আজি শাওণ মাহৰ দ্বিতীয় বৃহস্পতিবাৰতে কৰক এইটো কাম : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 29, 2021

আজি শাওণ মাহৰ দ্বিতীয় বৃহস্পতিবাৰতে কৰক এইটো কাম : Religious Studies

Religious Studies

যদি ভাগ্য ঠিকে থাকে তেন্তে কোনো কামতে বাধা আহিব নোৱাঁৰে। আৰু আপোনাৰ ভাগ্যক শক্তিশালী কৰিবৰ বাবে আছে এনে, বহু উপায়( Religious Studies )। ইয়াৰে ভিতৰত যিকোনো এটা বৃহস্পতিবাৰৰ দিনত গৰুক খাবলৈ দিয়ক, তেতিয়া আপোনাৰ ভাগ্য শক্তিশালী হব। 


হিন্দু ধৰ্মত গৰুক প্ৰবিত্ৰ আৰু মাতৃ স্থান দিয়া হৈছে। আৰু পূজনীয় মনা হয়। লগতে মনা হয়, গৰুত তেত্ৰিশ কোটি দেৱতাই বাস কৰে। গতিকে এই বৃহস্পতিবাৰৰ দিনত নিজৰ হাতেৰে গৰুক খাবলৈ দিয়ে এই বস্তু, তেন্তে ইয়াৰ দ্বাৰা আপোনাৰ জীৱনৰ পৰা সমস্যা দূৰ হব। লগতে পূৰ্ণ হব আপোনাৰ মনৰ কামনা। ( Religious Studies )


বৃহস্পতিবাৰে যিকোনো সময়তে এই উপায় কৰিব পাৰে। যদি ৰাতিপুৱা সময়ত কৰিব পাৰে, তেন্তে মংগল হয়। ইয়াৰ বাবে আপুনি আপোনাৰ ঘৰত বনোৱা প্রথম ৰুটিখন অলপ ঘিউ আৰু গুড় মিলাই, গৰুক আপুনি নিজৰ হাতেৰে খাবলৈ দিয়ক। আৰু ইয়াৰ পিছত গৰুজনী বা গৰুটোৰ গাত হাত ফুৰাই দিব। 

ইয়াৰ পাছত "ঔঁ নমঃ ভগৱতে বাসুদেৱায়ে নমঃ" এই মন্ত্ৰতি ৫বাৰ জপ কৰিব। 

ইয়াৰে পাছত আপুনি গৰুৰ কাণত মনে মনে আপোনাৰ মনৰ ইচ্ছাৰ কথা কব।


ঔঁ নমঃ শিৱাই…

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages