কোন তিনিটা নামৰ ছোৱালীৰ থাকে এই বিশেষ গুণ ? Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 1, 2021

কোন তিনিটা নামৰ ছোৱালীৰ থাকে এই বিশেষ গুণ ? Assamese Fact

Assamese Fact

প্ৰতিজনী ছোৱালীৰে আশা থাকে, তাই যেন সকলোতকৈ ধুনীয়া হয়। যাতে তাই যতে যায়, সেই স্থানৰ সকলো লোকে যেন ঘূৰি ঘূৰি তাইক চাই( Assamese Fact )। অধিকাংশ ছোৱালীয়ে ইমান ধুনীয়া হয় যে, তাহাঁতক বাৰে বাৰে চাবলৈ মন যায়। কিন্তু কিছুমান ছোৱালী নিজৰ নামৰ প্রথম আখৰৰ দ্বাৰা ভাগ্যশীল হয়।আজি আমি এনে তিনিটা নামৰ ছোৱালীৰ কথা কম, যিয়ে নিজৰ প্রথম চাৱনিতে সকলোকে নিজৰ আপোন কৰি লব পাৰে।।


প্রথমে "N" আখৰৰ ছোৱালীৰ বিষয়ে, যি জনী ছোৱালীৰ নাম, "N" আখৰে আৰম্ভ হয়, সেইজনী বহু ভাগ্যশীল হয়। কাৰণ এনে ছোৱালী বুদ্ধিয়ক হোৱাৰ লগতে বহুতো ধুনীয়া হয়। লৰাবোৰে যেতিয়া, "N" আখৰৰ ছোৱালীবোৰক প্রথম দেখা পায়, তেতিয়া প্রথম দেখাতে আপোন হয় পৰে। 


দ্বিতীয়তে, "A" আখৰৰ ছোৱালীৰ বিষয়ে, চকুতে চকু পৰিলে বলীয়া কৰাৰ গুণ "A" নামৰ আখৰৰ ছোৱালীৰ প্ৰায়ে থাকে। "A" আখৰৰ ছোৱালীবোৰে বহু সোনকালে লৰাবোৰক নিজৰ ফালে আকৰ্ষিত কৰিব পাৰে।( Assamese Fact )


তৃতীয়তে, "T" নামৰ ছোৱালীৰ বিষয়ে,"T" আখৰৰ যদি আপোনাৰ ভালপোৱা গৰাকীৰ নাম আৰম্ভ হয়, তেতিয়া হলে আপুনি বহুতো ভাগ্যশালী হয়।কাৰণ এনে ছোৱালী ধুনীয়া আৰু বুদ্ধিয়ক হোৱাৰ লগতে স্বভাৱ চৰিত্ৰটো সকলোতকে বেলেগ হয়।এনে ছোৱালীবোৰে সকলোকে প্রথম চাৱনিতে নিজৰ আপোন কৰি লব পাৰে।


ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা এই তথ্য আমি আপোনালোকলৈ আগ বঢ়ালো।যদি আপোনাৰ বা আপোনাৰ দ্বাৰা পৰিচিত কোনো ব্যক্তিৰ জীৱনত এই কথা সমূহৰ মিল আছে তেন্তে অনুগ্ৰহ কৰি কমেণ্টবক্সত জনাই যেন,ধন্যবাদ।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

No comments:

Post a Comment

Advertisement

Pages