প্ৰিয় পাঠকসকল এনেকুৱা মনা হয় যে ঘৰত মনি প্লান্টৰ গছ যিমানে বৃদ্ধি হয় সিমানে আমাৰ ঘৰত ধন টকা বাঢ়ে।( Assamese Fact )
আপোনালোকে ধনৰ বাবে যিমান চিন্তিত নহওক কিয়, আপোনালোকৰ ঘৰৰ মনি প্লান্টে আপোনালোকক ধনী কৰিয়ে দিয়ে। বাস্তৱত ইয়াৰ কিছুমান নিয়মো থাকে। যদি আপোনালোকৰ ঘৰত মনি প্লান্ট আছে। তেতিয়া এই কথাসমূহৰ ধ্যান ৰাখিব ।বাস্তো শাস্ত্ৰৰ অনুসৰি মনি প্লান্টৰ গছ এনেকুৱা যি আমাৰ আৰ্থিক স্থিতি লগত জড়িত। সেই কাৰণে এই গছজোপাক মনি প্লান্ট নাম দিয়া হৈছে।
আজি আমি আপোনালোকক মনি প্লান্টৰ বিষয়ে কিছু নজনা কথা কম।য'ৰ পৰা আপোনালোকৰ আহিব লগা সমস্যাৰ পৰা আপোনালোকে বাচিব পাৰিব। মনি প্লান্টৰ নাম শুনিলেই মনলৈ আহে যে, ই আমাৰ আৰ্থিক স্থিতি বহুত ভাল কৰে। দ্বিতীয় কথা এইটো যে ইয়াক কেতিয়াও কিনি আনি ঘৰত ৰুব নালাগে। কাৰোবাৰ ঘৰৰ পৰা গৃহস্থই নজনাকে মনে মনে আনি ৰুব লাগে।মনি প্লেন্ট এনেকুৱা ঘৰৰ পৰা আনক যাৰ আৰ্থিক স্থিতি বহুত মজবুত আৰু সেই ব্যক্তিজন বহুত ধনী হ'ব লাগিব।( Assamese Fact )
প্ৰিয় পাঠকসকল আপোনালোকে মানক বা নামানক মনি প্লান্ট মনে মনে আনি ৰুলে বহুত ধনী হ'ব পাৰি বুলি মান্যতা আছে। কিন্তু মনত ৰাখিব মনি প্লান্ট চিঙোতে আপোনাক যাতে কোনেও নেদেখে। মনি প্লান্ট আপোনালোকে ৰাতিও আনিব পাৰে। যেতিয়া আপোনালোকে মনি প্লান্ট নিজৰ ঘৰলৈ আনিব,তাক ভাল মাটিত লগা লগ ৰুই দিব । নহ'লে চফা পানীত ইয়াক থৈ দিব। এনেকুৱা কৰা ফলত আপোনালোকৰ ভাগ্য উজ্জ্বল হৈ উঠিব।
আপোনালোকে ইয়াৰ ফল অতি সোনকালেই পাবলৈ আৰম্ভ কৰিব। কিন্তু মনত ৰাখিব মনি প্লান্টটো চিঙোতে যদি কোনোবাই দেখে তেতিয়া ইয়াৰ একো লাভ পোৱা নাযায়। মনি প্লান্ট ঘৰৰ মাজ ভাগতো থব পাৰে। হিন্দু ধৰ্মৰ অনুসৰি দক্ষিণ-পূব দিশত ভগৱান গণেশে বাস কৰে ।মনি প্লান্টৰ গছক ভাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেই কাৰণে ধ্যান ৰাখিব মনি প্লান্ট সদায় দক্ষিণ-পূৰ্ব দিশতহে ৰুব লাগে।
ইয়াৰ কাৰণ এইটো যে এই দিশৰ ভগৱান গণেশ আৰু তেওঁ বিপদ বিঘিনি দূৰ কৰে।এইটো সকলোতকৈ শুভ দিশ বুলি কোৱা হয়।এই দিশত মনি প্লেন্ট থ'লে বা ৰুলে কেতিয়াও ধন কম নহয়। লক্ষ্মী দেৱী যিখন ঘৰতে থাকে তাত কেতিয়াও ধন কম নহয়।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
No comments:
Post a Comment