আমাৰ পৃথিৱীৰ সকলো মানুহৰ গাত কিবা নহয় কিবা বিশেষ গুণ বা শক্তি থাকে। কিন্তু কিছুমান ব্যক্তিৰ গাত এনেকুৱা কিছুমান অদ্ভূত শক্তি থাকে যায় বিষয়ে তেওঁলোকে নিজেই নাজানে( Assamese Fact )। এই শক্তিবোৰৰ ফলতে তেওঁক আনতকৈ বেলেগ বুলি কোৱা হয় । আমাৰ শৰীৰত এনেকুৱা কিছুমান চিন বা শক্তি থাকে। যিবোৰৰ বিষয়ে আমি এতিয়া জানো আহঁক-
১ঃ যদি আপোনাৰ হাতৰ তলুৱাত X দৰে চিন আছে তেতিয়া আপুনি বহুত বিশেষ মানুহৰ শাৰীত পৰে।
জ্যোতিষ শাস্ত্ৰৰ অনুসৰি আলেকজেণ্ডাৰ হাতটো X দৰে চিন আছিল। তেওঁ হস্তাৰেখা বিষয়ে বহুত কথা মানিছিল। শুভ কাম কৰা আগত তেওঁ নিজৰ হাতখন হস্তাৰেখা বিদক দেখাই। আপুনি এইটো কথাজানি আচৰিত হ'ব যে পৃথিৱীৰ প্ৰায় ৫% মানুহৰ হাততহে এই X দৰে চিন থাকে। কোৱা হয় যে যাৰ হাতত X দৰে চিন থাকে তেওঁ বহুত বুদ্ধিয়ক হয়। কিন্তু দুখৰ কথা এইটো যে এই বিষয়ে তেওঁলোকে নিজেই নাজানে ।<
২ঃ ভৰিৰ আকাৰ ।যি ব্যক্তিৰ বুঢ়া আঙুলিৰ পৰা ইবোৰ আঙুলি সৰু বা দেখাত চুটি হৈ গৈ থাকে তেতিয়া তেনে ব্যক্তিয়ে সকলোৰে লগত মিলি জুলি থাকি ভাল পায় ।
যদি আপোনাৰ ভৰিৰ বুঢ়া আঙুলিটোৰ ওচৰৰ দুটা আঙুলি সমান আৰু শেষত দুটা সৰু হয় । তেতিয়া আপুনি বহুত বুদ্ধিয়ক আৰু আপুনি বহুত কষ্ট কৰিব পাৰে। লগতে আপুনি বহুত ধনীও হ'ব পাৰে।
যদি ভৰিৰ বুঢ়া আঙুলিৰ ওচৰৰ আঙুলিটো বেছি দীঘল হয় আৰু অন্য আঙুলিবোৰ সৰু হয় । তেতিয়া তেওঁলোকে কামবোৰ নতুন নতুন প্ৰণালী প্ৰয়োগ কৰি কৰিব বিচাৰে আৰু তেনেদৰে কৰি ভাল পায় । তেওঁলোক বহুত লাজুকীয়া স্বভাৱৰ হয়। কিন্তু তেওঁলোক বহুত চুকা আৰু বুদ্ধিয়ক হয়।( Assamese Fact )যদি কোনো ব্যক্তিৰ ভৰিৰ বুঢ়া আঙুলিৰ ওচৰৰ আঙুলিটোৰ লগত আন আঙুলিকেইটা সমান হয়। তেওঁলোক বহত শান্ত স্বভাৱৰ হয় আৰু তেওঁলোকে সাধাৰণভাৱে জীয়াই থাকি ভাল পায়।
যি ব্যক্তিৰ ভৰি বুঢ়া আঙুলিৰ ওচৰৰ আঙুলিটো দীঘল আৰু শেষৰ দুটা সমান জোখৰ হয়।তেনে ব্যক্তিয়ে সকলো কাম ধৈৰ্যৰে কৰে। এওঁলোকে গণিতৰ বিভিন্ন সূত্ৰ বহুত সহজতে সমাধান কৰিব পাৰে।
৩ঃ ৬টা আঙুলি থকা মানুহ। মানুহৰ হাত বা ভৰিত ৫টা আঙুলি থকাতো সাধাৰণ কথা ।
কিন্তু কোৱা হয় যে যাৰ হাতত বা ভৰিত ৬টা আঙুলি থাকে তেওঁ ভগৱানৰ এটা উপহাৰ। কোৱা হয় যে সফলতা এওঁলোকৰ পিছে পিছে দৌৰে। এওঁলোকে বহুত মান সন্মান লাভ কৰে। তেতিয়া হ'লে আপোনাৰো যদি হাত বা ভৰিত ৬টা আঙুলি আছে ভৱিষ্যতে আপুনি বহুত ডাঙৰ মানুহ হ'ব পাৰিব আৰু সফলতা অতি সহজে আপুনি লাভ কৰিব।৪ঃ সোণৰ ৰঙৰ দৰে তেজ। শুনি আচৰিত হৈছে চাগে কিন্তু সোণৰ ৰঙৰ দৰে তেজ থাকে।এই তেজ গোটেই পৃথিৱীতে মাত্ৰ ৪০ টা মানুহৰ গাতহে পোৱা যায় আৰু এই তেজ যাৰ শৰীৰত থাকে তেওঁলোক বহুত শক্তিশালী আৰু আলোকিক শক্তিৰ মালিক হয়।
যদি আপোনাৰ এই চাৰিটা আচৰিত শক্তি আছে । তেতিয়া আপুনি বহুত ভাগ্যৱান।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহপঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment