ধন-সম্পত্তিৰ আগমন বিছাৰে যদি বৃহস্পতিবাৰত এই নিয়ম কৰক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 17, 2021

ধন-সম্পত্তিৰ আগমন বিছাৰে যদি বৃহস্পতিবাৰত এই নিয়ম কৰক : Assamese Fact

Assamese Fact

আজি আমি আপোনালোকক এনে উপায় কম যিটো  বৃহস্পতি বাৰে কৰিলে আপুনি আহিব লগা সমস্যাৰ পৰা হাত সাৰিব পাৰিব।Assamese Fact )

Assamese Fact
শাস্ত্ৰৰ অনুসৰি গুৰু গ্ৰহক স্বামী আৰু পুত্ৰৰ কাৰক বুলি কোৱা হয়। যদি স্বামী-স্ত্ৰীৰ সমন্ধ বেয়া তেতিয়া গুৰু গ্ৰহক মজবুত কৰাৰ বহুত আৱশ্যক আছে। সেই কাৰণে কোৱা হৈছে বৃহস্পতি বাৰে মহিলাই মূৰ ধুব নালাগে। এনেকুৱা কৰিলে স্বামীৰ লগত সমন্ধ দূৰ্বল হৈ পৰে।


ধন-সম্পত্তি দিশৰ পৰা চাবলৈ গ'লে বৃহস্পতি বাৰক বহুত ভাল বুলি কোৱা হয়। বৃহস্পতি বাৰৰ দিনা বিষ্ণুৰ পূজা কৰা হয় আৰু গুৰু বৃহস্পতিকো পূজা কৰা হয়। যাক জ্ঞান আৰু বুদ্ধিৰ গ্ৰহ বুলি কোৱা হয়।গুৰু বৃহস্পতিৰ কৃপাত ব্যক্তিয়ে উচ্চ শিক্ষাও লাভ কৰিব পাৰে।গতিকে বৃহস্পতি বাৰৰ দিনটোত কি কি কৰিলে শুভ হয় সেয়া জনাৰ পূৰ্বে জানি লও আহঁক,এই দিনটোত কি কি কৰিব নালাগে।


১ঃ  বৃহস্পতি বাৰে কেতিয়াও নিজৰ ঘৰৰ আৰ্বজনা বা অলাগতীয়াল বস্তু বাহিৰলৈ উলিয়াই বা ভঙা-চিঙা বেপাৰীক দিব নালাগে।


 ২ঃ মকৰা জালো এই দিনা চফা কৰিব নালাগে আৰু লগতে বৃহস্পতি বাৰে গোৱৰে ঘৰো মুচিব নালাগে।Assamese Fact )


৩ঃ বৃহস্পতি বাৰে কাপোৰ কানিও ধুব নালাগে।


এতিয়া আমি জানো আহঁক চোন এনেকুৱা কি কৰিব লাগে যাৰ ফলত আমাৰ জীৱনলৈ চমৎকাৰী পৰিৱৰ্তন আহিব।

 

১ঃ  স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক বেয়া আৰু দূৰ্বল হোৱা। এইবোৰ হ'লে প্ৰত্যেক বৃহস্পতি বাৰে হালধী পানীৰে গা ধুব লাগে।


২ঃ যি ছোৱালীৰ বিয়া হোৱা নাই বিয়াত বাধা আছে তেনেকুৱা ছোৱালী বা মহিলাই বৃহস্পতি বাৰে হালধী পানীৰে মূৰ গা ধুব লাগে। কোৱা হয় যে এনেকুৱা কৰিলে গুৰু গ্ৰহ মজবুত হয় আৰু বিয়াৰ বাধা আঁতৰি যায়।


৩ঃ যদি আপোনালোকৰ পইচা-পাতি অভাৱ বা ইনকম নহয় তেতিয়া প্ৰত্যেক বৃহস্পতি বাৰে বিষ্ণুৰ মন্দিৰত বা নিজৰ ঘৰৰ গোসাঁই ঘৰত ভগৱানক প্ৰসাদত গুৰ আৰু তুলসী মিলাই অৰ্পণ কৰক আৰু তাতে বহি প্ৰাৰ্থনা কৰক।


৪ঃ ঘৰত যদি বহুত বেমাৰ আৰু কাজিয়া হৈ থাকে বা ঘৰত থাকিলে মনবোৰ ভাল নালাগে ঘৰত বিভিন্ন অশান্তি হৈ থাকে। তেতিয়া আপুনি হালধী আৰু গংগা জল মিলাই ঘৰৰ মন্দিৰ বা গোঁসাই ঘৰৰ পৰা আৰম্ভ কৰি গোটেই ঘৰতে চেঁতিয়াই দিওঁক আৰু তাৰ পাছত ঘৰৰ মুখ্য দুৱাৰত হালধী আৰু হালধী মিলাই থোৱা গংগা জল তাত চেঁতিয়াই দিব লাগে।


এইসমূহ উপায় এবাৰ কৰি চাওঁক ।চাব আপোনাৰ জীৱনলৈ ধন-সম্পত্তিৰ আগমন হ'ব আৰু স্বামী স্ত্ৰীৰ সম্পৰ্ক মজবুত হৈ পৰিব ।

(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages