আপোনাত যোৰাও মিলিছে নেকি এই কেইটা নামৰ ভিতৰত : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 6, 2021

আপোনাত যোৰাও মিলিছে নেকি এই কেইটা নামৰ ভিতৰত : Assamese Fact

Assamese Fact


প্ৰিয় পাঠকসকল আজি আমি এনে পাঁচটা যোৰাৰ বিষয়ে কম যিকেইটা কেতিয়াও এৰা এৰি নহয় আৰু সদায় ইটোৱে সিটোৰ লগ দিয়ে( Assamese Fact )। জীৱনত প্ৰেমৰ অনুভৱ নহ'লে জীৱনটো আধৰুৱা হৈ পৰে। প্ৰেমৰ বহুত মান্যতা আছে। কিন্তু তাৰ ভিতৰত এটা সম্পৰ্ক হ'ল জীৱন সংগীৰ। যাৰ লগত মানুহে একেলগে জীয়াই থকাৰ শপত গ্ৰহণ কৰে। জীৱনত সকলো সম্বন্ধ শেষ হৈ গ'লেও এটা আশা থাকে যে আপোনাৰ জীৱন সংগীয়ে আপোনাৰ লগ দিব। আজিকালি সঁচা ভাল পোৱা পাবলৈ বহুত টান। আজি কালি সকলো সলনি হৈ গৈছে।  ইচ্ছা আৰু আশা বাঢ়ি গৈছে। কিন্তু জ্যোতিষ শাস্ত্ৰয়ে কি কয় এইয়া জানো আহঁক-


 কোৱা হয় যে যোৰা ভগৱান ঘৰতে ঠিক হৈ আহে। কিন্তু তাক ধৰি ৰখাতো মানুহৰ হাতত হে থাকে। এনেকুৱা কিছুমান কথা চাই  জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে যে কিছুমান এনে ৰাশি আছে যিয়ে ইটোৰ সিটোৱে লগ দিয়ে  আৰু সেই কাৰণে তেওঁলোকক বহুত ভাল জীৱন সংগী বুলি কোৱা হয়। তেতিয়া হ'লে জানো আহঁক চোন কেনেধৰণৰ নামৰ মানুহ ইটোৰ সিটোৰ বাবে ভাল জীৱন সংগী হয়- 


১ঃ H আৰু J নামৰ যোৰা । এই ব্যক্তিসকলে নিজৰ জীৱন সংগীৰ ওপৰত বহুত বিশ্বাস কৰে আৰু বহুত মৰমো কৰে। এই দুটা নামৰ ব্যক্তিসকলৰ মাজত কাজিয়া কম দেখা যায়।  ইটোৱে সিটোক বুজি পায়। তেওঁলোকৰ মাজত সম্পৰ্ক বহুত মজবুত হয়।


২ঃ A আৰু S নামৰ যোৰা। এওঁলোকে এবাৰ যদি ইটোৱে সিটোক লগ দিয়ে কেতিয়াও এৰি নিদিয়ে আৰু সদায় ইটোৱে সিটোক লগ দি থাকে। প্ৰেমৰ ক্ষেত্ৰত এওঁলোকক বহুত ভাল বুলি কোৱা হয় আৰু নিজৰ জীৱন সংগীৰ লগ সদায় দিয়ে।  এওঁলোকে ইটোৱে সিটোক সকলো কথা ক‌য় আৰু এওঁলোকৰ মাজত সদায় বিশ্বাস থাকে ।ইটোৱে সিটোক বহুত বিশ্বাস কৰে।( Assamese Fact )


৩ঃ B আৰু M নামৰ যোৰা। এওঁলোকে কেতিয়াও ইটোৱে সিটোক বিশ্বাস ঘাটকতা নকৰে। এওঁলোকে যদি ইটোৱে সিটোক লগ দিম বুলি ধৰি লয় সেই সম্পৰ্ক জীৱন ভৰ মজবুত হয় থাকে। সেই কাৰণে এওঁলোকক ভাল জীৱন সংগী বুলি কোৱা হয়।


৪ঃ K আৰু T নামৰ যোৰা। এওঁলোকে ইজনে সিজনক মৰম বহুত কৰে আৰু নিজৰ জীৱন সংগীৰ লগ দিবলৈ সদায় আগবাঢ়ি আহে। যদি এওঁলোকৰ এজন সম্পৰ্ক বজায় ৰখাত দূৰ্বল হৈ পৰে আনজনৰ মৰমে ‌তেওঁলোকক সদায় সম্পৰ্ক বজায় ৰখাত সহায় কৰে।


৫ঃ  R আৰু P নামৰ যোৰা। তেওঁলোকে সদায় নিজৰ জীৱন সংগীৰ সুখৰ বাবে যিকোনো কাম কৰিব আগবাঢ়ি আহে। এওঁলোকৰ মাজত সন্দেহ ভাৱ নাথাকে আৰু সদায় ইটোৱে সিটোৰ লগত থাকে।

 

সেই কাৰণে এওঁলোকক ভাল জীৱন সংগী বুলি কোৱা হয়।যদি আপোনাৰ বা আপোনাৰ দ্বাৰা পৰিচিত কোনো ব্যক্তিৰ জীৱনত এই কথা সমূহৰ মিল আছে তেন্তে অনুগ্ৰহ কৰি কমেণ্টবক্সত জনাই যেন,ধন্যবাদ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


2 comments:

  1. জ, ৰু ৰ নামৰ ব্যক্তি যদি বিবাহ হয় যোৰা মিল হয় নহয় জনাব চোন যদি নহয় কি কৰিলে , সংসাৰ বিবাদ বোৰ শেষ হ'ব অনুগ্ৰহ কৰি জনাব

    ReplyDelete

Advertisement

Pages