এই পাঁচবিধ সামগ্ৰী বেলেগক দিলে দুৰ্ভাগ্যই দেখা দিয়ে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 7, 2021

এই পাঁচবিধ সামগ্ৰী বেলেগক দিলে দুৰ্ভাগ্যই দেখা দিয়ে : Assamese Fact

Assamese Fact

 ভগবান শ্ৰী কৃষ্ণৰ অনুসৰি মানুহৰ ঘৰত এইসমূহ বস্তু(সম্পদ) কাকো দিব নালাগে । এই বস্তু সমূহৰ লগতে লক্ষ্মী ঘৰৰ পৰা গুচি যায়।( Assamese Fact )

প্ৰিয় পাঠক সকল আমাক সৰুৰে পৰা শিকাই যে আমি কাৰোবাক সহায় কৰিলে বা বস্তু দান কৰিলে মানুহৰ পূণ্য হয়, ভগবান শ্ৰী কৃষ্ণৰ অনুসৰি যি মানুহে ভাল কৰ্ম কৰে তেওঁক সদায় ভাল ফলহে পাই। কিন্তু কিছুমান এনেকুৱা বস্তু আছে যি সমূহ বস্তু ভুলটো কাকো দিব নালাগে। যদি এই সমূহ বস্তু কাৰোবাক দিয়ে তেতিয়া আপোনাৰ ঘৰত থকা সুখ সমৃদ্ধি গুচি যায়। এই সমূহ বস্তুৰ লগত আপোনাৰ ঘৰত সুখ দুখ জড়িত হৈ থাকে। এই বস্তু সমূহ যদি বেলেগ কাৰোবাক দিয়ে তেতিয়া দৰিদ্ৰতাৰ সন্মুখীন হ'ব পাৰে । 


বিষ্ণুপুৰাণত এই সমূহ উল্লেখ কৰা আছে, এই সমূহৰ সম্বন্ধ মহা লক্ষ্মীৰ লগত আছে। মহা লক্ষ্মীৰ লগত আমাৰ মানুহৰ বহু মহত্ব আছে , যি খন ঘৰত মহা লক্ষ্মীৰ আশীৰ্বাদ হয় সেই ঘৰত সুখ শান্তিৰ সমৃদ্ধি আদিৰ আগমন হয়। ভগবান শ্ৰী কৃষ্ণৰ অনুসৰি মানুহৰ ঘৰত এইসমূহ বস্তু(সম্পদ) কাকো দিব নালাগে । এই বস্তু সমূহৰ লগতে লক্ষ্মী ঘৰৰ পৰা গুচি যায়। 


বন্ধু সকল আমাক সৰুৰে পৰা শিকাই যে আমি কাৰোবাক সহায় কৰিলে বা বস্তু দান কৰিলে মানুহৰ পূণ্য হয়, ভগবান শ্ৰী কৃষ্ণৰ অনুসৰি যি মানুহে ভাল কৰ্ম কৰে তেওঁক সদায় ভাল ফলহে পাই। কিন্তু কিছুমান এনেকুৱা বস্তু আছে যি সমূহ বস্তু ভুলটো কাকো দিব নালাগে। যদি এই সমূহ বস্তু কাৰোবাক দিয়ে তেতিয়া আপোনাৰ ঘৰত থকা সুখ সমৃদ্ধি গুচি যায়। এই সমূহ বস্তুৰ লগত আপোনাৰ ঘৰত সুখ দুখ জড়িত হৈ থাকে। এই বস্তু সমূহ বেলেগ কাৰোবাক যদি দিয়ে তেতিয়া দৰিদ্ৰতাৰ সন্মুখীন হ'ব পাৰে । বিষ্ণুপুৰাণত এই সমূহ উল্লেখ কৰা আছে, এই সমূহৰ সম্বন্ধ মহা লক্ষ্মীৰ লগত আছে। মহা লক্ষ্মীৰ লগত আমাৰ মানুহৰ কিমান মহত্ব আছে , যি খন ঘৰত মহা লক্ষ্মীৰ আশীৰ্বাদ হয় সেইখন ঘৰত সুখ শান্তিৰ সমৃদ্ধি আদিৰ আগমন হয়। যদি কিবা কাৰণত মহা লক্ষ্মীৰ বেয়া দৃষ্টি পৰে তেতিয়া সুখ সমৃদ্ধি নাইকিয়া হয়। সেইকাৰণে আপুনি মনত ৰাখিব আপোনাৰ ঘৰত থকা যি বস্তুৰ মহালক্ষ্মীৰ লগত জড়িত  তেনেকুৱা বস্তু কাকো ধাৰলৈ নিদিব। আপুনি যদি বিচাৰে মহালক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ লগত থাকে তেতিয়া কোন সমূহ বস্তু কাকো দিব নালাগে জানো আহক( Assamese Fact )-


