প্রিয় পাঠকসকল, যেতিয়া আমি জন্ম লৈছোঁ এদিন আমাৰ মৃত্যুও নিশ্চিত। মৃত্যু লাগিলে যেনেকৈয়ে হওঁক কাল বা অকাল, তাৰ প্ৰক্ৰিয়া ৬ মাহৰ আগৰ পৰাই আৰম্ভ হয়।( Assamese Fact )৬ মাহ আগতেই মৃত্যুক ৰখাব পৰা যায়। অন্তিম ৩ দিনৰ আগতহে দেৱতা বা মানুহৰ পুণ্যয়ে মৃত্যু অহাৰ পৰা বচাব পাৰে। এইটো মনত ৰাখিব যে মৃত্যুৰ অনুভৱ মানুহে ৬ মাহৰ আগতেই কৰিব পাৰে। কিন্তু আমি সেইবোৰ কথা মন নিদিওঁ।আজি আমি আপোনালোকক কম যে সেইবোৰ কি লক্ষণ যিবোৰে আপোনালোকক মৃত্যুৰ সংকেত বা অনুভৱ কৰাই আৰু আপোনালোকে তাক ৰখাব পাৰে।
মৃত্যুৰ লগত কোনেও জিকিব পৰা নাই। এইটো এটা অটল সত্য। কিন্তু শিৱ পুৰাণৰ অনুসৰি আমি আমাৰ মৃত্যুৰ কিছুমান লক্ষণ দেখো।পুৰাণৰ অনুসৰি একো কাম আকস্মিক ভাবে নহয়।১,৩,৬ মাহৰ আগতেই আমি কিছুমান লক্ষণ দেখা পাওঁ। মানুহে ভাবে মৃত্যু নো কি।আহিব লগা হ'লে আহিব। পুৰাণত লিখা বা বৰ্ণনা কৰা আছে যে মৃত্যুৰ অনুভৱ আগত মগজুত নহয়।তাৰ অনুভৱ নাড়িত হোৱা দেখা যায়। অৰ্থাৎ প্ৰথম সংকেত নাড়ি চক্ৰত দেখা পোৱা যায়। মৃত্যু অহাৰ আগত নাড়ি চক্ৰৰ দ্বাৰা জানিব পৰা যায়।এই নাড়ি চক্ৰ এদিনতে নাভাগে। ইয়াৰ ভগা ক্ৰিয়াটো বহুত দিনলৈকে হৈ থাকে।নাড়ি চক্ৰ যিমানে ভাগি যায় মৃত্যুৰ বেলেগ লক্ষণ দেখা পোৱা যায়।
যেনে-আপোনালোকৰ হাতৰ ৰেখাবোৰ ইমান অস্পষ্ট আৰু মিহি হ'বলৈ ধৰে যে তাক চোৱাতো বহুত কষ্টকৰ হৈ পৰে। ইয়াৰ পৰা জানিব পাৰি যে মানুহজন বা মানুহগৰাকীৰ মৃত্যু ১বছৰৰ ভিতৰত হ'ব। যিজন ব্যক্তিৰ মৃত্যু হ'ব হৈছে তেওঁ নিজৰ আশে-পাশে কিছুমান ছাঁ দেখা পায় থাকে। এনেকুৱা ব্যক্তিয়ে তেওঁলোকৰ পূৰ্বপুৰুষ বা মৃত্যু হোৱা ব্যক্তি দেখি থাকে। সপোন শাস্ত্ৰত বৰ্ণনা কৰা আছে যে বহুত সপোনে ভৱিষ্যতে হ'ব লগা ঘটনাৰ সংকেত দিয়ে। যেনে-অশুভ সপোন দেখা। এনেকুৱা হোৱা মানে সেই ব্যক্তিজনৰ মৃত্যু ১৫দিনৰ ভিতৰতে হ'ব।
গৰুড় পুৰাণত উল্লেখ আছে যে ব্যক্তিৰ মৃত্যু যেতিয়া বহুত ওচৰ চাপে তেতিয়া ব্যক্তিয়ে নিজৰ ওচৰত বহি থকা মানুহকো নেদেখা দৰে হৈ পৰে। এনেকুৱা সময়ত ব্যক্তিয়ে যমদূত দেখিবলৈ আৰম্ভ কৰে আৰু ব্যক্তিয়ে যমদূত দেখি ভয় কৰে। সেই কাৰণে যেতিয়ালৈকে জীৱন চক্ৰ চলি থাকে । তেতিয়ালৈকে উশাহো ভালকৈ চলি থাকে। কিন্তু যেতিয়া মৃত্যু বহুত ওচৰ চাপি আহে তেতিয়া ব্যক্তিৰ
উশাহ উলোটাকৈ চলিবলৈ আৰম্ভ কৰে।মৃত্যুৰ দিন কাষ চাপি অহাৰ বাবে তেওঁলোকে চন্দ্ৰটোকো ভগা-চিগা যেন দেখে। নহ'লেবা তেওঁলোকে চন্দ্ৰটো দুটা ভাগত ভাগ হৈ থকা দৰে দেখে।কিন্তু এনেকুৱা নহয়। যিসকল ব্যক্তিৰ মৃত্যু হ'বলৈ মাজত মাত্ৰ এমাহ থাকে। তেওঁলোকে নিজৰ ছাঁটোক নিজৰ পৰা দূৰত বা বেলেগ হৈ যোৱা দেখা পায়। কিছুমানে নিজৰ ছাঁটোৰ মূৰটো নথকাও দেখে। কোৱা হয় যে মৃত্যুৰ আগত মানৱ শৰীৰৰ পৰা কিছুমান অদ্ভূত গোন্ধ আহিবলৈ ধৰে। ইয়াক মৃত্যু গোন্ধ বুলি কোৱা হয়। বহুত সময় বা বহুত দিন ধৰি বেমাৰৰ লগত যুঁজি থকাৰ ফলতো ভিতৰি শৰীৰতো মৰি যায় আৰু তাৰ ফলতো কেতিয়াবা এনেকুৱা হয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে।
😂😂😂😂
ReplyDeleteJomaisa
ReplyDeleteAru kiba hoina😂😂
ReplyDeleteমৃত্যু হোৱা পিচত কোনোবাই এইজনক কৈ গল আহি😂😂😂
ReplyDeleteআছৰিত কথা কোনে কলে আপোনাক?
ReplyDeleteHosa ne
ReplyDeleteকাম নাই ৰূ
ReplyDeletePagal
ReplyDeleteKya Baal bok Raha hai
ReplyDelete🖕🖕
ReplyDeleteMilise guteikhini mur father r lgt 😌😌
ReplyDeleteবাৰিডালো ডাঙৰ হৈ বুলে
ReplyDelete