আয়ুৰ্বেদত তুলসী গছক ঔষধি গুণৰ খাজনা বা ভাণ্ডাৰ বুলি কোৱা হয়।এই পবিত্ৰ গছজোপাৰ বহু ধাৰ্মিক মহত্বও আছে।( Assamese Fact )বহুত বছৰৰ আগৰ পৰা মুখ্য ৰূপে ইয়াৰ ব্যৱহাৰ ঘৰুৱা কামকাজত কৰা হয়। তুলসী গছৰ পাত চাহত দি,ৰস আৰু গুৰি কৰি বিভিন্ন ধৰণেৰে ব্যৱহাৰ কৰা হয়। তুলসী ভিটামিন আৰু মিনাৰেলৰ ভাণ্ডাৰ বুলি কোৱা হয়। ইয়াত মুখ্য ৰূপে ভিটামিন চি ,কেলচিয়াম,জিঙ্ক, আয়ৰণ আৰু ক্ল'ৰফিল পোৱা যায়। ইয়াৰ উপৰিও ইয়াত চ্ৰিটি'ক,টাৰটেৰিক আৰু মেলিক এচিড পোৱা যায়।তুলসীত এন্টিইনফেৰমেট্ৰিক আৰু এন্টিব্ৰেক্টৰিয়েল গুণ দেখা পোৱা যায়।
খালি পেটত তুলসী পাত খালে আপোনালোকৰ শৰীৰৰ ভিতৰ আৰু বাহিৰ দুয়োটা সুস্থ হৈ থাকে। বহুত বছৰৰ পৰাই তুলসী গছক ঔষধ হিচাপে বহুত ডাঙৰ বনৌষধিৰ ভিতৰত এটা বুলি ধৰা হয়। ৰাতিপুৱা তুলসী পাত খালে শৰীৰটো শক্তিশালী হৈ থাকে। তুলসীৰ পাতত এন্টিঅক্সিডেনট পোৱা যায়। যি সংক্ৰমণৰ লগত যুঁজি শৰীৰটো মজবুত কৰি ৰাখে। খালি পেটত তুলসী পাত চুৱালে আপোনালোকে তাৰ পৰা কি কি লাভ পাব পাৰে জানো আহঁক।
ৰাতিপুৱা খালি পেটত তুলসী পাত খাব লাগে।তুলসী পাতত এন্টিঅক্সিডেনট থাকে।যিয়ে শৰীৰক ফ্ৰিৰেডিকলৰ পৰা হোৱা লোকচানৰ পৰা বচাই।লগতে তুলসীয়ে ৰোক্ষতা আৰু এলেহভাৱ দূৰ কৰাতোঁ সহায় কৰে। তুলসীৰ পাতত এন্টিকাৰচিন'জেনিক আৰু এন্টিঅক্সিডেনট থাকে।ই ঘাটক ধমনীত ৰক্ত প্ৰবাহ সীমিত কৰি ওৰেল আৰু ব্ৰেচকেন্সৰ বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে।( Assamese Fact )
ৰাতিপুৱা উঠি তুলসীৰ পাত চুৱালে ব্লাড চুগাৰৰ স্তৰসমূহ সামান্য কৰি ৰখাত সহায়ক হয়। ই ডাইবেদিচ ৰুগীসকলৰ বাবেও বহুত লাভদায়ক।তুলসী পাত খালে শৰীৰত কাৰ্বহাইড্ৰেট আৰু চৰ্বীৰ স্তৰ সামান্য গতিত থাকে। যাৰ ফলত তেজত থকা চুগাৰে আপোনালোকক শক্তি প্ৰদান কৰা কাম কৰে। তুলসী পাতত কেফিন, ভিটামিন চি, চিনল আৰু ইউজ'নলৰে ভৰি থাকে।যিয়ে হাওঁফাওঁৰ সংক্ৰমণ দূৰ কৰাত সহায় কৰে।
ইয়াৰ উপৰিও তুলসী পাতক হাওঁফাওঁ নষ্ট হ'লে প্ৰয়োগ কৰিব পৰা ঔষধ বুলি কোৱা হয়।যিবোৰ ধুঁৱা, প্ৰদূষণ আৰু চিগাৰেট খোৱা ফলত হয়। গাঁঠিত হোৱা বিষ আৰু টানি টানি ধৰা সমস্যাৰ বাবে তুলসী বহুত ভাল বিকল্প। ইয়াত ৰোক্ষতা আৰু বিষ দূৰ কৰিব পৰা এন্টিঅক্সিডেনট থাকে। তুলসী হাড় আৰু গাঁঠিৰ বিষ থকা ৰুগীৰ বাবেও বহুত ভাল। কাৰণ ই গাঁঠিৰ বিষ বা জোৰাঁৰ বিষ আৰু ৰোক্ষতা দূৰ কৰাত সহায় কৰে। তুলসীয়ে শৰীৰত থকা ট্ৰেচ হাৰমন কৰটিচেল স্তৰটো ভাল কৰি ৰখাত সহায় কৰে। শৰীৰত কৰটিচেলৰ মাত্ৰ কমি গ'লে ভাগৰুৱা ভাবো কম হয় আৰু ই সতেজ আৰু এলেহুৱা ভাব কম কৰাত সহায় কৰে।
তুলসীয়ে পাচনতন্ত্ৰ মজবুত কৰি ৰখাত সহায় কৰে। তুলসীয়ে ড্ৰাইজেচনৰ বাবে জৰুৰী গেছট্ৰিক ৰসক যাবলৈ শৰীটোক উত্তেজিত কৰে আৰু ইয়াৰ ফলত পাচন সহজতে হয়। ইয়াৰ উপৰিও ই লিভাৰ আৰু ড্ৰাইডকক ডিটক্স কৰাত সহায় কৰে। তুলসীত পোৱা ইউজিনল আৰু এন্টিঅক্সিডেনটে ব্লেগম আৰু মিউকচক বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে।
লগতে তুলসী মিলোৱা চাহত এন্টিচেপটিক আৰু এন্টিব্ৰেক্টেৰিয়েল গুণ থাকে। যাৰ ফলত চৰ্দি আৰু পানী লগাৰ দৰে লক্ষণ দূৰ কৰাত সহায়ক হয়। তুলসীত বহুত ঔষধি গুণ থাকে সেইকাৰণে আমি ইয়াৰ ব্যৱহাৰ কৰিব লাগে।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
No comments:
Post a Comment