আজিৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 6, 2021

আজিৰ ৰাশিফল : Horoscope Today

      

Horoscope Today

  ২১আহাৰ ,মঙ্গলবাৰ ,ইং ৬জুলাই,২০২১।  ( Horoscope Today )

Horoscope Today
মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

  

Horoscope Today
বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুনৰ হব, সম্পদ লাভ হব, যদিও সজাগ নহলে সামান্য কৰ্ম পৰিৱৰ্তন  হোৱাৰ যোগ দেখা যায়।



Horoscope Today
মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা লাভ হব,লগতে ধন সন্মান লাভ  হোৱাৰ যোগ দেখা যায়।  


Horoscope Today

Horoscope Today
কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, বিদ্যাৰ্থী সকলৰ শুভ হব, লগতে শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।



Horoscope Today
সিংহ

৫. সিংহ ৰাশি : সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় বৃদ্ধি হব, প্ৰেমত শুভ হব, লগতে কৰ্মত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।



Horoscope Today
কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হব, কৰ্মত আনৰ সহায় লাভ হব, লগতে ঋণ পৰিশোধ কৰাৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

Horoscope Today


Horoscope Today
তুলা

৭. তুলা ৰাশি -  তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত  সঞ্চয় বৃদ্ধি হব, কৰ্মত নতুন আচনি গ্ৰহণৰ সুযোগ লাভ হব, লগতে ভ্ৰমণৰ সুযোগ লাভ  হোৱাৰ যোগ দেখা যায়।



Horoscope Today
বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন  সম্পদ লাভ হব, লগতে ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।


Horoscope Today
ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত ব্যৱসায়ত শুভ হব, যদিও আত্মীয় ক্লেষ ভাৱ বাঢ়িব পাৰে, লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।


Horoscope Today


Horoscope Today
মকৰ

১০.  মকৰ ৰাশি  -  মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, লগতে নতুন কৰ্মত সুযোগ লাভ  হব যদিও সজাগ নহলে সিদ্ধান্ত গ্ৰহণত সামান্য খেলি মেলি হোৱাৰ  যোগ দেখা যায়।


Horoscope Today
কুম্ভ

১১. কুম্ভ ৰাশি -  কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত সজাগ নহলে আনৰ দ্বাৰা ক্ষতি হব পাৰে লগতে শৰীৰত সামান্য এলাহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


Horoscope Today
মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মত শুভ হব যদিও শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে মনত সামান্য দু:খ পোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages