লাফিং বুদ্ধাক ঘৰখনৰ মুখ্য দুৱাৰৰ সন্মুখত ৰাখিব লাগে, যাতে ঘৰখনত প্ৰৱেশ কৰা ব্যক্তিয়ে দেখা পায়।। ( Assamese Fact )
ঘৰখনত সুখ সমৃদ্ধি, সদায়ে থাকিবৰ বাবে, হাঁহি থকা লাফিং বুদ্ধাক ৰাখিব লাগে। আৰু লাফিং বুদ্ধাৰ প্ৰতিমাক এনেদৰে ৰাখিব যাতে, তেওঁ ঘৰখনত প্ৰৱেশ কৰা লোকক তেওঁ চাই আছে।
ঘৰখনত ধনৰ বৃদ্ধি বাবে, এনে লাফিং বুদ্ধাৰ প্ৰতিমা ৰাখিব লাগে, যত তেওঁ টুপুলা লৈ আছে আৰু তেওঁ হাঁহি আছে।
আৰু এইটো কথা মন দিব লাগে, যাতে লাফিং বুদ্ধৰ হাতত থকা টুপুলাটো খালী টুপুলা নহয়,ভৰি থকা হব লাগে। যদি সেই টুপুলাটো ভৰি থকা হয়, তেতিয়া টুপুলাটো ফুলি থকা দেখি। এনে লাফিং বুদ্ধাৰ প্ৰতিমা ৰাখিলে, ঘৰখনত ধনৰ বৃদ্ধি হয়।এই প্ৰতিমা ঘৰৰ মুখ্য দুৱাৰৰ ফালে হব লাগে। ইয়াৰ দ্বাৰা ঘৰখনৰ অৰ্থ চক্ৰ সুচাৰূপে চলে আৰু লগতে নতুন আমদানিৰ পথ মুকলি হয়।
মনুষ্যৰ ভাগ্য শক্তিশালী নহলে, তেতিয়া আপুনি দুখন হাততে, কমন্দল ওপৰলৈ লৈ থকা লাফিং বুদ্ধাক ঘৰত ৰাখিব লাগে।যাৰ কোনো নিৰ্ণয় লোৱাত সমস্যা হয় বা নিৰ্ণয় লোৱাৰ ক্ষমতা কম হয়, তেনেলোকে ধাতুৰে নিৰ্মিত লাফিং বুদ্ধ ঘৰত বা অফিচত ৰাখিব লাগে। ইয়াৰ দ্বাৰা শক্তি বাঢ়িব।
ঘৰখনত সুখ শান্তি থাকিবৰ বাবে ধ্যানৰ মুদ্ৰাত থকা লাফিং বুদ্ধাৰ প্ৰতিমা ঘৰখনত ৰাখিব লাগে। এনে লাফিং বুদ্ধাৰ প্ৰতিমা ঘৰখনত ৰাখিলে, ঘৰখনত শান্তিপূৰ্ণ পৰিৱেশ থাকে।
সন্তান প্ৰাপ্তিৰ বাবে লৰা ছোৱালী লগত খেলি থকা লাফিং বুদ্ধা ঘৰখনত ৰাখিব লাগে। ( Assamese Fact )
উপহাৰৰ বাবে শুই থকা লাফিং বুদ্ধা দিব লাগে। এনে লাফিং বুদ্ধা উপহাৰ দিলে, দিয়াজনৰো আৰু লোৱাজনৰো লাভ হয়।
যদি কেতিয়াবা এনে লাগে,যে আপোনাৰ ওপৰত বা আপোনাৰ ঘৰখনৰ ওপৰত যাদু তন্ত্ৰ মন্ত্র কৰিছে, তেতিয়া ড্ৰেগনত বহি থকা লাফিং বুদ্ধা প্ৰতিমা ঘৰখনত ৰাখিব লাগে।
লাফিং বুদ্ধা মাটিত ৰাখিব নালাগে। এওঁক এক প্ৰয়োজনীয় স্থান দিব লাগে। লাফিং বুদ্ধাক আগফালৰ ৰূমত ৰাখিব পাৰে। যাৰ বাবে ঘৰলৈ অহা লোকৰ চকু লাফিং বুদ্ধাৰ ওপৰত পৰে। কোৱা হয় যে,লাফিং বুদ্ধা উপহাৰ হিচাপে দিলে বা আপুনিও পালে, তাৰ প্ৰভাৱ অত্যাধিক তীব্র গতিৰ হয়।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহপঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment