শাওণ মহাত মহাদেৱ সন্তুস্ত হলে আপুনি দেখা পাব এই তিনি সংকেত : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 31, 2021

শাওণ মহাত মহাদেৱ সন্তুস্ত হলে আপুনি দেখা পাব এই তিনি সংকেত : Religious Studies

Religious Studies

শাওণ মাহৰ যিকোনো দিনা, পুৱা যদি এই তিনিটা বস্তুৰ ভিতৰত, এটা বস্তু দেখা পায়, তেন্তে বুজিব, ভগৱান শিৱৰ আৰ্শীবাদ নিশ্চিত ৰূপত আপুনি পাইছে। ( Religious Studies )

শাওণ মাহত ভগৱান শিৱ লিংগত যদি আপুনি এঘটি পানীও অৰ্পণ কৰা হয়, তেতিয়া বুজিব মহাদেৱৰ আৰ্শীবাদ নিশ্চিত ৰূপে পোৱা যাব। অৰ্থাৎ তেওঁ আমাৰ সকলো ইচ্ছা মনোকামনা পূৰ্ণ কৰিব। যদি আপুনি এই শাওণ মাহত ভোলানাথক পূজা অৰ্চনা কৰি সন্তুস্ত কৰে, তেন্তে আপোনাৰ জীৱনত চলি থকা সমস্যা আঁতৰ হব বা, কোনো কাম যদি আপোনাৰ সম্পূর্ণ হোৱা নাই, সেয়াও তেতিয়া পূৰ্ণ হব। শাওণ মাহত পুৱা যদি দেখা পায় এই বস্তু কেইটা, তেতিয়া বুজিব ভগৱান শিৱৰ আৰ্শীবাদ আপোনাৰ প্ৰাপ্ত হল। 


যদি আপোনাৰ দ্বাৰা মহাদেৱ সন্তস্ত হৈছে, তেন্তে আপুনি এই ৩ বিধ সংকেতৰ ভিতৰত যিকোনো এবিধ হলেও দেখা পাব।। 

প্ৰথম, "নাগ", শাওণ মাহত যদি হঠাৎ আপুনি কোনো সৰ্প বা নাগ দেখা পায়, বা সপোনটো যদি দেখা পায়, তেন্তে বুজিব আপুনি বহুত ভাগ্যশালী ব্যক্তি। বিশেষ কৰি শাওণ মাহত নাগ দেখাটো বহুত শুভ মনা হয়। এয়াই এই সংকেত দিয়ে যে, আপোনাৰ জীৱনৰ উন্নতিৰ দুৱাৰ খুলিবলৈ গৈ আছে, 


দ্বিতীয়তে,শাওণ মাহত যদি আপোনাৰ ঘৰলৈ ব্ৰাহ্মণ আহে, তেন্তে বুজিব আপোনাৰ ভাগ্য উজ্বলিবলৈ গৈ আছে। শাওণ মাহত যদি কোনো ব্ৰাহ্মণ আপোনাৰ ঘৰলৈ আহে, তেতিয়া তেওঁক দান দক্ষিণা নিদিয়াকৈ উভতাই নপথিয়াব। ব্ৰাহ্মণৰ সাক্ষাৎ গুৰু জ্ঞানী দেৱতা বুলি মনা হয়। তেওঁলোকৰ বাণীত, তেওঁলোকৰ জ্ঞানত দেৱতাৰ বাস হয়। গতেকে শাওণ মাহত যদি কোনো ব্ৰাহ্মণ আপোনাৰ ঘৰলৈ আহে, তেতিয়া নিশ্চয় তেওঁক কিবা দান কৰিহে, বিদায় দিব। যাতে মহাদেৱৰ কৃপা আপোনাৰ ওপৰত থাকে। ( Religious Studies )


তৃতীয়তে,এই প্ৰৱিত্ৰ শাওণ মাহত গায় দেখা, বহু শুভ বুলি মনা হয়। যদি আপুনি পোৱা উঠিয়ে গায় দৰ্শন হয়, বা কোনো গায় যদি আহে আপোনাৰ দুৱাৰ মুখলৈ, তেতিয়া বুজিব মহাদেৱ আপোনাৰ ওপৰত প্ৰসন্ন হৈছে। আৰু ইয়াৰ সংকেত এয়াই যে, অতি শীঘ্রেই আপোনাৰ মনৰ আশা পূর্ণ হবলৈ আগবাঢ়িছে। ঘৰৰ ওচৰে পাজৰে গায় গৰু দেখিলে, বা আপোনাৰ দুৱাৰ মুখলৈ আহিলে, খোৱা বস্তু ৰুটি আদি খাবলৈ দিব। লগতে শাওণ মাহত ষাড় গৰু।  দেখা বা আপোনাৰ ঘৰৰ দুৱাৰ মুখলৈ আহিলে মহাদেৱৰ আৰ্শীবাদৰ সংকেত হয়। 


এয়াই আছিল তিনিটা সংকেত। যিটো শাওণ মাহত যিকোনো দিনত যদি আপুনি দেখা পায়, তেন্তে বুজিব মহাদেৱৰ আৰ্শীবাদ আপোনাৰ প্ৰাপ্ত হৈছে।।।


ঔঁ নমঃ শিৱাই…

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ৱেবচাইটত আজি দুটাকৈ গল্প আৰু জ্যোতিষশাস্ত্ৰৰ কথা  প্ৰকাশৰ সময়সূচী : উল্লেখিত সময়মতে এইসমূহ পঢ়িবলৈ গুগুলত চাৰ্ছ কৰিব- smj24.in

Religious Studies


আমাৰ ৱেবচাইটত আজিৰ ধাৰাবাহিক প্ৰকাশৰ সময়সূচী : সময়মতে ধাৰাবাহিক সমূহ উপভোগ কৰিবলৈ গুগুলত চাৰ্ছ কৰিব- smj24.in
Religious Studies





No comments:

Post a Comment

Advertisement

Pages