গণেশ মন্ত্ৰ জপ কৰিলে জীৱনলৈ আহে সুখ-সমৃদ্ধি : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 7, 2021

গণেশ মন্ত্ৰ জপ কৰিলে জীৱনলৈ আহে সুখ-সমৃদ্ধি : Religious Studies

Religious Studies

শ্ৰী গণেশ ভগৱানক পূজা-স্তুতি, জপ আদি কৰি যি কোনো গ্ৰহৰ কু দৃষ্টি দূৰ কৰিব পাৰি। জীৱনত কেতিয়াবা এনে কিছুমান সমস্যাত পৰা যায় কোনো দান দক্ষিণা বা গ্ৰহ পূজা কৰিও অশুভ গ্ৰহৰ কু দৃষ্টিৰ পৰা সাৰিব পৰা নাযায়।  তেনে ক্ষেত্ৰত গণেশ ভগৱানৰ স্তুতি কৰি বা জপ কৰি সমস্যা সমাধান কৰিব পৰা যায়। ( Religious Studies )

'ॐ गं गणपतये नमः

এইটো  মনোকামনা পূৰ্ণ কৰা মন্ত্ৰ। 


ॐ वक्रतुंडाय हुम्

আৰ্থিক উন্নতিৰ বাবে এই মন্ত্ৰ জপ কৰিলে ফল পোৱা যায়। 


 ॐ गं नमः

এই মন্ত্ৰ বিঘ্ন দূৰ কৰি সুখ সমৃদ্ধি আনিবৰ বাবে মন্ত্ৰ।  


বুধবাৰ গণেশ দেৱতাৰ দিন বুলি কোৱা হয়। 

নাৰদ পুৰাণৰ এই সংকটনাশ গণেশ স্ত্ৰোত টো বুধবাৰৰ দিনা পাঠ কৰি জীৱনলৈ সুখ সমৃদ্ধি আনিব পাৰে। ( Religious Studies )


                   শ্রীগণেশস্তোত্র ..

            শ্রীগণেশায নমঃ . নাৰদ উবাচ .


     প্রণম্য শিৰসা দেবং গৌৰীপুত্রং বিনাযকম্ ।

     ভক্তাবাসং স্মৰেনিত্যং আযুঃকামার্থসিদ্ধযে ॥

     প্রথমং বক্রতুণ্ডং চ একদন্তং দ্বিতীযকম্ ।

     তৃতীযং কৃষ্ণপিঙ্গাক্ষং গজবক্ত্রং চতুর্থকম্ ॥

     লম্বোদৰং পঞ্চমং চ ষষ্ঠং বিকটমেব চ ।

     সপ্তমং বিঘ্নৰাজেন্দ্রং ধূম্রবর্ণং তথাষ্টমম্ ॥

     নবমং ভালচন্দ্রং চ দশমং তু বিনাযকম্ ।

     একাদশং গণপতিং দ্বাদশং তু গজাননম্ ॥

     দ্বাদশৈতানি নামানি ত্রিসংধ্যং যঃ পঠেন্নৰঃ ।

     ন চ বিঘ্নভযং তস্য সর্বসিদ্ধিকৰঃ প্রভুঃ ..॥

   বিদ্যার্থী লভতে বিদ্যাং ধনার্থী লভতে ধনম্ ।

    পুত্রার্থী লভতে পুত্রান্মোক্ষার্থী লভতে গতিম্ ॥

   জপেদ্গণপতিস্তোত্রং ষড্ভির্মাসৈঃ ফলং লভেত্ ।

    সংবত্সৰেণ সিদ্ধিং চ লভতে নাত্র সংশযঃ ॥

    অষ্টেভ্যো ব্রাহ্মণেভ্যশ্চ লিখিত্বা যঃ সমর্পযেত্ ।

    তস্য বিদ্যা ভবেত্সর্বা গণেশস্য প্রসাদতঃ ॥


.. ইতি শ্রীনাৰদপুৰাণে সংকটনাশনং গণেশস্তোত্রং

        সংপূর্ণম্ ..        

#শাস্ত্ৰ_জ্ঞানম্_অমৃতম্ 

জুলা শৰ্মা 

নতুন দিল্লী

Religious Studies

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages