেৱল বয়োজ্যেষ্ঠ খিনিয়েই নহয়,যুৱক সমাজো চিন্তিত হৈ আছে।হাৰ্ট এটেক হঠাৎ আহে আৰু বহুবাৰ মাৰাত্মকো হয়।কিন্তু এই বেমৰ সদায়ে হঠাতে নাহে।এটা গৱেষণাৰ মতে ইয়াৰ সংকেত বা লক্ষাণ এমাহৰ আগতেই দেখা দিবলৈ ধৰে।যদি এই সংকেত খিনিক ভালদৰে বুজি পোৱা যায় আৰু সাৱধান হৈ থাকে তেন্তে হাৰ্ট এটেকৰ পৰা হ'ব পৰা গভীৰ পৰিণামৰ পৰা হাত হাৰিব পাৰিব।
এই লেখাটোৰ জৰিয়তে আপুনি জানিব পাৰিব হাৰ্ট এটেক অহাৰ এমাহ আগতেই কি কি লক্ষণ বা সংকেতে দেখা দিয়ে।
১)পৰিশ্ৰম নকৰাকৈয়ে ঘাম ওলোৱা-
পৰিশ্ৰম নকৰাকৈয়ে বা এনেয়ে যদি আপোনাৰ ঘাম ওলাইছে তেন্তে আপুনি সাৱধান হওক।এইয়া হাৰ্ট এটেকৰ লক্ষণ।প্ৰকৃততে যেতিয়া হৃদয়ৰ ধমনীত বাধা আহে,তেতিয়া শৰীৰক হৃদয়লৈ তেজ কঢ়িয়াবলৈ অতিৰিক্ত কষ্ট কৰিব লগা হয়।এই হেঁচাত শৰীৰৰ তাপমাত্ৰা সমান ৰাখিবলৈ বেছি ঘাম ওলাই।
2)তেজৰ পৰিবহণ কম হোৱা-
যদি আপোনাৰ বাৰে বাৰে মূৰ ঘুৰাই বা নিম্ন ৰক্তচাপ সমস্যা হয় তেন্তে ইয়াক গুৰুত্ব নিদিয়াকৈ নাথাকিব,ধমনীবুৰত বাধা হোৱাৰ কাৰণে শৰীৰত তেজৰ পৰিৱহণ কমকৈ হয় আৰু এইবাবেই শৰীৰত দুৰ্বল,হতাশা,মূৰ ঘুৰোৱা আদিৰ দৰে সমস্যা হয়।
৩)বুকুত বিষ হোৱা-
বুকুত একেৰাহে বিষ হৈ থকা,উত্তেজনা,উশাহ লোৱাত কষ্ট আদিক গুৰুত্ব নিদিয়াকৈ নাথাকিব।এইয়া হাৰ্ট এটেকৰ প্ৰাৰম্ভিক চিন হ'ব পাৰে।( Assamese Fact )
৫)ভৰি জ্বলন হোৱা বা জিনজিনোৱা-
যেতিয়া হৃদয়ে শৰীৰৰ সকলো অংশলৈকে তেজ পঠিয়াবলৈ অধিক পৰিশ্ৰম কৰিব লগা হয়,তেতিয়া শৰীৰৰ সিৰাবোৰ ফুলি যায়,ইয়াৰ ফলত শৰীৰৰ কিছু অংগত যেনে ভৰি,আঁঠুত জ্বলন আৰম্ভ হয়।
৬)চৰ্দি,জ্বৰ আদি লক্ষণ-
বহুত বেছি ঠাণ্ডা লগা,নাকৰ পানী ওলোৱা,জ্বৰ হোৱা,আদিও হাৰ্ট এটেকৰ লক্ষণ।এইবিলাক এইকাৰণেই হয় যে হাৰ্ট এটেকৰ আগে আগে শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা শেষ হৈ যায়।
৭)এচিডিটিৰ দ্বাৰা দুমোজাত নপৰিব-
পেটত বিষ,পেট পোৰা এই সকলোবোৰৰ পৰা মানুহ দুমোজাত পৰে।এনে সমস্যাও হাৰ্ট এটেকৰ লগত জড়িত থাকে।
৮)শৰীৰৰ অঁকৰা হোৱা-
হাত বা কান্ধ বাৰে বাৰে অঁকৰা হৈ যোৱা,দাঁত গধুৰ লগা বা বিষ আদিও হাৰ্ট এটেকৰ লক্ষণ হয়।
যদি এইবোৰৰ ভিতৰত আপোনাৰ শৰীৰত এটা লক্ষণেও দেখা দিয়ে তেন্তে আপুনি সাৱধান হওক আৰু উপযুক্ত চিকিৎসাৰ সহায়ত হাৰ্ট এটেকৰ পৰা হাত হাৰি থাকক।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
No comments:
Post a Comment