যেতিয়া এগৰাকী মহিলাই নিজৰ সন্তানক হাবিৰ মাজত অকলে এৰি গুচি যায় তেতিয়া এটা কুকুৰে সেই সন্তানটিক উদ্ধাৰ কৰে।( Assamese Fact )যেতিয়া কুকুৰটোৱে এটি কণমানি শিশুক ৰাস্তাৰ কাষত পৰি থকা দেখা পালে তেতিয়া সি এনে এক কাম কৰিলে যিটো নিকী এগৰাকী দয়ালু মাকে কৰিব লাগিছিল। তাৰ পাছত কুকুৰটোৱে যি কৰিলে সকলোৱে দেখি আচৰিত হল।
চেণ্টিন' নামৰ এটি শিশু ২০১৩ চনত আৰ্জেন্টিনাৰ এখন চহৰত জন্ম হৈছিল। তাৰ মাকে অসহায় ভাবে তাক ৰাস্তাৰ কাষত এৰি গুচি গল যেতিয়া সি মাত্ৰ ১মাহ ২০ দিনৰ আছিল। এইটো বয়সত শিশু এতিয়ে নিজৰ বাবে একো কৰিব নোৱাৰে। যদি কোনোবাই তাক গাখীৰ অলপো খুৱাই দিলে হয় তেন্তে সেই নিজান ঠাই দুখৰত তাৰ বাবে জীয়াই থকাটো সলপ হলেও সহজ হল হেতেন। আৰু তাক মাকে ঠাণ্ডাৰ দিনত তাক এনেদৰে এৰি থৈ গৈছিল।
জুলাই মাহত আৰ্জেন্টিনাত বহুত ঠাণ্ডা হয়। সেই সময়ত যদি শিশুটোয়ে সহায় নোপোৱা হলে অতি সোনকালেই ঠাণ্ডাৰ প্ৰকোপত মৃত্যু হল হয়। শিশু তো যি ঠাইত আছিল তাতেই এটা কুকুৰ আছিল। কুকুৰটোক সদায় খাবৰ বাবে বহুত আহাৰৰ প্ৰয়োজন আছিল কিয়নো তাৰো সৰু সৰু কেইটামান পোৱালি আছিল যি খাবৰ বাবে মাকৰ ওপৰতেই নিৰ্ভৰশীল আছিল। কুকুৰটোয়ে নিজৰ পোৱালি কেইটাৰ বাবে আহাৰ বিচাৰি থাকোতে চেণ্টিন'ক দেখা পালে। তাৰ পাছত সি শিশু তোক অকলে এৰি অহাতো উচিত হব বুলি নাভাবিলে। এতিয়া মাত্ৰ কুকুৰটোয়েই চেণ্টিন'ৰ সহায় কৰিব লাগিব। কুকুৰটো উভতি আহি নিজৰ পোৱালি কেইটাক গাখীৰ খোৱাৰ সলনি সিহঁতক এটা এটাকৈ উঠাব ধৰিলে।
নিজৰ পোৱালীকেইটাক উঠাই লৈ মুখেৰে ধৰি সেই ঠাই দুখৰলৈ আহিছিল যত সেই শিশু তো পৰি আছিল। কুকুৰটোৱে পোৱালীকেইটাক শিশুতোৰ চাৰিওফালে থৈ দিলে। অৰ্থাৎ কুকুৰটোয়ে শিশুটোক নিজৰ গা আৰু পোৱালীটোৰ গাৰ উম দি গৰম কৰি ৰাখিব চেষ্টা কৰিলে আৰু এনেদৰেই ৰাতিটো পাৰ কৰিব যত্ন কৰিলে।এই জন্তু কেইটাৰ গাৰ উম পায় শিশুটি জাৰৰ ৰাতিটোত জীয়াই থাকিব পাৰিলে। পিছদিনা ৰাতিপুৱা ছোৱালী এজনীয়ে তাইৰ ঘৰৰ ওচৰত কিছুমান অজিব শব্দ শুনা পালে। তাই মাতটো কোনো শিশুৰ বুলি বুজিব পাৰিলে। ছোৱালীজনীয়ে শব্দটোৰ পিছ ললে কিয়নো তাই জানিছিল যে ওচৰৰ ঠাইবোৰ নিজান হয় আৰু তাত কোনো মানুহ নাথাকে। যেতিয়া তাই সেই শিশুটো দেখা পালে তাইৰ যেন ভৰিৰ তলৰ মাটি কঁপিব ধৰিলে। কুকুৰটোক এনেদৰে শিশুতোৰ সহায় কৰা দেখি তাইৰ বিশ্বাস নহল।( Assamese Fact )
ছোৱালী জনীয়ে গম পোৱা নাছিল যে শিশু টিক মাকে কোন সময়ত এনেদৰে পেলাই থৈ গৈছিল। ছোৱালীজনীয়ে তৎক্ষণাত কুকুৰটোৰ পৰা শিশু টিক আঁতৰাই আনিলে আৰু ডাক্তৰৰ ওচৰলৈ লৈ গল। ডাক্তৰে শীঘ্ৰেই শিশুটিৰ চিকিৎসা আৰম্ভ কৰিলে আৰু আৰক্ষীক খবৰ দিলে। আৰক্ষী আহিল আৰু শিশুটিৰ আচল মাকক বিচাৰি উলিয়ালে। তেওঁ এগৰাকী ৩৩ বছৰীয়া মহিলা আছিল আৰু তেওঁৰ কেইটামান সন্তান আগৰো আছিল।
পুলিচে মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰিলে লগতে তেওঁৰ বাকীকেইটা সন্তানো তেওঁৰ পৰা কাঢ়ি লোৱা হল। কিয়নো তেওঁ যেতিয়া কণমানি তোৰ লগত ইমান বেয়া কাম কৰিব পাৰে তেন্তে বাকীবোৰ সন্তানৰো তেওঁৰ লগত থাকিলে বিপদ হব। আৰক্ষীয়ে মহিলা গৰাকীক জেললৈ পঠিয়ালে কিন্তু তেওঁ কিয় এনেকুৱা কৰিলে শিশু টিৰ লগত সেইতো গম পোৱা নগল। পাছত শিশুটিক উদ্ধাৰ কৰা ছোৱালীজনীয়ে গম পালে যে কিদৰে কুকুৰ কেইটাই তাক সুৰক্ষা দি আছিল ঠাণ্ডাৰ প্ৰকোপৰ পৰা।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment