তুলসিক লক্ষ্মীৰ প্ৰতীক হিচাপে মনা যায় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 18, 2021

তুলসিক লক্ষ্মীৰ প্ৰতীক হিচাপে মনা যায় : Religious Studies

Religious Studies

তুলসীক ইংৰাজীত Holy Basil বুলি কোৱা। তুলসী বুলিলেই মনত এক পবিত্ৰতাৰ ভাৱ জাগে। তুলসীৰ সুবাসে মনত বুজাব নোৱাৰা ভাৱ জগায়। ( Religious Studies )


তুলসী প্ৰকৃতিৰ অনুপম সৃষ্টি।ইয়াৰপৰা যথেষ্ট অক্সিজেন নিৰ্গত হয়। আয়ূৰ্বেদ শাস্ত্ৰত তুলসীক ভেষজৰ অত্যন্ত গুৰুত্বপূৰ্ণ উপাদান হিচাপে গণ্য কৰা হৈছে।তুলসীৰ উপকাৰিতা ইমান বেছি যে ইয়াক Queen of Herb বুলিও কোৱা হয়।


তুলসীৰ ৰস মধূমেহ ৰোগীৰ উপকাৰ সাধে।ইয়াৰ ৰসৰ লগত হালধীৰ ৰস মিহলাই খালে উচ্চৰক্তচাপ কমে। তুলসীৰ ৰসে তেজ শুদ্ধ কৰে।ইয়াৰ ৰসে ঘূৰণীয়া কৃমি নাশ কৰে। ইয়াৰ পাত খালে মূখৰ দূৰ্ঘন্ধ নাশ হয়। ( Religious Studies )


পিছে এই তুলসী ঘৰৰ কোন দিশত ৰুব লাগে? এই তুলসী কোন দিশত ৰুলে মংগলজনক হয়? এইটোও হিন্দুধৰ্মাৱলম্বী লোকৰ বাবে এক প্ৰশ্ন। লোকবিশ্বাস অনুসৰি তুলসী ঘৰৰ চাৰিবেৰৰ মাজত ৰুব লাগে।ইয়াক ঘৰৰ পূৱদিশত ৰুলে পূণ্য হয় বা মংগলজনক বুলি আগৰেপৰা বহুলোকে বিশ্বাস কৰে।


যিনহওক, তুলসী ৰুৱাৰ দিশৰ ওপৰত  বিজ্ঞানসন্মত কোনো সিদ্ধান্ত দিব নোৱাৰি যদিও ইয়াৰ অক্সিজেন নিৰ্গত কৰা গুণৰপৰা ইয়াৰ ৰসে দেহৰ উপকাৰ সাধন কৰিবপৰা গুণলৈকে কোনেও কোনো কাৰণত অস্বীকাৰ কৰিব নোৱাৰে।

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com

Religious Studies )

Religious Studies

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages