ভৰিৰ আঙুলিৰ সহায়ত জানক অতিত,বৰ্তমান,ভৱিষ্যতৰ বিষয়ে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 6, 2021

ভৰিৰ আঙুলিৰ সহায়ত জানক অতিত,বৰ্তমান,ভৱিষ্যতৰ বিষয়ে : Assamese Fact

Assamese Fact

ভাৰতীয় জ্যোতিষ শাস্ত্ৰৰ সামুদ্ৰিক শাস্ত্ৰ এনে এটা বিষয় য'ত মানুহৰ শৰীৰৰ অংগৰ বিষয়ে অধ্যয়ন কৰা হয় ( Assamese Fact )।এই শাস্ত্ৰৰ সহায়ত এজন মানুহ বা এগৰাকী মহিলাৰ ব্যক্তিত্ব আৰু ভৱিষ্যতৰ বিষয়ে জনাত সহায় হয়!!

সামুদ্ৰিক শাস্ত্ৰ জ্যোতি শাস্ত্ৰৰ এটা অংশ!!সামুদ্ৰিক শাস্ত্ৰৰ অনুসৰি মানুহৰ ভৰিৰ পৰা মুৰলৈকে সকলো অংগৰ বিষয়ে বিশেষ প্ৰকাৰ আৰু লক্ষণৰ বিষয়ে কোৱা হৈছে!!শৰীৰৰ অংগৰ আকাৰ প্ৰকাৰ আৰু ৰঙৰ আধাৰত ব্যক্তিৰ স্বভাৱ আৰু ভৱিষ্যতৰ বিষয়ে ক'ব পৰা যায়!! ভৰিৰ আঙুলিৰ আধাৰত এজন ব্যক্তিৰ স্বভাৱ, চৰিত্ৰ আৰু আচাৰ ব্যৱহাৰ কেনেকুৱা হ'ব ক'ব পৰা যায়!! প্ৰত্যেক ব্যক্তিৰ ভৰিৰ আঙুলিৰ আকাৰ ভিন্ন ভিন্ন হয়!! ভৰিৰ আঙুলিৰ কিছুমান আকাৰৰ বিষয়ে বহল  ভাৱে বিশ্লেষণ কৰা হৈছে!! এই আকাৰৰ ভিতৰত নিজৰ ভৰিৰ আকাৰ মিলাই চালে নিজৰ স্বভাৱ লগত মিলা কিছুমান বিশেষ কথা জানিব পাৰিব!!  আপুনি বেলেগৰ ভৰিৰ আকাৰ দেখিও তেওঁৰ স্বভাৱৰ বিষয়ে জানিব পাৰিব আৰু তেওঁক বুজিব পাৰিব!! তেতিয়া হ'লে জানো আহঁক কোন ব্যক্তিৰ ভৰিৰ আকাৰ কেনেকুৱা আৰু তেওঁৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা!!


 ১ঃ

Assamese Fact
যি ব্যক্তিৰ বুঢ়া আঙুলিৰ ওচৰৰ দুটা আঙুলি সমান হয় আৰু শেষৰ দুটা তাতকৈ সৰু হয় তেনেকুৱা ব্যক্তি পৰিশ্ৰমী আৰু উদ্যামী ধৰণৰ হয়!! এনেকুৱা ব্যক্তিয়ে নিজৰ পৰিশ্ৰম আৰু সাহসৰ বলত কাৰ্যত সফল হয়!! 

এনেকুৱা ব্যক্তিৰ মতে পৰিশ্ৰমেই কাৰ্য সিদ্ধি কাৰণ!! অকল মনত ভাবিয়ে নহয় পৰিশ্ৰমৰ সহায়েৰে নিজৰ কাৰ্য সিদ্ধি কৰি সমাজত মান সন্মান প্ৰতিষ্ঠা কৰে!! এই ভৰিৰ আকাৰ ব্যক্তিয়ে বেলেগ মানুহৰ কামৰ প্ৰশংসাও কৰে!! এইটোৱে কাৰণ যে কৰ্মৰত ব্যক্তিয়ে এওঁলোকক পচন্দ কৰে!! এনেকুৱা ব্যক্তিয়ে ঘৰ আৰু পৰিয়ালৰো বহুত ভালকৈ দায়িত্ব লয়!! এনেধৰণৰ ব্যক্তিসকলে গীতাৰ এইটো শ্লোক বাৰে বাৰে স্মৰণ কৰে যে কৰ্মই ধৰ্ম আৰু এওঁলোকে কৰ্মৰ বিষয়ে কয় আৰু কৰ্মকে বিশেষ বুলি ভাৱে!!


আহঁক জানো দ্বিতীয় প্ৰকাৰৰ ব্যক্তিৰ বিষয়ে-

২ঃ

Assamese Fact
যি ব্যক্তিৰ ভৰি আঙুলি বুঢ়া আঙুলিৰ পৰা ইটোত কৈ সিটো সৰু হৈ গৈ থাকে , তেওঁলোকে নিজৰ শ্ৰেষ্ঠতা প্ৰকাশ কৰিব বিচাৰি থাকে!! এওঁলোকে সদায় নিজৰ অধিকাৰৰ কথা কৈ থাকে!! তেওঁলোকৰ মতে নিজেই যি ভাৱে সেইয়া শুদ্ধ আৰু যি কৰে সেইটোৱে ভাল আৰু বেলেগে ও যাতে তাকে কৰে তেওঁলোকে সেইটোৱেই সদায় বিচাৰে!!  যদি সমাজত বা ঘৰৰ নহ'বা পৰিয়ালৰ ব্যক্তিয়ে এওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধ কৰে নাইবা তেওঁলোকৰ ইচ্ছা মতে নচলে ,তেতিয়া এনেকুৱা ব্যক্তিৰ বহুত খঙ উঠে!! কিন্তু এটা কথা এওঁলোকে বিচাৰে যে তেওঁলোকৰ জীৱন সংগীও সিহঁতৰ মতে চলে আৰু সদায় তেওঁলোকে কোৱা কথাবোৰ শুনে!! ইয়াৰ উপৰিও এওঁলোকে মিলিজুলি এৰা ধৰা কৰিও চলিব বিচাৰে!!সময়ৰ লগত নিজকে সলাব বিচাৰে!!( Assamese Fact )


এতিয়া আমি তৃতীয় প্ৰকাৰৰ ব্যক্তিৰ বিষয়ে  জানো আহঁক-

৩ঃ 

Assamese Fact
যি ব্যক্তিৰ ভৰি বুঢ়া আঙুলিৰ ওচৰৰ আঙুলিটো বেছি দীঘল হয় আৰু অন্য আঙুলিবোৰ সৰু হয় তেওঁলোকে যিকোনো কাম নিজৰে মতে কৰি ভাল পায়!! এওঁলোকে কিবা কাম কৰা আগতেই গোটেই কামটো পৰিকল্পনা কৰি লয় আৰু তাৰ পাছত হে কামতো কৰা আৰম্ভ কৰে!! পৰিকল্পনা কৰোঁতে এইটো কথা বহুত মনত ৰাখে যে মোৰ কাম কৰা প্ৰণালীটো  যাতে কাৰো লগত নিমিলে!! এইবোৰ কাৰণতেই ঘৰ পৰিয়ালত এওঁলোকে বিশেষ আনন্দ প্ৰাপ্ত কৰে!!এওঁলোকৰ কথা বতৰাবোৰো বেলেগৰ লগত নিমিলে!! চাকৰি ক্ষেত্ৰত নতুন নতুন প্ৰণালী প্ৰয়োগ কৰি চাই!! কেতিয়াবা এওঁলোকৰ কাৰণে বহুত সমস্যাত পৰিব লগা হয়!! কিন্তু এওঁলোকৰ ওপৰত একো প্ৰভাৱ নপৰে!!


এতিয়া আমি চতুৰ্থ প্ৰকাৰৰ ব্যক্তিৰ বিষয়ে জানো আহঁক-

৪ঃ

Assamese Fact
যি ব্যক্তিৰ ভৰি বুঢ়া আঙুলিৰ ওচৰৰ আঙুলিবোৰ সমান হয় তেওঁলোক শান্ত স্বভাৱৰ হয়!! এনেকুৱা ব্যক্তিয়ে সকলো কাম শান্তি আৰু ধৈয্যৰে কৰে আৰু এনেধৰণৰ ব্যক্তিয়ে খঙ কৰা কমকৈ দেখা যায়!! এওঁলোকে সকলোৰে লগত শান্তিৰে সকলো সমস্যা সমাধান কৰে আৰু সফলো হয়!!


পঞ্চম প্ৰকাৰৰ ব্যক্তিৰ বিষয়ে এতিয়া জানো আহঁক-

৫ঃ

Assamese Fact
যি ব্যক্তিৰ ভৰি বুঢ়া আঙুলিৰ ওচৰৰ আঙুলিটো দীঘল আৰু শেষৰ দুটা সমান হয় তেনেকুৱা ব্যক্তি বহুত সাহসী আৰু স্বতন্ত্ৰ বিচাৰৰ হয়!!এনেকুৱা ব্যক্তিয়ে কামবোৰ বহুত মন দি আৰু শান্তিৰে কৰে!! এওঁলোকে হাঁহি ধেমালি কৰি ভাল পায়!! মানুহৰ লগত ধেমালি কৰি মানুহক জোকাই ভাল পায়!! কোনো কথা গম্ভীৰ ভাৱে নাভাৱে আৰু জীৱনৰ সম্পূৰ্ণ আনন্দ উপভোগ কৰে!! বেলেগৰ সুখতো এওঁলোক সুখী হয়!!

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages