আজি শাওণ মাহৰ দ্বিতীয় সোমবাৰটিৰ বিশেষ মৰ্হত্ব আছে। আজি এই শুভ মুহুৰ্ত্বৰ সময় হৈছে, সন্ধ্যা ৫বজাৰ পৰা ৮বজালৈ।( Religious Studies )
এই সমখিনিত মহাদেৱক সন্তুস্ত কৰিবলৈ কৰক এই সহজ সৰল কাম।
সেই কাম শিৱ লিংগত কৰিব লাগে। মহাদেৱৰ প্ৰিয় বস্তুটোৱে হৈছে ধতুৰা।
সেয়ে ধতুৰা দি মহাদেৱক পূজা প্ৰাৰ্থনা কৰিলে, সেই পূজা সফল হয় আৰু আৰু লগতে শিৱ লিংগত দৈ অৰ্পণ কৰিব লাগে।
শিৱ লিংগত দৈ ধালিলে সকলো মনৰ ইচ্ছা পূৰ্ণ হয়। আজি শাওণ মাহৰ শুভ মূৰ্হত্বতৰ সংযোগ মেলা আজি সোমবাৰে পৰিছে।
আজি সোমবাৰটিত ভগৱান শিৱৰ শ্ৰদ্ধা ভাৱেৰে পূজা অৰ্চনা কৰিলে, সকলো মনৰ কামনা শীঘ্ৰে পূৰ্ণ হয়। এই কামটি ঘৰটো কৰিব পাৰে। যদিহে ঘৰত প্ৰতিস্থিত শিৱলিংগ আছে। ( Religious Studies )
সন্ধ্যা ৫বজাৰ পাছত ঘৰতেই বা মন্দিৰত
শিৱ লিংগত ১০পাত বেল পাত, দৈ নিবেদন কৰি
মহাদেৱৰ ওচৰত এগচি শুদ্ধ প্ৰদীপ প্ৰজলিত কৰিব আৰু লগতে "ঔঁ নমাহ শিৱায়" মহা মন্ত্ৰটি ১০৮বাৰ উচ্চাৰণ কৰিব।
এই মন্ত্র জাপ কৰাৰ পাছত, বাবা ভোলানাথৰ ওচৰত নিজৰ মনৰ সকলো আশা আকাংক্ষা জনাওক। দেখিব মহাদেৱে অতি সোনকালেই আপোনাৰ সকলো মনৰ বাঞ্চা পূৰ্ণ কৰিব।
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment