আজি শাওণ মাহৰ দ্বিতীয়টো গুৰুবাৰ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 29, 2021

আজি শাওণ মাহৰ দ্বিতীয়টো গুৰুবাৰ : Religious Studies

Religious Studies

গুৰুবাৰে পুৱা ৪বজাৰ পৰা ৬বজাৰ ভিতৰত উঠি স্নান কৰি, ভগৱান বিষ্ণুৰ ওচৰত এগচি শুদ্ধ ঘিউ দি বন্তি জলাওক, আৰু বিষ্ণু পাঠ কৰক। ( Religious Studies )

এনে কৰিলে গুৰু গ্ৰহ বহুতো শক্তিশালী হয় থাকে আৰু আপুনি জীৱনত সফলতা লাভ কৰিব পাৰে। 


২/গুৰুবাৰে স্নান কৰাৰ সময়ত অলপ হালধি দি স্নান কৰিব। স্নান কৰাৰ পাছত ঔঁ নমাঃ ভাগৱতে বাসুদেৱায়ে, এই মন্ত্ৰতি ৩ বাৰ জপ কৰিব। প্ৰত্যেক গুৰুবাৰে স্নান কৰা পানীত হালধি দি স্নান কৰিব লাগে। 


৩/কলগছৰ গুড়িত প্ৰত্যেক গুৰুবাৰে জল নিবেদন কৰিলে, আৰু ধূপ দিলে আপোনাৰ শীঘ্রেই বিয়াৰ প্ৰস্তাৱ আহে আৰু কোনো লোকৰ দাম্পত্য জীৱনত যদি দুখ দুৰ্গতিয়ে দেখা দিছে, তেন্তে সকলো দূৰ হব। ( Religious Studies )


৪/ গুৰুবাৰে ব্ৰত থকাটো অতি মংগলজনক।পৰাপক্ষত গুৰুবাৰে হালধীয়া কাপোৰ পৰিধান কৰিব। এনে কৰাৰ ফলত আপোনাৰ গুৰু গ্ৰহ শক্তিশালী হৈ থকাৰ লগতে আপোনাৰ ভাগ্য সলনি হব আৰু জীৱনত সফলতা লাভ কৰিব পাৰিব। 


৫/ গুৰুবাৰে গুৰু গ্ৰহৰ মূৰ্তি বা ফটোত হালধীয়া ফুল আৰু ফল নিবেদন কৰিলে, গুৰু গ্ৰহ সন্তস্ত হৈ থাকে, আৰু লক্ষ্মী নাৰায়ণৰ কৃপা লাভ কৰিব। তাৰ ফলত ঘৰখনত, সুখ শান্তি, ধন, টকা পইচাৰে উপচি পৰে।।

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages