মোচ থকা ছোৱালী বা মহিলা সকলৰ ব্যক্তিত্বৰ বিষয়ে জানো আহক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 5, 2021

মোচ থকা ছোৱালী বা মহিলা সকলৰ ব্যক্তিত্বৰ বিষয়ে জানো আহক : Assamese Fact

Assamese Fact

ভগৱানৰ সুন্দৰ সৃষ্টি হৈছে  মানৱ আৰু তাতকৈও শ্ৰেষ্ঠ হৈছে শাস্ত্ৰত এই বিষয়ে দি যোৱা কিছুমান তথ্য( Assamese Fact )। সৃষ্টিকৰ্তাই মনুষ্যক দুটা ভাগত বিভাজিত কৰিছে, এক পুৰুষ আৰু অন্যতো মহিলা।

সামুদ্ৰিক শাস্ত্ৰৰ দ্বাৰা মানুহ এজনৰ শৰীৰৰ গঠন শৈলী তথা জন্মগত কিছুমান চিনৰ দ্বাৰা এজন ব্যক্তিৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে জানিব পাৰি। আমাৰ শৰীৰত থকা প্ৰতিটো চিন যেনে তিল আৰু অনান্য বিলাকৰ বিশেষ মহত্ব আছে। সেইদৰে শৰীৰত থকা নোমবোৰেও আমাৰ স্বভাৱৰ বিষয়ে কিছুমান কথা কয়। শৰীৰত নোম থকাটো স্বাভাৱিক কথা। কিছুমান মহিলা বা ছোৱালী এনেধৰণৰ আছে যাৰ ওঁঠৰ ওপৰৰ অংশত নোম থাকে । যাৰ ওপৰত প্ৰায় কোনেও ধ্যান নিদিয়ে।


সামুদ্ৰিক শাস্ত্ৰৰ মতে যিবিলাক স্ত্ৰীৰ ওঁঠৰ ওপৰৰ অংশত পুৰুষৰ মুছৰ দৰে নোম দেখা পোৱা যায়  তেওঁলোক বহুত খঙাল হয়। এনে মহিলাই কেৱল নিজৰ কথা মান্তি কৰাবলৈ আৰু স্বামীৰ ওপৰত আদেশ দিয়াত সদায় আগত থাকে। কেতিয়াবা এওঁলোকৰ স্বভাৱ বহুত ক্ৰুৰ হৈ পৰে। নিজৰ কথা মান্তি কৰাবলৈ এওঁলোকে যিকোনো পৰ্যায়লৈকে নামিব পাৰে । এইসকল মহিলাই গোটেই পৰিয়ালটো নিজৰ মতে চলাই। যদি কোনোবাই এওঁৰ কথা নুশুনে তেন্তে সোনকালেই খং কৰে । ( Assamese Fact )


যিদৰে এখন দাপোনে আমাৰ শৰীৰৰ বাহিৰৰ ছবি খন দেখুৱাই ঠিক সেইদৰে আমাৰ শৰীৰৰ অংগ কিছুমানে আমাৰ আভ্যন্তৰিন চৰিত্ৰৰ লগত পৰিচয় কৰাই দিয়ে।যদি কাৰোবাৰ চুলি ক'লা বৰণৰ হয় তেন্তে তেওঁৰ আৰ্থিক ভাৱে সবল হয়। যদি কাৰোবাৰ মূৰত চুলি নাথাকে তেওঁলোক বাকীবোৰ লোকতকৈ বেছি বুদ্ধিমান বুলি মনা হয়। কিন্তু এইটো তেতিয়াহে প্ৰযোজ্য হয় যেতিয়া চুলিবোৰ একেবাৰে মুণ্ডন কৰি দিয়ে।


ঠিক সেইদৰে যদি মহিলাৰ পেটতো কলহৰ দৰে হয় তেন্তে সেই মহিলাই জীৱনটো গৰিব আৰু দৰিদ্ৰতাৰ মাজেৰে কটাই। পেট বেছি দীঘল আৰু শকত হলেও অশুভ বুলি মনা হয়।যদি কোনো মহিলাৰ দাঁত ডাঙৰ আৰু উছলা হয় তেন্তে তেওঁৰ জীৱন সদায় দুখৰ মাজেৰে পাৰ হয়। দাঁতৰ মাংস বা আমি যাক সহজ ভাষাত দাঁতৰ আলু বুলি কওঁ সেইবোৰ ক'লা হলেও অশুভ বুলি কোৱা হয়।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages