আজিৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 3, 2021

আজিৰ ৰাশিফল : Horoscope Today

     

Horoscope Today

  ১৮আহাৰ ,শনিবাৰ ,ইং ৩জুলাই,২০২১।  ( Horoscope Today )

Horoscope Today
মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্ম দক্ষতা বাঢ়িব, গৃহ শান্তি বাঢ়িব, লগতে প্ৰেমত শুভ   হোৱাৰ   যোগ দেখা যায়।

  

Horoscope Today
বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত উকীল সকলৰ শুভ হব, লগতে মনৰ আশা পুৰণ  হোৱাৰ যোগ দেখা যায়।



Horoscope Today
মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, বিবাহ পাৰ্থী সকলৰ শুভ হব, কৰ্মত যশস্যা লাভ হব, যদিও সজাগ নহলে মনত সামান্য অহংকাৰী মনোভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।  


Horoscope Today

Horoscope Today
কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সামান্য কষ্ট পাৱ পাৰে, কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, যদিও আজি ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায়।



Horoscope Today
সিংহ

৫. সিংহ ৰাশি : সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  প্ৰতিভা বিকাশ সুযোগ লাভ কৰিব, কৰ্মত সফল হব, যদিও আজি সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।



Horoscope Today
কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত গৃহ উন্নতি হব,  সন্মান লাভ হব, লগতে প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ  যোগ দেখা যায়।

Horoscope Today


Horoscope Today
তুলা

৭. তুলা ৰাশি -  তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সুখ শান্তি বাঢ়িব, কৰ্মত দ্বায়িত্ব বাঢ়িব, লগতে কৰ্মত সুন্দৰ পৰিবেশ লাভ হোৱাৰ যোগ দেখা যায়। 



Horoscope Today
বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোভাৱ বাঢ়িব, লগতে আজি সমস্যাৰ সমাধান  হোৱাৰ যোগ দেখা যায়।


Horoscope Today
ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত প্ৰেমত আনন্দ বাঢ়িব, আত্মীয়ৰ আগমন হব, লগতে ৰোগাৰোগ্য  হোৱাৰ যোগ দেখা যায় ।


Horoscope Today


Horoscope Today
মকৰ

১০.  মকৰ ৰাশি  -  মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হব, যদিও সজাগ নহলে আজি মিচা অপৱাদ পাৱ পাৰে, লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


Horoscope Today
কুম্ভ

১১. কুম্ভ ৰাশি -  কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ধনআগমন বাঢ়িব, লগতে সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।


Horoscope Today
মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, বন্ধু লাভ হব, লগতে সন্তানৰ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages