এই ২০ টা ভুলৰ বাবে মানুহৰ জীৱনলৈ আহে দৰিদ্ৰতা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 15, 2021

এই ২০ টা ভুলৰ বাবে মানুহৰ জীৱনলৈ আহে দৰিদ্ৰতা : Assamese Fact

Assamese Fact

আপুনি জানে নে আপোনাৰ ঘৰত কিয় দৰিদ্ৰতাই দেখা দিছে ? কেতিয়াবা জানিবলৈ চেষ্টা কৰিছে নে ঘৰলৈ দৰিদ্ৰতা কিয় আহে ? Assamese Fact )

আপুনি ধনটো বহুত ঘটিছে,ভাল ব্যৱসায়ও আছে,সমাজত আপোনাৰ সন্মানো আছে কিন্তু দৰিদ্ৰতাই আপোনাৰ লগ এৰা নাই।তথাপিও আপুনি আজি পৰ্য্যন্ত জানিবলৈ চেষ্টা নাই কৰা যে কিয় আপোনাৰ ঘৰত আজিও দৰিদ্ৰতা আছে।তেন্তে আজিয়েই এই ২০ টা কাৰন জানি লওক,এই কাৰন সমূহৰ বাবেই আমাক দৰিদ্ৰতাই লগ নেৰে -


১/ জোখতকৈ বেছি চুলি দীঘল কৰিব নালাগে । যদি সম্ভৱ তেন্তে পুৰুষে ৪০ দিনৰ মূৰে মূৰে চুলি কটাই থাকিব লাগে। 


২/ ঘৰলৈ আলহি আহিলে খং কৰিব নালাগে। বহুত মানুহে ঘৰলৈ আলহি আহিলে খং কৰে আৰু তেওঁক মনে মনে বেয়া পায় কিন্তু এনে কৰিব নালাগে।


৩/ কেতিয়াও আমদানিতকৈ বেছি খৰছ কৰিব নালাগে । মানুহ সদায় মিতব্যয়ী হব লাগে। যদি আমাৰ ওচৰত ১ টকা আছে আৰু আমি  ১০ টকা খৰচ কৰোঁ তেন্তে ই দৰিদ্ৰতা অহাৰ এক ডাঙৰ কাৰণ।


৪/ যদি আপোনাৰ ঘৰলৈ কোনো আলহী আহে বা আপোনাৰ পৰিয়ালৰ কোনো ব্যক্তি আহে তেন্তে কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নালাগে।


৫/ ঘৰত থকা ভঙা বস্তু যেনে ভঙা কাপ,ভঙা প্লেটৰ উপয়োগ কৰিব নালাগে। যদি আপোনাৰ লগত বহুত টকা আছে কিন্তু যদি আপুনি ভঙা কাপত চাহ খাই আছে তেন্তে আপুনি এনে কৰিব নালাগে ।


৬/ উলুটাকৈ কেতিয়াও শুব নালাগে। ওলোটাই শুলে বহুত বেমাৰ হোৱাৰ শংকা থাকে। যেতিয়া আপুনি অসুস্থ হৈ পৰিব আৰু চিকিৎসাৰ বাবে ডাক্তৰৰ ওচৰলৈ গৈ টকা খৰচ কৰিব তেন্তে তেতিয়া আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হব পাৰে।


৭/ মানুহে কেতিয়াও গছৰ তলত প্ৰসাৱ কৰিব নাপায়। 


৮/ ৰাতিপুৱা সূৰ্য্য উদয় হোৱাৰ পাছতো  শুই থাকিব নালাগে।


৯/ ফটা কাপোৰ মানুহে কেতিয়াও পৰিধান কৰিব নালাগে।


১০/ মহিলা সকলে থিয় হৈ কেতিয়াও চুলি বান্ধিব নালাগে।


১১/ অন্ধকাৰত কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে। কিয়নো আন্ধাৰত আহাৰ কেৱল চয়তানে গ্ৰহণ কৰে।


১২/ ৰাতি কেতিয়াও ঘৰত ঝাড়ু মাৰিব নালাগে। 


১৩/ আমি যেতিয়া চাকি জ্বলাও তেতিয়া মুখেৰে ফু কৰি কেতিয়াও নুমোৱাই দিব নালাগে।Assamese Fact )


১৪/ কথাই প্ৰতি মিছা শপত খাব নালাগে। প্ৰায় মানুহে নিজৰ মিছা কথা কবলৈ মাক দেউতাক বা ভগৱানৰ শপত খোৱা দেখা যায় কিন্তু এনে কৰিলে সেই ব্যক্তিজনৰ ঘৰলৈ দৰিদ্ৰতা অহাৰ মূল কাৰণ হব পাৰে।


১৫/ শ্মশান নতুবা কবৰস্থানত কেতিয়াও হাঁহিব নালাগে। কিয়নো ইতিমধ্যে তাত শূন্যতা হৈ আছে তাৰ উপৰিও যদি আপুনি সেইবোৰ দেখি হাঁহি খিকিন্দালি কৰে তেন্তে ইও আপোনাৰ দৰিদ্ৰতাৰ কাৰণ হব পাৰে।


১৬/ মনলৈ কেতিয়াও ঋণাত্মক চিন্তা ধাৰা আনিব নালাগে।


১৭/ হাত মুখ নোধোৱাকৈ কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে। আমি সকলোৱে জানো যে হাত ধুই আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যৰ পক্ষেও ভাল। হাত মুখ নোধোৱাকৈ আহাৰ খালে আমি বেমাৰত পৰাৰ আশংকা থাকে।


১৮/ মা-দেউতাৰ কেতিয়াও অপমান কৰিব নালাগে। আমি সকলোৱে দেখিছোঁ আৰু জানো যে যিসকল লোকে মা দেউতাৰ অপমান কৰে তেওঁলোক কেতিয়াও সুখী হব নোৱাৰে।


১৯/ মকৰাই বনোৱা জাল কেতিয়াও থাকিব দিব নালাগে। বহুত মানুহে ঘৰত মকৰাৰ জাল থাকিলেও আঁতৰাই দিবলৈ পাহৰি যায় । যদি আপোনাৰ ঘৰৰ কোনোবা চুকত মকৰাৰ জাল আছে তেন্তে শীঘ্ৰেই তাক চাফা কৰি দিয়ক।


২০/ সদায় আহাৰ গ্ৰহণ কৰোঁতে ভগৱানক ধন্যবাদ দিব লাগে । ভগৱনাক ধন্য নামানি কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে।


গতিকে উপৰুক্ত কাৰণবোৰ মন কৰিলে নিশ্চয় আপোনাৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হব।


(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আজি আমাৰ ৱেবচাইটত প্ৰকাশ পাব লগীয়া কেইটামান বিশেষ লেখাৰ সময়সূচী।নিৰ্দিষ্ট সময়ত লেখা সমূহ পঢ়িবলৈ গুগুলত চাৰ্ছ কৰিব - smj24.in

Assamese Fact


বিঃদ্ৰঃ নিতৌ প্ৰকাশিত ধাৰাবাহিক সমূহ পূৰ্বৰ সময়তে প্ৰকাশ পাব,ধন্যবাদ।


No comments:

Post a Comment

Advertisement

Pages