পেট আৰু কঁকালৰ চৰ্বী নাইকীয়া কৰাৰ চমৎকাৰী উপায় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 20, 2021

পেট আৰু কঁকালৰ চৰ্বী নাইকীয়া কৰাৰ চমৎকাৰী উপায় : Assamese Fact

Assamese Fact

প্ৰিয় পাঠকসকল আপোনালোকৰ শৰীৰৰ বাঢ়ি অহা ওজনক লৈ চিন্তিত হৈ পৰিছে নেকি Assamese Fact )?

Assamese Fact
পেটৰ উলমি অহা চৰ্বীৰ বাবে যদি চিন্তাত আছে তেতিয়া এই পদ্ধতিটোৱে কেৱল ৭দিনতে আপোনালোকৰ পেটৰ আৰু কঁকালৰ চৰ্বী বৰফৰ দৰে গলাই পেলাব। আপোনালোকে ডায়টিং বা ব্যায়াম কৰাৰো প্ৰয়োজন নাই।যদি এই ঘৰুৱা পদ্ধতিটো আপোনালোকে ৭দিন কৰে তেতিয়া দেখিব পেট আৰু কঁকালৰ চৰ্বী সোনকালে বৰফৰ দৰে গলি যাব ধৰিছে।


তাৰ বাবে আপোনালোকে ল'ব লাগিব নহৰু। বহুত চমৎকাৰী উপায় এইটো।নহৰুৰ ৭টা ফুটা ল'ব লাগিব। কিন্তু আপোনালোকে এইটো নাভাবিব যে ৭টা ফুটা  একে লগে খাব লাগে।আপোনালোকে কেৱল এটা ফুটা এদিনত খাব লাগে। বহুত মানুহে কেঁচা নহৰুৰ গোন্ধ ভাল নাপায় আৰু খাব নোৱাৰে। সেই কাৰণে আমি নহৰু অলপ গৰম কৰি লব লাগে, যাতে চুবাবলৈ ভাল হয়। প্ৰথমতে নহৰু বাকলিবোৰ আঁতৰাই লওক।নহৰুত এন্টিবেক্টেৰিয়েল উপাদান থাকে আৰু এন্টিভাইৰেল উপাদান থাকে আৰু আমাৰ মেটাৱেলিজেম প্ৰক্ৰিয়াক ভাল কৰে।


মেটাৱেলিজেম ভাল হ'লে আমি যি খাওঁ সেইয়া চৰ্বী সলনি শক্তিলে ৰূপান্তৰ হ'ব ।নহৰুৱে আমাক বহুত বেমাৰৰ পৰা বচাই। শকত হোৱাতো কম হ'ব চৰ্বী নাইকীয়া হ'ব আৰু এই নহৰুৱে আমাক কেঞ্চাৰটো বহুত ভাল ফল দিয়ে।কেঞ্চাৰৰ কৌশিকাবোৰ হোৱাত বাধা দিয়ে। নহৰু উচ্চ ৰক্তচাপটো বহুত ভাল।উচ্চ ৰক্তচাপক সমানত ৰাখে আৰু শিৰৰ ভিতৰৰ বন্ধ খুলি দিয়ে । নহৰু হৃদয়ৰ ৰোগতো বহুত ভাল।কলেষ্টল কম কৰে আৰু আমাৰ শক্তি বঢ়াই। আমাক বেমাৰৰ লগত যুঁজিবলৈ শক্তি দিয়ে। আমাৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বঢ়ায়।নহৰুৱে আমাৰ শৰীৰত জমা হোৱা বিসাক্ত  পদাৰ্থসমূহ বাহিৰলৈ উলাই পঠিয়াই।


গতিকে এই নহৰু এতিয়া কেনেকৈ খাব লাগে আজি আমি কবলৈ ওলাইছো-

সদায় ৰাতিপুৱা আপোনালোকে থেতালি লোৱা নহৰু এফুটা চোবাই চোবাই খাব। গৰম পানী ল'ব লাগে। যিকোনো ওজন কমোৱা প্ৰক্ৰিয়াত আমি কেতিয়াও ঠাণ্ডা পানী খাব নালাগে । সদায় কুহুমীয়া গৰম পানীয়ে খাব লাগে। যিমান গৰম আপোনালোকে চাহ খাই সিমান গৰমেই আপোনালোকে গৰম পানী ল'ব লাগে। তেতিয়াহে আমাৰ শৰীৰত জমা হোৱা চৰ্বী সোনকালে কম হ'ব।Assamese Fact )


 ৭ টা নহৰু ফুটা লৈ লোৱা পাছত টেৱা বা অন্য সৰু কেৰাহী  লৈ তাত নহৰু ফুটাকেইটা দি গৰম কৰিব লাগিব। নহৰু কেঁচাকে খালে ভিতৰখন বহুত গৰম কৰি তোলে। সেই কাৰণে অলপ টেৱাত গৰম কৰি ল'লে ভাল আৰু তাৰ ভিতৰত গৰমটো নাইকীয়া হৈ যায়। ১ ফুটাকৈ সদায় খাব লাগে।যদি নহৰু ফুটাটো বহুত সৰু তেতিয়া দুটা খাব পাৰে কিন্তু ডাঙৰ হ'লে এটাহে খাব। নহ'লে শৰীৰৰ ভিতৰত বহুত গৰম অনুভব কৰিব। নহৰু কেইটা একেবাৰে কম জুইত ৩-৪ মিনিট গৰম কৰিব লাগে। ৰাতিপুৱা উঠি চাহ খোৱা আগত আপোনালোকে এটা নহৰু ফুটা চোবই চোবই খাব লাগে আৰু গৰম পানীও খাব লাগে।


গৰম পানী কৰি লয় তাত এচামুচ মৌ মিলাই দিয়ক ।ই হৃদ ৰোগীৰ বাবে বহুত ভাল। যদি মৌ নাই তেতিয়া তাত একচামুচ জিৰা গুৰি  মিলাই দিয়ক । তাৰ পিছত পানীখিনি খাব আৰু লগতে নহৰু ফুটাটো চুবাই চুবাই খাব। এসপ্তাহ যদি আপোনালোকে এনেদৰে খাই অৰ্থাৎ আমি আপোনালোকক যেনেকৈ কৈছোঁ তেনেকৈ খাই তেতিয়া আপোনালোকে ডাইটিং বা ব্যায়াম নকৰিলেও হ'ব। ইয়াৰ উপৰিও আপোনালোকে অলপ মিঠা খোৱাতো কমাই দিওঁক। তেতিয়া ১০০% আপোনালোকৰ ওজন কমিব আৰু পেট,কঁকালত জমা হোৱা চৰ্বী নাইকীয়া হ'ব।


(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।

6 comments:

  1. মই নহৰু খাই একো লাভ পোৱা নাই ।

    ReplyDelete
  2. ৭ টা একেদিনাই গৰম কৰিম নে ১টাকৈ কৰিম

    ReplyDelete
  3. একে বাৰে মিছা কথা

    ReplyDelete
  4. নহৰু গেছৰ বাবেহে ভাল বুলি জানো

    ReplyDelete

Advertisement

Pages