শাস্ত্ৰত কোৱা হৈছে যে ৰাতিপুৱা যদি কোনো ব্যক্তিয়ে কিছুমান লাগতীয়াল কথা মনত ৰাখিব পাৰে তেতিয়া তেওঁ ভাগ্যশালী হ'ব পাৰে। জীৱনত চলি থকা দুখ কষ্ট নাইকীয়া হৈ যায়। এতিয়া জানো আহঁক চোন এই কথা সমূহ কি-
কোনো ব্যক্তিৰ জীৱনত যদি কষ্ট আৰু অশান্তি থাকে। চাকৰি বা বৈবাহিক জীৱনত অশান্তি থাকে। তেতিয়া সেই ব্যক্তিজনে ৰাতি শুৱা সময়ত সেইবোৰ কথা ভাৱে আৰু ৰাতিপুৱা ও সেই কথাটো ভাবিয়ে উঠে ।যদি ৰাতিপুৱাৰ আৰম্ভণি অশান্তিৰে হয় তেতিয়া গোটেই দিনটো বেয়া হোৱা সম্ভাৱনা থাকে। সেই কাৰণে ৰাতিপুৱা উঠি যিমান পাৰে সুখত থাকিবলৈ যত্ন কৰক আৰু ৰাতিপুৱা কাৰো লগত কাজিয়া কৰিব নালাগে
আজিৰ পৰা যিমান পাৰে ৰাতিপুৱা সুখত থাকিবলৈ চেষ্টা কৰক আৰু গা নোধোৱালৈকে কোনো চিন্তা ভাৱনা মনলৈ নানিব ।চাব আপোনাৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আহিব।
বহুত মানুহৰ এটা বেয়া অভ্যাস যে ৰাতিপুৱা শুই উঠে কিন্তু উঠিলেও বিচনাতে ইনেই বাগৰি থাকে। যাৰ ফলত তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ চিন্তা ভাৱনা চলি থাকে ।যাৰ ফলত তেওঁলোকৰ মনত দুখ আৰু কষ্ট অনুভৱ হ'বলৈ ধৰে।( Assamese Fact )
ৰাতিপুৱা শুই উঠোতে প্ৰথমতে হাতেদি মাটি স্পৰ্শ কৰিব লাগে আৰু তাৰ পাছত ভৰি মাটিত দিব লাগে। এনেদৰে যি ব্যক্তিয়ে কৰে তেওঁক ভাগ্যশালী হোৱা পৰা কোনেও ৰখাব নোৱাৰে।
শুই উঠি মুখ-হাত ধুই বিশুদ্ধ পানী সেৱন কৰি ভগৱানৰ নাম লব লাগে। ৰাতিপুৱা সময় যিমান পাৰে গছ-গছনিৰ ওচৰত সময় কটাব লাগে আৰু পাৰিলে পানীত ভৰি ভৰাই অলপ দেৰি থাকিব লাগে।
এনেদৰে কিছুমান কাম আৰু অভ্যাস যদি আপুনি কৰে তেতিয়া আপোনাৰ জীৱনলৈ সুখ আৰু শান্তি অহাৰ লগতে আপুনি ভাগ্যশালী হৈ পৰিব।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment