দাঁত চাই জানিব পাৰি এজন ব্যক্তিৰ ব্যক্তিত্ব কেনে হব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 10, 2021

দাঁত চাই জানিব পাৰি এজন ব্যক্তিৰ ব্যক্তিত্ব কেনে হব : Assamese Fact

Assamese Fact

প্ৰিয় পাঠকসকল, ভাগ্যশালী হোৱা বহুত চিন থাকে তাৰ ভিতৰত এটা চিন হৈছে দাঁত। বহুত মানুহৰ মতে যাৰ দাঁত বেঁকা বেঁকি হয় তেওঁলোক বহুত বেচি  ভাগ্যশালী হয়Assamese Fact )। সকলো কামতেই তেওঁলোকক ভাগ্যই লগ দিয়ে।এই কথাবোৰ সঁচা নেকি জানো আহঁক চোন-

সকলোৰে দাঁতৰ আকৃতি একেই নাথাকে। কিছুমানৰ সকলো দাঁত একেই আৰু সমান হয়। আন কিছুমানৰ আকৌ বেঁকা বেঁকি হয়। কাৰোবাৰ ওপৰলৈ উঠা হয় আৰু কাৰোবাৰ তলত হেঁচা খাই থকা দৰে থাকে। জানো আহঁক সামুদ্ৰিক শাস্ত্ৰত এই বিষয়ে কি লিখা আছে।


১ঃ

Assamese Fact
যি ব্যক্তিৰ দাঁত একেই আৰু সকলো দাঁত সমান হয়। তেওঁলোক বহুত ভাগ্যশালী হয় আৰু আৰ্থিক স্থিতিও ভাল হয়। এওঁলোকে বিভিন্ন ধৰণৰ ভৌতিক সুখ লাভ কৰে। এওঁলোকে চাকৰি কৰা সলনি নিজৰ ব্যৱসায় কৰি ভাল পায়। লগতে সকলোৰে লগত ভাল ব্যৱহাৰ কৰে। নিজৰ বস্তুবোৰ দেখাই বহুত ভাল পায়Assamese Fact )


২ঃ

Assamese Fact
বেকা বেকি দাঁত। এওঁলোকে সকলো কাম লুকুৱাই কৰি ভাল পায়। এওঁলোকে বেলেগে তেওঁলোকৰ কামৰ কথা জনাটো নিবিচাৰে। সেই কাৰণে এওঁলোকে কেতিয়াবা মিছা কথাও কয়। নিজৰ মতেই সকলো কাম কৰে। এওঁলোকে নিজৰ কথা ভাৱে আৰু নিজৰ লাভ হোৱা ব্যক্তিৰ লগত হে বন্ধুত্ব স্থাপন কৰে। কাম সম্পূৰ্ণ হৈ যোৱা পাছত তেওঁলোকে সেইজনক পাট্টাও নিদিয়া হয়।


৩ঃ

Assamese Fact
এতিয়া জানো আহঁক এটাৰ ওপৰত এটা আৰু দাঁত থকা মানুহৰ বিষয়ে। এওঁলোক বহুত সাহসী হয়। এওঁলোকে সকলো কাম ভাবি চিন্তি কৰে আৰু নিজৰ কথাৰে আনক প্ৰভাৱিত কৰিব পাৰে। এনেধৰণৰ ব্যক্তিৰ খং বেছি হয়। বেলেগক কাম কৰাবলৈ হ'লে মৰমেৰে নহয় খঙত কৈ কাম কৰাই। সেই কাৰণে কেতিয়াবা এওঁলোকে অপমানো সহ্য কৰিব লগা হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages