শাওণ মাহত এই দান কৰিলে নিশ্চয় পাব সুফল : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 28, 2021

শাওণ মাহত এই দান কৰিলে নিশ্চয় পাব সুফল : Religious Studies

Religious Studies

শাওন মাহটি শাস্ত্র অনুসাৰে, ভগৱান শিৱৰ অতিকে প্ৰিয় মাহ।যি ভক্তই এই মাহত, মহাদেৱৰ স্তুতি আৰু ভক্তি কৰে, তেওঁলোকৰ ওপৰত মহাদেৱৰ কৃপা অতি সোনকালে পৰে।( Religious Studies ) 

এই প্ৰৱিত্ৰ শাওন মাহত, দানৰো অধিক মহত্ব আছে। হিন্দু শাস্ত্ৰত দানক বহুতো উচ্চ স্থান দিয়া হৈছে। প্ৰসন্ন পূৰ্ণ ভাৱে কৰা দানৰ ফল পোৱা যায়। দুখী মন বা স্বাৰ্থ মনেৰে কৰা দানৰ ফল পোৱা নাযায়। 

সেয়হে, শাওন মাহত কি কি দান কৰিব লাগে, জানো আহক। 


১/বৰফি, বগা চন্দন, চাউল আৰু মিচিৰি, গৰু ঘিউ, বগা পুষ্প, গাখীৰ আদি সন্ধ্যা বা ৰাতি দান কৰিলে মনে বিচৰা কামনা পূৰ্ণ হয়, লগতে ঘৰলৈ সুখ সমৃদ্ধিৰ আগমণ ঘটে। 


২/শাওণ মাহত গৰুক ঘাঁ খাবলৈ দিলে, মহাদেৱৰ আৰ্শীবাদ লাভ হয়। 


৩/মহাদেৱৰ প্ৰিয় বেল, ফল, আঁহত, বৃক্ষ আদি ৰোপন কৰিলে, অশেষ পূৰ্ণ্য প্ৰাপ্ত হয়। 


৪/জোৰা সাপ দান কৰিলে কালসৰ্প দুখ দূৰ হয়।। 


৫/ৰুদ্ৰাক্ষ দান কৰিলে, ঐচয্য বৃদ্ধি ঘটে।। ( Religious Studies )


৬/জল, ঘোঁৰা, গৰু, বস্ত্ৰ দান কৰিলে পৰলোকত সুখ প্ৰাপ্তি হয়। 


৭/ঔষধ দান কৰিলে, 

উত্তম সাস্থ্য প্ৰাপ্তি হয়। 


৮/সম্পূৰ্ণ শাওন মাহত

সন্ধ্যা দীপক দান কৰিলে, জীৱনলৈ

ভাল দিন আহে।। 


৯/শাওণ মাহত যি ভোগ মহাদেৱলৈ আগবঢ়াই, সেই ভোগ আনক দান কৰিলে, জীৱনত চলি থকা যিকোনো সমস্যা আঁতৰ হয়।


ঔঁ নমঃ শিৱাই…………

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages