এনে লক্ষণ আপোনাৰ গাতও আছে নেকি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 23, 2021

এনে লক্ষণ আপোনাৰ গাতও আছে নেকি : Assamese Fact

Assamese Fact

ধনী হবলৈ কাৰনো মন নাযায়। সকলোৱে জীৱনত প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰি, পৰিয়ালৰ সৈতে সুখ শান্তিৰে অতিবাহিত কৰিব বিচাৰে।Assamese Fact )

Assamese Fact
কিন্তু সকলোৱে ধনী হব নোঁৱাৰে। ইয়াৰ মুখ্য কাৰণ হৈছে, ধনী ব্যক্তিৰ কিছুমান উৎকৃষ্ট মানডণ্ড থাকে। যিকেইটা লক্ষ্যণ সকলোৰে গাত নাথাকে। ধনী ব্যক্তিৰ সেই ৪টা লক্ষ্যণ হৈছে, 


১/কিছুমান কাম ধনী ব্যক্তিয়ে গুপ্ত ৰাখি কৰে। আনক তেওঁলোকে কি কৰি আছে, যানিবলৈ নিদিয়ে। সেইবাবে তেওঁলোকে সকলো কামতে সফল হয় আৰু তেওঁলোকৰ চিন্তা ধাৰণা বহু উচ্চ মানডণ্ডৰ হয়। আৰু ভৱিষ্যতৰ কথা ভাৱি চিন্তিহে তেওঁলোকে যিকোনো কামত হাত দিয়ে। 


২) ধনী ব্যক্তিৰ কথা বতৰা, সাজ পোচাক চাই, তেওঁলোক কিমান ধনী সেয়া বুজিব নোঁৱাৰি। যি সকল লোকে দামী কাপোৰ পিন্ধি ডাঙৰ ডাঙৰ কথা কয়, তেনে লোক কেতিয়াও সফল হব নোঁৱাৰে। Assamese Fact )


৩) ধনী ব্যক্তিয়ে অনবৰতে কেতিয়াও কাকো উপদেশ নিদিয়ে। কোনোবাই বেছিকৈ জোৰ কৰিলেহে, তেওঁলোকে বহু ভাৱি চিন্তি উপদেশ দিয়ে। আৰু কেতিয়াও কাকো অনুসৰণ নকৰে। ধনী ব্যক্তিয়ে নিজৰ বাট নিজে প্ৰস্তুত কৰি লৈ। 


৪/ধনী ব্যক্তিয়ে কেতিয়াও বেছিকে কথা নকয় বা, কাৰোবাৰ বেছিকৈ প্ৰসংশাও নকৰে। অথবা কাৰোবাক সমালোচনা ও নকৰে। তেওঁলোকে কিবা বিপদ হলে বা, তেওঁলোকৰ কোনাবাই সমালোচনা কৰিলেও ধৈৰ্য্য ধৰি থাকে আৰু উচিত সময়ত তাৰ প্ৰত্যুত্তৰ তেওঁলোকে কামৰ দ্বাৰাই দিয়ে। ধনী ব্যক্তিয়ে সকলো কাম দুৰদৰ্শী হৈ কৰে। তেওঁলোকে নিজৰ কাৰ্য্যক নিজৰ  ধৰ্ম বুলি বিবেচনা কৰো। তেওঁলোকে আনে কি কৰিছে, সেইটো চিন্তা নকৰে আৰু নিজৰ কামত অধিক মনোযোগ দিয়ে।।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


No comments:

Post a Comment

Advertisement

Pages