ভূত-প্ৰেত বিশ্বাস নকৰা সকলে এই পোষ্টটো পঢ়াৰ পৰা বিৰত থাকিব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 7, 2021

ভূত-প্ৰেত বিশ্বাস নকৰা সকলে এই পোষ্টটো পঢ়াৰ পৰা বিৰত থাকিব : Assamese Fact

Assamese Fact

এগৰাকী Astrologer, Vaastu consultant আৰু healer হিচাপে আপোনালোকক জনাও যে সনাতন ধৰ্মৰ মতে যেতিয়া এজন জাতকৰ কোষ্টী নিৰ্মান কৰা হয় তেতিয়া তাত এজন জাতকৰ আনুমানিক আয়ুস বিচাৰ কৰা হয় (Assamese Fact ) ।ধৰি ললো এজন জাতকৰ পৰমায়ু ৭০ বছৰ তাৰ ভিতৰত তেওঁৰ ত্ৰিপাপ ৰিষ্ট বা আন কিবা ৰিষ্ট  থাকিব পাৰে কিন্তু কিবা কাৰণত তেওঁ যদি Depression ত ভুগি সমস্যাৰ সমাধান হিচাপে ৪০ বছৰ বয়সত আত্মহত্যা কৰে আৰু ভাবে যে আত্মহত্যা কৰিলে তেঁওৰ problem ৰ solution হব তেনেহলে সেয়া তেওঁৰ ভুল ধাৰণা কাৰণ যিহেতু তেঁওৰ আয়ুস ৭০ বছৰ আছিল গতিকে ৭০-৪০=৩০ 


যি ৩০ বছৰ ৰৈ গল সেই কাৰণে তেওঁ এই পৃথিৱীত ভূত-প্ৰেত ( Negative energy, Negative entities, Demonic energy) হৈ কটাব লাগিব আৰু জীয়াই থকা কালত কৈ আৰু বেছি কষ্ট ভোগ কৰিব লাগিব আৰু যেতিয়া আয়ুস শেষ হব তেতিয়া হে মোক্ষ প্ৰাপ্তি হব। গতিকে যি সকলে Corona মহামাৰীৰ কাৰণে ভুগি, প্ৰেমৰ সম্পৰ্কত ভুগি, বা ঘৰুৱা অশান্তিত ভুগি আত্মহত্যাৰ নিচিনা মহাপাপৰ কথা মনলৈ আনিছে তেখেত সকলক মই সাৱধান কৰি দিছো কাৰণ বহুত সাধনাৰ অন্তত আমি মানৱ জীৱন লাভ কৰো আৰু জীৱনটো এখন সংগ্ৰাম। (Assamese Fact )


জীৱনত যদি সংগ্ৰাম নাথাকে তেনেহলে জীয়াই থকাৰ মাদকতা কত। যি মানুহে বিপদত ধৈৰ্য ধৰিব পাৰে তেওঁ হে প্ৰকৃত মানু্হ। যি ভগবানৰ ভক্ত তেঁওক সদায় ভগৱানে জুখি চাই। মানুহ হৈছে জীৱ শ্ৰেষ্ঠ গতিকে আত্মহত্যাৰ নিচিনা মহাপাপ কৰি নিজৰ আত্মাক কষ্ট নিদিব। আপোনালোকে যি উদেশ্য লৈ এই পৃথিৱীলৈ আহিছে সেয়া সম্পূৰ্ণ কৰক।

বি: দ্ৰ:- যি সকলে ভূত - প্ৰেত Negative energy, Negative entity's, Demonic energy আদি বিশ্বাস নকৰে তেখেত সকলে মোৰ এই পোষ্টটো পঢ়াৰ পৰা বিৰত থাকিব।🙏🙏


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় জ্যোতিষী সুকন্যা শৰ্মা ডাঙৰীয়াণীৰ(যোগাযোগ - ৭০০২২৬১৫০৯)।
আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। (Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

1 comment:

  1. ফটোখন আৰু আপোনাৰ মানসিকতা কিবা এটা মিলা নাই। মানে এটা আধুনিক আনটো পৌৰাণিক 😂😂

    ReplyDelete

Advertisement

Pages