ৰুটি এনেদৰে খাব নলগাৰ ধৰ্মীয় আৰু বৈজ্ঞানিক কাৰণ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 28, 2021

ৰুটি এনেদৰে খাব নলগাৰ ধৰ্মীয় আৰু বৈজ্ঞানিক কাৰণ : Assamese Fact


প্ৰিয় পাঠকসকল, আজি আমি আপোনালোকক যিধৰনৰ ৰুটিৰ কথা কথা কবলৈ ওলাইছো,যিমান যি হ'লেও তেনে ৰুটি কেতিয়াও নাখাব, নহ'লে ইয়াৰ পৰিণাম বেয়া হ'ব পাৰে।Assamese Fact )

Assamese Fact
কোৱা হয় যে ঘৰৰ ৰুটি খোৱাৰ ফলত ব্যক্তিয়ে শৰীৰত যিটো শক্তি পায় সেইটো বাহিৰৰ খাদ্যৰ পৰা কেতিয়াও পোৱা নাযায়।ইয়াত একো সন্দেহ নাই যে ঘৰৰ খাদ্য বাহিৰতকৈ বেছি পুষ্টিকৰ আৰু সুস্বাদু। আজিকালি বহুত মানুহে এই কথাবোৰ নামানি ঘৰৰ খাদ্যতকৈ বাহিৰৰ খাদ্য খাবলৈ ভাল পায়।এইবোৰ সুস্বাদু খাদ্যৰ ওপৰত আধাৰিত কিছুমান কথা। কিন্তু আজি আমি ৰুটিৰ বিষয়ে কথা পাতিম। যদি আপোনালোকে তলত উল্লেখ কৰা ধৰণৰ ৰুটি খাই তেতিয়া আপোনালোকৰ অকাল মৃত্যুও হ'ব পাৰে।উল্লেখিত পৰিমানৰ ৰুটি খালে আপোনালোকৰ বহুত বেয়াও হ'ব পাৰে। গতিকে এতিয়া বিষয়টোৰ সন্দৰ্ভত বিতং কৈ জানো আহঁক চোন-


১ঃ খোৱা প্লেটত তিনিটা ৰুটি কেতিয়াও দিব নালাগে। কাৰণ তিনিটা থাকিলে সদায় কাম ভাল হোৱাতকৈ বেয়া হয়। আপোনালোকে বহুত বাৰ দেখিছে চাগে যেতিয়া আমি খাদ্য খাওঁ  ২ টা বা ৩টা ৰুটি একেলগে লৈ লওঁ। কিন্তু আপোনালোকে জানেনে যে প্লেটত একেলগে তিনিটা ৰুটি লোৱাতো বা দিয়াটো অশুভ বুলি কোৱা হয়। যি হ'লেও এখন প্লেটত একেলগে তিনিটা ৰুটি কেতিয়াও থ'ব নালাগে।একেলগে যদি কাৰোবাক তিনিটা ৰুটি দিয়াটো জৰুৰীও, তেতিয়া তৃতীয়টো ৰুটি দুটা ভাগ কৰি চিঙি দিয়ক। তেতিয়া ৰুটিৰ সংখ্যাও বাঢ়ি যাব।আপোনালোকে চাগে ভাবিছে প্লেটত একেলগে তিনিটা ৰুটি দিয়াতো বা লোৱাতো কিয় অশুভ বুলি কোৱা হয়। তেতিয়া হ'লে জানো আহঁক ইয়াৰ বিষয়ে।


তিনি সংখ্যাটোক বহুত অশুভ বুলি ধৰা হয়।এইটোৱে কাৰণ যে যিকোনো শুভ কাম কৰা সময়ত এই সংখ্যাটোৰ বহুত ধ্যান ৰখা হয়। যিকোনো শুভ কাম বা ধাৰ্মিক কাম কৰা সময়ত তিনিটা বস্তুৰ কেতিয়াও ব্যৱহাৰ কৰা নহয়। সেই কাৰণে খাদ্য খাবলৈ দিয়া সময়ত এই নিয়মটো পালন কৰাটো জৰুৰী। ইয়াৰ উপৰিও এনেকুৱা মনা হয় যে তিনিটা ৰুটি কোনোবা ব্যক্তিৰ মৃত্যুৰ পাছতহে তেওঁৰ ত্ৰিয়োদশী সংস্কাৰৰ আগত উলিওৱা ভোজনত দিয়া হয়। এনেকুৱাত এইবোৰ ভোজন দিয়া জনৰ বাদে কোনেও নেদেখে। এইটোৱে কাৰণ যে কোনোবা ব্যক্তিৰ প্লেটৰ তিনিটা ৰুটি দিয়া মৃতকৰ ভোজনৰ সমান ধৰা হয়। ইয়াৰ লগতে তিনিটা ৰুটি খোৱা ফলত ব্যক্তিৰ মনত শত্ৰুতাৰ ভাবো উৎপন্ন হয়। Assamese Fact )


ইয়াৰ লগত অকল ধাৰ্মিকয়ে নহয় বৈজ্ঞানিক কাৰণো জড়িত হৈ আছে।কোৱা হয় যে কোনো ব্যক্তিৰ প্লেটত দুটা ৰুটি এবাটি দাইল ,৫০ গ্ৰাম চাউল বা ভাত আৰু এবাটি ভাজিয়ে যথেষ্ট।

Assamese Fact
অৰ্থাৎ ইয়াকে এজন ব্যক্তিৰ বাবে সন্তোলিত আহাৰ বুলি কোৱা হয়। ইয়াৰ পৰা ব্যক্তিয়ে বহুত বেছি শক্তি লাভ কৰে। খাদ্যৰ লগত আমি বিভিন্ন বস্তু খাওঁ। তাৰ পৰাও আমাৰ শৰীৰে বহুত পুষ্টিকৰ তত্ত্ব লাভ কৰে। আপোনালোকে ইয়াতকৈ অধিক পৰিমাণে ভোজন গ্ৰহণ কৰে যদি ই আপোনালোকৰ স্বাস্থ্যৰ বাবে বহুত বেয়া হ'ব পাৰে। বিশেষজ্ঞ সকলে মানে যে ভোক লাগিলে খাদ্য অলপ অলপকৈ খাব লাগে। একেলগে বহুত বেছি খাদ্য খাব নালাগে। ধাৰ্মিক আৰু বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে তিনিটা ৰুটি খোৱাতো সকলো ফালৰ পৰা বেয়া।


২ঃ বাহি ৰুটি বা আগদিনাৰ ৰুটি কেতিয়াও নাখাব। ডাক্তৰৰ মতে বহুত সময় থৈ দিয়া ৰুটি কেতিয়াও খাব নালাগে। তথ্যৰ অনুসৰি বাহি ৰুটি বা আগদিনাৰ ৰুটি খোৱা ফলত বহুত মানুহৰ মৃত্যু হৈছে।বাহি ৰুটি খোৱা আগত আপোনালোকে চাই লওঁক যে ৰুটিত কিবা চামনি পৰিছে নেকি?যদি পৰিছে সেইটো ৰুটি বিষ হৈ পৰিছে। এনেকুৱা ৰুটি খোৱাৰ ফলত আপোনালোকৰ মৃত্যুও হ'ব পাৰে। সদায় মনত ৰাখিব বাহি ৰুটি বা আগদিনাৰ ৰুটি খাব পাৰে কিন্তু ভালদৰে নোচোৱাকৈ কেতিয়াও নাখাব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে।আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ ৰাখি লেখাটো আগ বঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা,ধন্যবাদ।


No comments:

Post a Comment

Advertisement

Pages