ভাগ্যশালী মহিলাৰ গাত হে দেখা যায় এই সমূহ লক্ষণ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 19, 2021

ভাগ্যশালী মহিলাৰ গাত হে দেখা যায় এই সমূহ লক্ষণ : Assamese Fact

Assamese Fact

যেতিয়া এগৰাকী মহিলাৰ ভিতৰত এই লক্ষণ সমূহ দেখা পোৱা যায় তেতিয়া তেনে মহিলাক বহুত পবিত্ৰ ,ভাগ্যশালী আৰু মা লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়।Assamese Fact )  

প্ৰিয় পাঠকসকল,ভাৰতবৰ্ষত মহিলা সকলক দেৱীৰ আন এটা ৰূপ বুলি ধৰা হয়।প্ৰকৃতিয়ে মহিলাৰ ভিতৰত কোমলতা, প্ৰেম,মাতৃত্ব আৰু দয়া আদি এনেকুৱা বহুত প্ৰকাৰৰ অনুভূতি বেছিকৈ  দিছে  আৰু বেছি ভাগ মহিলাৰে এই অনুভূতি বা ভাবনাবোৰ থাকে। কিন্তু যেনেদৰে হাতৰ পাঁচটা আঙুলি সমান নহয় তেনেদৰে সকলো মহিলাও একে নহয়। মহিলাসকলক জন্ম পৰাই এইটো দায়িত্ব দিয়া হয় যে পৰিয়ালৰ সন্মান যাতে হানি নহয়। 


যিদৰে মহিলাই নিজৰ বংশটোৰ মান-সন্মান বজাই ৰাখিবলৈ কাম কৰে। নিজৰ নৈতিক আৰু সামাজিক আচৰণবোৰ পবিত্ৰ ৰাখে।তাৰে কিছুমান মহিলা এনেকুৱা আছে যাৰ কৰ্মৰ ফলত বংশটোৰ বিনাশ হয়। এনেকুৱা মহিলাৰ মান-সন্মান, শাস্ত্ৰ, দণ্ড,দান,ধৰ্ম আদি একোৰে চিন্তা নাথাকে। এনেকুৱা মহিলাই নিজৰ স্বাৰ্থ আৰু দেহৰ সুখৰ বাবে নিজৰ পৰিয়ালৰ মান-সন্মান সকলো বিপদত পেলাই দিয়ে। এনেকুৱাত জৰুৰী এইটো যে কেনেকৈ গম পাব কোনজনী মহিলা চৰিত্ৰহীন আৰু কোনজনী মহিলা পবিত্ৰ। আজি আমি আপোনালোকক কম মহিলাৰ কিছুমান এনেকুৱা লক্ষণৰ বিষয়ে য'ৰ পৰা আপুনি পবিত্ৰ,সংস্কাৰী, শান্ত, চৰিত্ৰৰ মহিলা চিনাক্ত কৰিব পাৰিব। দেৰি নকৰি জানো আহঁক শাস্ত্ৰত এনেকুৱা কি লক্ষণৰ বিষয়ে কোৱা আছে।


পবিত্ৰ মহিলাৰ লক্ষণ-


১ঃ জ্যোতিষ আৰু ধৰ্মীক শাস্ত্ৰৰ মতে যি মহিলাৰ ওঁঠৰ ওপৰত পাতল নোম থাকে। তেনেকুৱা মহিলাবোৰ ভাল গুণৰ হয়। এনেকুৱা মহিলাৰ ৰুচী বেছিকৈ ধৰ্ম -কৰ্ম, দান,পুণ্য আদিত দেখা যায়। সিহঁতি অলপ এলেহুৱা স্বভাৱৰ হয়। কিন্তু নিজৰ কামবোৰ নিজেই কৰি ভাল পায়।


২ঃ যিবোৰ ছোৱালীৰ কপালত তিল থাকে সিহঁতি নিজৰ স্বামীক বহুত সুখত ৰাখে। এনেকুৱা ছোৱালীবোৰ বহুত চিধা স্বভাৱৰ হয়। ইহঁতি নিজৰ স্বামীক সকলো কথাতে বা সকলো কামতে লগ দিয়ে। এওঁলোক আত্মনিৰ্ভৰশীল হয় আৰু নিজৰ স্বামীক বহুত মৰম আৰু প্ৰেম কৰে।Assamese Fact )


৩ঃ যিবোৰ ছোৱালীৰ শৰীৰত পাতল পাতল নোম থাকে তেওঁলোকৰ আঁচল বা সমন্ধ বহুত পবিত্ৰ বুলি ধৰা হয়। এওঁলোকে কোনো পৰিস্থিতিতে ভয় নকৰে আৰু সকলো ঠাইতে জয় লাভ কৰে। এনেকুৱা ছোৱালীৰ গাত সীতা দেৱীৰ গুণ থকা বুলি কোৱা হয়।


৪ঃ যিবোৰ ছোৱালীৰ চেলাউৰি পাতল হয় তেওঁলোকে নিজকে স্বামীক উচৰ্গা কৰি দিয়ে আৰু স্বামীক সঁচা অন্তৰেৰে ভাল পায়। এওঁলোকে সকলোৰে কথা ভালকৈ ভাবে । ইহঁতৰ হৃদয়খন বহুত ডাঙৰ বুলি কোৱা হয়। এই ছোৱালীবোৰ বহুত সংস্কাৰী হয় আৰু নিজৰ সংস্কাৰ এক মহূৰ্তৰ বাবেও পাহৰি নাযায়।


৫ঃ যি মহিলাৰ ভৰিৰ কনিষ্ঠ আঙুলিয়ে খোজ কাঢ়োতে মাটি স্পৰ্শ কৰে তেনে মহিলাক বহুত শুভ আৰু ভাগ্যশালী বুলি ধৰা হয়। এনেকুৱা মহিলা নিজৰ স্বামীৰ উন্নতিৰ কাৰণ হৈ পৰে।এনেকুৱা মহিলাই যাৰ লগতে বিয়া পাতে সেই পুৰুষজনে সদায় উন্নতিয়ে কৰে।


৬ঃ ভিতৰলৈ নাড়ীটো সোমোৱা  মহিলাও বহুত ভাগ্যশালী বুলি কোৱা হয়। যি মহিলাৰ নাড়ীটো গোল আৰু বাওঁফালে যোৱা হয় তেওঁলোকে বহুত সুখ আৰু ঐশ্বৰ্য ভোগ কৰিব পাৰে।


৭ঃ যি মহিলাৰ হাতত আৰু ভৰিৰ তলোৱাত তিল থাকে তেওঁলোকক বহুত শুভ বুলি ধৰা হয়। এনেকুৱা মহিলা ধন আৰু সুখৰ ফালে আকৰ্ষিত হয় ।এনেকুৱা মহিলাই যিখন ঘৰলৈ বিয়া হৈ যায় তাৰ সকলো ব্যক্তি সুখত থাকে।


৮ঃথুঁতৰিত তিল থকা মহিলাসকল অত্যন্ত ভাবুক হয়। যি মহিলাৰ থুঁতৰিত তিল থাকে তেনেকুৱা মহিলাৰ

 চৰিত্ৰ ভাল বুলি কোৱা হয়। এনেকুৱা মহিলা পোৱা সকলো পুৰুষৰে ইচ্ছা থাকে। কিন্তু এনেকুৱা মহিলাই যাৰে জীৱনত প্ৰৱেশ কৰে তাৰ ভাগ্য উদয় হৈ পৰে।এনেকুৱা মহিলাই জীৱনভৰ এজন পুৰুষ লগতে ভালদৰে থাকে আৰু তাকে জীৱন সংগী বুলি মানি তাৰ লগতে জীৱন কটাই।

(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages