প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক ক'বলৈ লৈছোঁ যে যদি আপোনালোকে ধন ঘটিব বিচাৰে আৰু ধন সাঁচিব বিচাৰে তেন্তে এই উপায়টো আপোনালোকে নিশ্চয় কৰি চাওঁক( Assamese Fact )।
বহুত মানুহে ধন ঘটে কষ্ট কৰে কিন্তু ধন সাঁচিব নোৱাৰে। প্ৰিয় পাঠকসকল ইয়াৰ কাৰণ কি জানে নে? ইয়াৰ কাৰণটো গ্ৰহ নক্ষত্ৰৰ দূৰ্বলতা। যদি আপোনাৰ গ্ৰহ নক্ষত্ৰৰ দূৰ্বল হয় তেতিয়া আপোনাৰ কোনো কাম ভাল দৰে সফল নহয়।
মানুহে কয় যে কষ্ট কৰিলে ধন ঘটিব পাৰি কিন্তু বহুত মানুহে দিন ৰাতি এক কৰি কষ্ট কৰি কাম কৰে।তাৰে দুই এজনেহে ধন সাঁচিব পাৰে আৰু ধনী হ'ব পাৰে। কোটিপতি মানুহেও মন্দিৰ গৈ বহুত উপায় কৰে। উপায় মানে এইটো যে একো তন্ত্ৰ মন্ত্ৰ নকৰাকৈ উপায় কৰি নিজৰ ইষ্ট দেৱতাক সন্তোষ কৰা।
প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক কম যে এটা সৰু উপায় কৰি কেনেকৈ ধন সাঁচিব পাৰে-
কোনোবা এটা শুক্ৰবাৰে নাইবা কোনোবা এটা দিনত সকলো ব্যক্তিয়ে কৰিব পাৰে। শুক্ৰবাৰে কৰিলে বেছি ভাল। কাৰণ শুক্ৰবাৰ লক্ষ্মী দেৱীৰ বাৰ বুলি কোৱা হয়। সন্ধিয়া গা ধুই লক্ষ্মী দেৱীৰ ফটোৰ সন্মুখত এগচ চাকি জ্বলাই সোঁ হাতত এটা লং আৰু ইলাচি লৈ এটা মন্ত্ৰৰ উচ্চাৰণ কৰিব লাগে।যিটো হৈছে ওমঃ মহালক্ষ্মী নমঃ ।এই মন্ত্ৰটোৰ উচ্চাৰণ আপুনি ১০৮ বাৰ কৰিব লাগিব আৰু কৰোঁতে যাতে কোনেও আপোনাক আহুকাল নকৰে আৰু আপুনি শুদ্ধ উচ্চাৰণ কৰে সেইটো মনত ৰাখিব লাগে। ( Assamese Fact )
এইবোৰ কৰি হোৱা পাছত হাতত থকা লং আৰু ইলাচিটো হালধীয়া এখন কাপোৰত থৈ চিলাই কৰি আপুনি য'ত পইচা থয় তাত থৈ দিব। পাৰ্চত থব নালাগে। তাত থ'লে ফল পোৱা নাযায়। ঘৰৰ বেলেগ ঠাইত য'ত আপুনি পইচা থয় তাত থৈ দিব লাগে। এই উপায় কৰা পাছত আপোনাৰ ঘৰলৈ পইচা আহিব আৰু পইচা সাঁচিব পাৰিব।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহপঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment