কলগেটৰ সহায়ত সহজতে ছাঁলখন বগা কৰাৰ উপায় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 27, 2021

কলগেটৰ সহায়ত সহজতে ছাঁলখন বগা কৰাৰ উপায় : Assamese Fact

Assamese Fact

ঘৰতে অতি সহজতে আৰু কম খৰচতে নিজৰ  হাত-ভৰি কেনেকৈ বগা কৰিব পাৰি আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ।Assamese Fact )

Assamese Fact
তাৰ বাবে আমাক লাগিব এটা কলগেট। অৱশ্যে কলগেট কেইবা প্ৰকাৰৰ থাকে, সেয়ে বগা ৰঙৰটোহে আপোনালোকে ব্যৱহাৰ কৰিব ল'ব। তাৰ পিছত গোটেই হাতখনত ধুনীয়াকৈ কলগেট সানি ল'ব লাগিব। য'ত আপোনালোকৰ বেছি ক'লা অৰ্থাৎ আঙুলিৰ গাঁঠিবোৰ নহলেবা ডিঙি যদি ক'লা হৈ পৰিছে তেতিয়া তাত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। 


ভালদৰে সানি লোৱাৰ পাছত ২-৩ মিনিটৰ বাবে লগাই থৈ দিব লাগিব। ২মিনিট মান হোৱাৰ পিছত কলগেটখিনি যেতিয়া শুকাই যাব ।তাৰ পাছত এডাল টুথব্ৰাছ ল'ব লাগিব। আপোনালোকৰ ঘৰত বেয়া হোৱা টুথব্ৰাছ থাকে যে সেইয়া ল'লেও হ'ব। অলপ পানী লৈ ব্ৰাছডাল তাত তিঁয়াই হাতখনত গোল গোল কৈ ব্ৰাছ কৰিব লাগিব । অৰ্থাৎ ঘঁহিব লাগিব।যাতে আপোনালোকৰ যি মৃত ছাঁল আছে সেইয়া নাইকীয়া হৈ যায়।Assamese Fact )


 আপোনাৰ দেহত হয়টো য'ত য'ত ক'লা পৰা জেগা আছে।যেনে- আঙুলিৰ গাঁঠি, কিলাকুটি,ডিঙি আদিত আপোনালোকে ইয়াক ব্যৱহাৰ কৰিব পাৰে।

Assamese Fact
যাতে আপোনালোকৰ ছাঁলখন  বগা হৈ পৰে, যেনেকুৱা আগতে আছিল। আপোনালোকে এনেদৰে ৫ মিনিটৰ বাবে ব্ৰাছডাল ঘঁহি থাকিব লাগিব। মাজে মাজে ব্ৰাছডাল পানীত তিঁয়াই তিঁয়াই ঘঁহিব লাগিব। এইটো বহুত লাভদায়ক। সেই কাৰণে আপোনালোকে এবাৰ এইটো ঘৰত কৰি চাওঁক। আপোনালোকে সোনকালেই ইয়াৰ ফল পাব।


৫মিনিট ঘঁহি হৈ যোৱাৰ পাছত আকৌ কলগেটখিনি শুকাবলৈ ১০-১৫ মিনিট  থৈ দিব লাগিব। ১০ মিনিট মান হোৱাৰ পিছত যেতিয়া ধুনীয়াকৈ শুকাই যাব। তাৰ পিছত আপোনালোকে হাতখন ভালদৰে ধুই পেলাব। ধুই আহি ধুনীয়াকৈ হাতখন মুঁচি তাত এল'ভেৰা জেল বা আপোনালোকৰ ঘৰত যি মইচ'ৰাইজাৰ ক্ৰিম আছে সেইয়া ভালকৈ হাত খনত ঘঁহি দিব।


আপোনালোকে মইচ'ৰাইজাৰ লগাব কাৰণ আমাৰ যি প্ৰচ'অপেন আছে সেইবোৰ মইচ'ৰাইজাৰ লগালে বন্ধ হৈ যাব। এনেদৰে কৰা পাছত আপোনাৰ হাতখন উজ্বল হৈ উঠিব। সেই কাৰণে আপোনালোকে ঘৰত এবাৰ এইটো কৰি চাব ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে।

No comments:

Post a Comment

Advertisement

Pages