ভগৱান বিষ্ণু,আই লক্ষ্মীৰ লগতে তুলসী মাৰো পাব আশীৰ্বাদ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 29, 2021

ভগৱান বিষ্ণু,আই লক্ষ্মীৰ লগতে তুলসী মাৰো পাব আশীৰ্বাদ : Assamese Fact


যদি আপোনালোকে ধনী হ'ব বিচাৰে তেতিয়া তুলসীৰ এই উপায়টো কৰক। ইয়াৰ ফলত ভগৱান বিষ্ণু , লক্ষ্মী দেৱীৰ লগতে তুলসী মাৰ কৃপা দৃষ্টিয়ে আপোনালোকৰ ভাগ্য উদয় কৰিব আৰু ধন সম্পত্তি বৃদ্ধি হ'ব।Assamese Fact )

Assamese Fact
হিন্দু ধৰ্মত  তুলসী গছক বহুত পবিত্ৰ গছ বুলি ধৰা হয়। কোৱা হয় তুলসী গছৰ শিপাৰ ওচৰত নিজেই ভগৱান বিষ্ণুৱে শালেগ্ৰাম ৰূপত বাস কৰে। বিশ্বাস কৰা হয় যে যাৰ ঘৰত তুলসী গছ থাকে তেওঁলোকৰ ঘৰত নাকাৰাত্মক শক্তিয়ে বাস  কৰিব নোৱাৰে।


লগতে সেই ঘৰখনে তুলসী মাৰ কৃপা দৃষ্টি আকৰ্ষণ কৰে। তুলসীয়ে আপোনালোকক বা আমাক বেমাৰৰ লগত যুঁজিবলৈ শক্তি প্ৰদান কৰে। আমাৰ শৰীৰটো নিৰুগী কৰি ৰাখে। কোৱা হয় যে তুলসীৰ ব্যৱহাৰ কৰা ফলত কৰোণা দৰে বেমাৰৰ প্ৰভাৱ কম হৈ পৰে । তুলসীৰ সৰু সৰু উপায়ৰ ফলত ধন লাভ হোৱা দেখা যায়। ইয়াৰ বিষয়ে জানো আহঁক চোন-



১ঃ যদি আপোনালোকৰ শুৱনীত নৱগ্ৰহ বা যিকোনো প্ৰকাৰৰ দোষ আছে বা শনি আৰু ৰবি দোষৰ পৰা পিড়িত হৈ আছে। তেতিয়া তুলসীৰ শিপা এডাল টাবিজত লৈ বা ভৰাই তাক ডিঙিত পিন্ধক। কোৱা হয় যে ইয়াৰ ফলত সকলো দোষ আঁতৰি যায় আৰু ব্যক্তিজনৰ ওচৰত পইচা-পাতি অভাৱ নহয়।


২ঃতুলসীৰ শিপাত বা তুলসী গছত সদায় গা ধুই পানী দিলে নৱগ্ৰহৰ দোষ আঁতৰি যায় আৰু লক্ষ্মী দেৱীৰ কৃপাত ঘৰৰ পৰা পইচা-পাতি অভাৱ কম হ'বলৈ ধৰে।Assamese Fact )


৩ঃযদি দোকান বা ঘৰৰ পৰা নাকাৰাত্মক শক্তিবোৰ দূৰ কৰিব বিচাৰে তেতিয়া তুলসীৰ শিপাৰ মলা বনাই ডিঙিত পিন্ধক বহুত লাভ হ'ব।


৪ঃ ধন প্ৰাপ্তিৰ বাবে তুলসীৰ শিপা ৰূপৰ টাবিজত ভৰাই পিন্ধক। ইয়াৰ ফলত ধন অহা ৰাস্তা খোল খাই যায় আৰু ব্যক্তিজন ধনী হ'বলৈ ধৰে।


৫ঃ প্ৰতিদিনে গা ধুই আহি তুলসী তলৰ মাটি লৈ কপালত ফুট লওঁক। ইয়াৰ ফলত ব্যক্তিজনৰ আকৰ্ষণ কৰিব পৰা শক্তি বৃদ্ধি হয়। সন্মুখৰ ব্যক্তিজনে আপোনাক দেখি বা আপোনাৰ ফালে  বহুত সোনকালেই প্ৰভাৱিত হ'ব।


৬ঃ প্ৰতিদিনে তুলসী তলৰ মাটি লৈ কপালত ফুট ল'লে মনটো সদায় শান্ত হৈ থাকে আৰু দূৰ্ঘটনা আপোনাৰ পৰা আঁতৰি থাকে বা আপোনাৰ দূৰ্ঘটনা নহয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages