কোটিৰ ভিতৰত এটা হয় এই বিশেষ দিনটোত জন্ম গ্ৰহণ কৰা সন্তান : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 24, 2021

কোটিৰ ভিতৰত এটা হয় এই বিশেষ দিনটোত জন্ম গ্ৰহণ কৰা সন্তান : Assamese Fact

Assamese Fact

কোটি তাৰ ভিতৰত এটা হয় এই বিশেষ দিনটোত জন্ম গ্ৰহণ কৰা ল'ৰা -ছোৱালী। প্ৰিয় পাঠকসকল ভাগ্য এনেকুৱা এটা বস্তুটো যিটো মানুহে ওপৰৰ পৰাই লিখাই আনে।Assamese Fact )

Assamese Fact
আপোনালোকে দেখিছে চাগে কিছুমান মানুহে বেছি কষ্ট নকৰাকৈয়ে বহুত সফলতা লাভ কৰে। তেওঁলোকে বহুত কষ্ট কৰিব লগা নহয়। তেওঁলোকে সময়ৰ লগে লগে সকলো নিজেই পায় গৈ থাকে।এওঁলোকে যেতিয়া নতুন কাম এটাৰ বাবে হাত আগবঢ়ায় বা কৰিবলৈ আগবাঢ়ি যায় সেই কামটো এওঁলোকৰ সম্পূৰ্ণ হয় আৰু তাত সফলতাও অৰ্জন কৰে।এওঁলোক ভাগ্যশালী হোৱাৰ কাৰণ হ'ল এওঁলোকৰ জন্ম তিথি বা জন্ম দিনটো। যাৰ ফলত এওঁলোকক ভাগ্যশালী বুলি কোৱা হয়।


 এইবোৰ এওঁলোকৰ গ্ৰহ নক্ষত্ৰৰ স্থিতিৰ ওপৰত ভিত্তি কৰিয়ে কোৱা হয় বা কৰা হয়। জ্যোতিষ শাস্ত্ৰৰ অনুসৰি এওঁলোক ভাগ্যশালী হোৱাৰ কাৰণ হ'ল এওঁলোকৰ জন্ম তিথি বা জন্ম দিনটো যাৰ ফলত এওঁলোকক ভাগ্যশালী বুলি কোৱা হয়।জ্যোতিষ শাস্ত্ৰৰ অনুসৰি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ পোনপটীয়া প্ৰভাৱ আপোনালোকৰ ওপৰত পৰে।গ্ৰহ নক্ষত্ৰসমূহে আপোনালোকৰ আহিব লগা দিনবোৰৰ ওপৰত বহুত প্ৰভাৱ পেলোৱা দেখা যায়।Assamese Fact )


আজি আমি আপোনালোকক কম যে বছৰৰ কোন মাহৰ কোন তাৰিখে জন্ম হোৱা ব্যক্তিসকল ভাগ্যশালী হয়।

Assamese Fact
ফ্ৰেব্ৰুৱাৰী মাহত জন্ম হোৱা ব্যক্তিসকলৰ ভাগ্যখন বহুত ভাল আৰু এওঁলোকে জীৱনত কেতিয়াও কষ্ট পাব লগা নহয়। বহুত মানুহে ফ্ৰেব্ৰুৱাৰী মাহত জন্ম হোৱা ব্যক্তিসকলক বহুত ভাগ্যশালী হোৱা দেখিছে। কিন্তু ইয়াৰ ভিতৰতো এইকেইটা দিনত বা তাৰিখত জন্ম হোৱা ব্যক্তিসকলক অধিক ভাগ্যশালী হোৱা দেখা যায়।যেনে- ৪,১২,২২,২৮ তাৰিখ।



দ্বিতীয়টো মাহ হ'ল-জুন ।এই মাহত জন্ম  হোৱা ব্যক্তিসকল পইচাৰ ক্ষেত্ৰত বহুত ধনী হোৱা দেখা যায়। এওঁলোকে নিজৰ জীৱনত ধন ঘটিবৰ বাবে বেছি কষ্ট কৰিব নালাগে। এওঁলোক নিজৰ বাবে ভাগ্যশালী হোৱাৰ লগতে যিখন ঘৰত জন্ম গ্ৰহণ কৰে সেইখন ঘৰৰ বাবে বা সেই পৰিয়ালটোৰ বাবেও বহুত ভাগ্যশালী হয়।

(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে।আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ ৰাখি লেখাটো আগ বঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা,ধন্যবাদ।

1 comment:

  1. Moi jun nt janmo bohut kasta vuib lga hoie

    ReplyDelete

Advertisement

Pages