আজিৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 25, 2021

আজিৰ ৰাশিফল : Horoscope Today

            


  ৮শাওণ, ৰবিবাৰ ,ইং ২৫জুলাই,২০২১।  ( Horoscope Today )

 
১. *মেষ ৰাশি*: - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, মনত শান্তি বাঢ়িব, যদিও শৰীৰত সামান্য ৰোগ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*: - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ কৰিব, ভ্ৰমণত সফল হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি*:  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, লগতে  মনত নতুন আশাৰ সঞ্চাৰ   হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*: - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, যদিও কৰ্মত সজাগ নহলে মনত সামান্য সামান্য সন্মান হানি হব পাৰে লগতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জতিলতাৰ মাজেৰে সফল হব, লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়া।

৬. *কন্যা ৰাশি*: - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত বন্ধু লাভ হব,  যদিও আজি কৰ্মক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণত সজাগ হব লগত মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* : - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সফল হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে সামান্য আজি ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি*: - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, কৰ্মত সফল হব, লগতে ধন সন্মান লাভ  হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি*: - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত সফল হব, লগতে ধন সন্মান লাভ যদিও সজাগ নহলে আজি দু :সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি*:  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত উপাৰ্জন বাঢ়িব, সম্পদ লাভ হব, লগতে মনত আনন্দ বৃদ্ধি  হোৱাৰ  যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*: - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ব্যৱসায়ত শুভ হব, কৰ্মত শুভ হব লগতে প্ৰেমত শুভ   হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি-* মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা লাভ হব, প্ৰেম আৰু কৰ্মত শুভ হব, লগতে আজি শুভ সংবাদ লাভ  হোৱাৰ যোগ দেখা  যায়।



"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages