এই চাৰিটা নামৰ ছোৱালীবোৰ হয় খোবেই ভাগ্যশালী : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 7, 2021

এই চাৰিটা নামৰ ছোৱালীবোৰ হয় খোবেই ভাগ্যশালী : Assamese Fact

Assamese Fact

জন্মৰ পৰাই ভাগ্যৱতী হয় এই চাৰিটা নামৰ ছোৱালীবোৰ । আজি আমি জানো আহঁক কোন চাৰিটা নামৰ যুৱতী সকল ভাগ্যৱতী হোৱা দেখা যায়।( Assamese Fact )

প্ৰিয় পাঠকসকল সকলো ব্যক্তিৰে স্বভাৱ, চৰিত্ৰ আৰু বিচাৰ আনতকৈ বেলেগ হয়। তেওঁলোকৰ স্বভাৱ, চৰিত্ৰ আৰু বিচাৰ নামৰ প্ৰথম আখৰটোৰ ওপৰত নিৰ্ভৰ কৰে। মানুহৰ নামৰ প্ৰথম আখৰটোৱে মানুহজন বা মানুহগৰাকীৰ বিভিন্ন ৰহস্য ভেদ কৰে। শাস্ত্ৰৰ অনুসৰি কেইটামান আখৰে আৰম্ভ হোৱা নামৰ মানুহ বহুত ভাগ্যশালী হয়। এওঁলোকে যাৰ লগত সম্পৰ্ক স্থাপন কৰে সেইয়া বহুত ভাল দৰে আগবঢ়ায় নিয়ে।


এই চাৰিটা আখৰৰ ছোৱালীবোৰে য'ত যায় তাতে আনন্দময় পৰিৱেশ গঢ়ি তোলে। এনেকুৱা ছোৱালীবোৰৰ ওপৰত লক্ষ্মী দেৱীৰ আৰ্শীবাদ থাকে বুলি কোৱা হয়। লগতে এওঁলোকৰ লগত সম্পৰ্ক থকা মানুহবোৰ ভাগ্যশালী হৈ পৰে। তেতিয়া হ'লে আমি জানো আহঁক চোন এই চাৰিটা আখৰৰ ছোৱালীৰ নাম যাৰ লগত সম্পৰ্ক স্থাপন কৰি আপুনি ভাগ্যশালী হ'ব পাৰে-


১ঃ  D নামৰ ছোৱালীবোৰ। পাঠকসকল D আখৰে আৰম্ভ হোৱা নামৰ ছোৱালীবোৰ বহুত ভাগ্যৱতী হয়। এওঁলোকৰ ওপৰত লক্ষ্মী দেৱীৰ কৃপা দৃষ্টি থকা দেখা যায়। এওঁলোকে বিয়া পাতি যিখন ঘৰলৈ যায় সেইখন ঘৰো ভাগ্যশালী হৈ পৰে। এওঁলোকে শহুৰেকৰ ঘৰলৈ সুখ সমৃদ্ধি লৈ আহে আৰু সেই ঘৰখনলৈ পইচা আহিবলৈ ধৰে।( Assamese Fact )


২ঃ V‌ নামৰ ছোৱালীবোৰ। V  আখৰে আৰম্ভ হোৱা নামৰ ছোৱালীবোৰ বহুত ধুনীয়া হয়। দেখিবলৈ ধুনীয়া হোৱা লগতেই এওঁলোকৰ হৃদয়খনো বহুত কোমল আৰু চফা হয়। এওঁলোকে নিজৰ সম্পৰ্ক বহুত ভাল দৰে আগবঢ়ায় নিয়ে। জীৱন সংগীক বহুত মৰম কৰা লগতেই সৰু সুৰা সুখবোৰৰ কথাও মনত ৰাখে। সেই কাৰণে এওঁলোকৰ যাৰ লগত সম্পৰ্ক স্থাপন হয় তেওঁ নিজকে ভাগ্যশালী বুলি ভাবিব পাৰে।


৩ঃ  Y নামৰ ছোৱালীবোৰ। পাঠকসকল যদি Y নামৰ ছোৱালীবোৰৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়া হ'লে ক'ব লাগিব যে এওঁলোক বহুত ভাগ্যৱতী । এনেধৰণৰ ছোৱালীবোৰে নিজৰ কথাবোৰ লৈ বহুত সজাগ হোৱা দেখা যায়। এওঁলোকে কিবা কাম এবাৰ কৰিম বুলি মনত ভাবি ল'লে তাক সম্পূৰ্ণ কৰিলেহে শান্তি অনুভৱ কৰে। এওঁলোকে যি প্ৰতিশ্ৰুতি দিয়ে তাক সদায় সম্পূৰ্ণ কৰে। এনেধৰণৰ ছোৱালীবোৰে ঘৰখন বহুত ভালদৰে স্বভালী লয়। সেই কাৰণে কোৱা হয় এই নামৰ ছোৱালী যিয়ে বিয়া কৰাই সি বহুত ভাগ্যশালী হয়।


৪ঃ  G নামৰ ছোৱালীবোৰ। যাৰ নাম G আগৰে দি আৰম্ভ হয় তেওঁলোক বহুত ভাগ্যৱতী হয়। এওঁলোকে সকলোৰে লগত মিলি জুলি থাকে। সেই কাৰণে এওঁলোকে যাক লগ পায় তাৰ মনত বহুত ভাল স্থান বনায় ল'ব পাৰে । এনেকুৱা ছোৱালীবোৰে চাৰিওফালে আনন্দ বিদায় দিয়ে। সেই কাৰণে হয়তো এওঁলোকৰ ভাগ্যয়ে সদায় এওঁলোকৰ লগ দিয়ে আৰু নিজৰ হাঁহি ধেমালিৰ স্বভাৱৰ ফলতেই শহুৰেকৰ ঘৰত সকলোৰে লগত মিলি জুলি থাকিব পাৰে।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


No comments:

Post a Comment

Advertisement

Pages