প্ৰথমে পত্নীৰ আ-অলংকাৰ , স্ত্রী বস্ত্র সমূহক লক্ষ্মীৰ প্ৰতীক মনা হয়, সুন্দৰ বস্ত্র ধৰি মহিলাক লক্ষ্মীৰ প্ৰতিবিম্ব বুলি কোৱা হয়। যেতিয়া আমি গহনা কিনো তেতিয়া প্ৰথমে লক্ষ্মীৰ সন্মুখত থৈ পূজা কৰা হয় আৰু তাৰ পিছত পিন্ধা হয়। ঘৰৰ মহিলাক লক্ষ্মী জ্ঞান কৰা হয়। মহিলা সকলৰ ডিঙিত থকা অলংকাৰ সমূহৰ সুখ সমৃদ্ধিৰ বাট দেখুৱাই। পত্নীৰ গহনা, পায়ল অলংকাৰ ধাৰলৈ বা দান কৰি কাকো পিন্ধিব দিব নালাগে। সাধাৰণতে বিয়া হোৱা মহিলাই তেওঁৰ ব্যৱহাৰ কৰা মংগল সূত্ৰ পায়ল কাকো দিব নালাগে, যদি দিয়ে তাৰ লগতে সুখ সমৃদ্ধি গুচি যায় আৰু মা-লক্ষ্মী অসন্তুষ্ট হয়। ঘৰত সুখ সমৃদ্ধি কৰি ৰাখিবলৈ গহনা সমূহ ব্যৱহাৰ কৰিবলৈ কাকো নিদিব। 


দ্বিতীয়তে হৈছে ঝাড়ু, ঝাড়ু ঘৰ সাৰিবলৈ ব্যৱহাৰ কৰা হয়, ই ঘৰৰ ঋণাত্মক দিশ সমূহ নাইকিয়া কৰে। সাধাৰণতে কোৱা হয় যে ঝাড়ুত লক্ষ্মীৰ বাস হয়। ঘৰত ব্যৱহাৰ কৰা ঝাড়ু কাকো ধাৰলৈ বা বেলেগৰ ঘৰত ব্যৱহাৰ কৰিব দিব নালাগে। যদি ঝাড়ু বেয়া হৈ যায় তেতিয়া বৈ থকা পানীত উটুৱাই দিব লাগে। যদি আপুনি ব্যৱহাৰ কৰা ঝাড়ু কোনোবাই ব্যৱহাৰ কৰে তেতিয়া আপোনাৰ সুখ শান্তিত বাধা আহিব পাৰে। এইটো মনত ৰাখিব যে বেলেগৰ ঘৰৰ ঝাড়ু আপুনি ব্যৱহাৰ নকৰিব। এনেকুৱা কৰিলে বেলেগৰ ঘৰৰ ঋণাত্মক দিশ আপোনাৰ ঘৰত পৰিব পাৰে। 


তৃতীয়তে সূৰ্য অস্ত হোৱাৰ পিছত গাখীৰ, চাউল , আতা আদি বগা বস্তুৰ দান কৰা বা ধাৰলৈ দিয়া অশুভ মনা হয়। ধাৰণা কৰা হয় যে বগা বস্তুৰ প্রতি বেয়া দৃষ্টি পৰে। সূৰ্যস্তৰ পিছত এই সমূহ বস্তু দান কৰিলে ঋণাত্মক প্ৰভাৱ পৰে।যদি আপুনি দিবই বিচাৰে তেতিয়া বজাৰৰ পৰা কিনি আনি দিব পাৰে কিন্তু পাকঘৰৰ পৰা কেতিয়াও নিদিব। বিশেষকৈ নিমখ কাকো নিদিব। 


 মা-লক্ষ্মীক ধনৰ দেৱী বুলি কোৱা হয়। মালক্ষ্মী ঘৰত সদায় বিৰাজ মান হৈ থাকে। আমি সদায় চেষ্টা কৰিব লাগে যে লক্ষ্মীৰ সদায়ে কৃপা থাকে,যাতে ধনৰ সমৃদ্ধি হয়। যদি আপুনি আপোনাৰ পত্নীৰ ওচৰত ধন থৈছে তেতিয়া সেই টকা কাকো ধাৰলৈ নিদিব।যদি পত্নীৰ ওচৰত থকা টকা কাৰোবাক ধাৰলৈ দিয়ে তেতিয়া ঘৰৰ পৰা লক্ষ্মী আঁতৰি যায় আৰু ভৱিষ্যতে টকাৰ অসুবিধা হ'ব পাৰে। সাধাৰণতে উৎসৱ আৰু একাদশীত টকা কাকো নিদিব। 


মহা লক্ষ্মী সৌভাগ্য শালী মমতাৰ অধিকাৰী দেৱী আৰু লগতে অৰ্ণপূৰ্ণা হয়। আমি আহাৰ খাওঁতে প্ৰথমে অৰ্ণপূৰ্ণা সেৱা জনাব লাগে।লগতে পাকঘৰৰ চাফচিকুনাটাৰো যথেষ্ট প্ৰয়োজনতা আছে।ইফালে পাকঘৰৰ বেলনা, টাৱা, কাকো দিব নালাগে, যদি দিয়ে ভাগ্যও তেওঁৰ লগত গুচি যায়। মা লক্ষ্মী বহুত অসন্তুষ্ট হয়।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages