১০শাওণ, মঙ্গলবাৰ ,ইং ২৭জুলাই,২০২১। ( Horoscope Today )
১. *মেষ ৰাশি*: - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ লাভ হব, সমস্যাৰ সমাধান হব, লগতে বন্ধু লাভ হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*: - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, কৰ্মৰ সামান্য পৰিৱৰ্তন আহিব পাৰে লগতে সজাগ নহলে সামান্য শত্ৰু ভয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি*: - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব, লগতে আজি মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*: - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, মনত সামান্য অশান্তিৰ ভাৱ বাঢ়িব পাৰে লগতে আজি সজাগ নহলে দু:সংবাদ পোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব,কৰ্মত আনৰ সহায় লাভ হব, যদিও সজাগ নহলে মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়া।
৬. *কন্যা ৰাশি*: - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, কৰ্মত প্ৰসংসা লাভ হব, আজি ঋণ পৰিশোধ কৰাৰ সুবিধা লাভ কৰিব পাৰে, যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* : - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সঞ্চয় বাঢ়িব, পাৰিবাৰিক সুখ বাঢ়িব, লগতে প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি*: - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি লাভ হব, মনত আনন্দ বাঢ়িব লগতে ঘৰুৱা দিশত উন্নতি হোৱাৰ যোগা দেখা যায়।
৯. *ধনু ৰাশি*: - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত কৰ্ম মৰ্যাদা লাভ হব, লগতে সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি*: - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, যদিও সজাগ নহলে মনত সামান্য দু:খ পাৱ পাৰে লগতে আজি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোতে সজাগ হোৱাটো ভাল হব,
১১. *কুম্ভ ৰাশি*: - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত যশস্যা বাঢ়িব , যদিও শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি-* মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন ধান বাঢ়িব, উপাৰ্জন বাঢ়িব লগতে সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment